VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চাকৰিৰ প্ৰলোভনেৰে অসমৰ শতাধিক দৰিদ্ৰ যুৱকক দিল্লীলৈ নি কিন্নৰলৈ ৰূপান্তৰ

voicedesk by voicedesk
July 14, 2021
in সমাজ, জীৱন
চাকৰিৰ প্ৰলোভনেৰে অসমৰ শতাধিক দৰিদ্ৰ যুৱকক  দিল্লীলৈ নি   কিন্নৰলৈ ৰূপান্তৰ
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

চাকৰিৰ প্ৰলোভনেৰে অসমৰ বাহিৰলৈ লৈ যোৱা একাংশ যুৱকক দিল্লী, উত্তৰ প্ৰদেশৰ দৰে ঠাইত অস্ত্ৰোপচাৰৰ জৰিয়তে তৃতীয় লিংগলৈ পৰিৱৰ্তন কৰোৱাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।

অসমীয়া প্ৰতিদিনত প্ৰকাশিত এটা বাতৰি মতে অসমৰ বিভিন্ন ঠাইৰ পৰা চাকৰিৰ টোপ দি নিয়া এইসকল যুৱকক এটা চক্ৰই কিন্নৰলৈ ৰূপান্তৰিত কৰি বিভিন্ন অনৈতিক কামৰ লগত জড়িত কৰোৱায়।

কিন্নৰ ছিণ্ডিকেট চক্ৰৰ এনেধৰণৰ কাৰ্য সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰা অভিযোগৰ ভিত্তিত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই মহানগৰ আৰক্ষীক তদন্তৰ নিৰ্দেশ দিছিল।

তদন্তত অভিযোগ সত্য প্ৰমাণিত হোৱাৰ পাছতে অভিযান চলাই আৰক্ষীয়ে গেংটোৰ মূল কাণ্ডাৰী পিংকী ওৰফে মহম্মদ আলীক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতে পিংকীৰ সহযোগী অন্য ৬ জনক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে ৰাতি শতাধিক কিন্নৰে গ্ৰেপ্তাৰ হোৱা কেইজনৰ মুক্তিৰ দাবীত পাণবজাৰ মহিলা থানা ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখনীয় যে কিছুদিন পূৰ্বে এনেদৰে লিংগ পৰিৱৰ্তন কৰা ছাহজাহান ওৰফে হেলেন নামৰ ব্যক্তিজনক উদ্ধাৰ কৰাৰ পাছতেই এই ভয়ংকৰ ৰেকেটৰ কথা পোহৰলৈ আহিছিল। চাকৰিৰ প্ৰলোভনেৰে পিংকীৰ মেনেজাৰ ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা নুৰুল হকে তেঁওক দিল্লীলৈ নি অচেতন কৰে আৰু অস্ত্ৰোপচাৰৰ জৰিয়তে ছাহজাহানৰ অজ্ঞাতে লিংগ পৰিৱৰ্তন কৰে।

এনেদৰে অস্ত্ৰোপচাৰ কৰা যুৱকসকলৰ ক্ৰমান্বয়ে শৰীৰৰ পৰিৱৰ্তন ঘটে। তেঁওলোকে প্ৰথমে দিল্লীৰ ৰাজপথত ভিক্ষা বৃত্তিত নামে আৰু পৰৱৰ্তী পৰ্যায়তহে অসমলৈ অনা হয়।

দৰিদ্ৰতা-নিৰক্ষৰতাৰ সুযোগ লৈ এই ছিণ্ডিকেট চক্ৰই ধুবুৰী, গোৱালপাৰা, গোৰেশ্বৰ, মানকাচৰ আদি বিভিন্ন ঠাইৰ যুৱকক প্ৰলোভনেৰে দিল্লীলৈ নি লিংগ পৰিৱৰ্তন কৰাইছিল।

গ্ৰেপ্তাৰ হৈ বৰ্তমান আৰক্ষীৰ জিম্মাত থকা অভিযুক্তক আদালতত হাজিৰ কৰোৱা হ’ব।

আৰক্ষীয়ে পৰৱৰ্তী পৰ্যায়ত দিল্লী অথবা উত্তৰ প্ৰদেশৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰিব বুলি জানিব পৰা গৈছে। এই চক্ৰত উদ্ধাৰ হোৱা উত্তৰ প্ৰদেশৰ ব্যক্তিলৈ চাই ইয়াৰ মূল চক্ৰটো সম্পৰ্কে আৰক্ষীৰ মনত সন্দেহৰ জন্ম হৈছে। পৰৱৰ্তী তদন্তইহে সকলো কথা পোহৰলৈ আনিব পাৰিব।

Previous Post

অলিম্পিকত জিমনাষ্টিকছৰ বিচাৰকৰ দায়িত্বত প্ৰথমগৰাকী ভাৰতীয়

Next Post

চৰম আৰ্থিক সংকটৰ গৰাহত অসম ৰাজ্যিক পৰিবহণ নিগমঃ অনিশ্চিয়তাত কৰ্মচাৰীৰ দৰমহা

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
চৰম আৰ্থিক সংকটৰ গৰাহত অসম ৰাজ্যিক পৰিবহণ নিগমঃ অনিশ্চিয়তাত কৰ্মচাৰীৰ দৰমহা

চৰম আৰ্থিক সংকটৰ গৰাহত অসম ৰাজ্যিক পৰিবহণ নিগমঃ অনিশ্চিয়তাত কৰ্মচাৰীৰ দৰমহা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7