VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইউ পি এছ চিৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাত উৰ্ত্তীণ অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী

voicedesk by voicedesk
September 25, 2021
in সমাজ, জীৱন
ইউ পি এছ চিৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত পৰীক্ষাত উৰ্ত্তীণ অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে সন্ধিয়া ঘোষণা কৰা ইউ পি এছ চিৰ প্ৰধান পৰীক্ষাৰ ফলাফলত অসমৰ হাইলাকান্দিৰ আহমেদ হাছানুজ্জামান চৌধুৰীয়ে ২৮৩ সংখ্যক স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

আনহাতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান জি পি সিঙৰ কন্যা ঐশ্বর্য সিঙে ৯৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ কন্যাৰ এই সফলতাৰ কথা পিতৃ জি পি সিঙে টুইটাৰযোগে ৰাইজক জনালে।

আহমেদ হাছানুজ্জামান চৌধুৰী এ ই জি চি এলৰ অৱসৰপ্ৰাপ্ত চি জি এম জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ। উল্লেখ্য যে হাছানুজ্জামান জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক।

এইবাৰ ঘোষণা কৰা ফলাফল অনুসৰি ৭৬১গৰাকী পৰীক্ষার্থী উত্তীর্ণ হৈছে৷ ইয়াৰ ভিতৰত ৫৪৫ পুৰুষ আৰু ২১৬ মহিলা। আনহাতে দেশৰ ভিতৰত শীর্ষস্থান লাভ কৰিছে শুভম কুমাৰে৷



Previous Post

দেশৰ শ্বেয়াৰ বজাৰত ইতিহাসঃসুদীৰ্ঘ ৩১ বছৰৰ পিছত ৬০ হাজাৰ অতিক্ৰম ছেনছেক্স

Next Post

অন্ত পৰিব আতংকৰ দিনঃকোৰোনা ভাইৰাছে হেৰুৱাইছে প্ৰাণঘাতী ক্ষমতা

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
অন্ত পৰিব আতংকৰ দিনঃকোৰোনা ভাইৰাছে হেৰুৱাইছে প্ৰাণঘাতী ক্ষমতা

অন্ত পৰিব আতংকৰ দিনঃকোৰোনা ভাইৰাছে হেৰুৱাইছে প্ৰাণঘাতী ক্ষমতা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7