VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সকললৈ ডুন স্কুলৰ বিশেষ ছাত্ৰবৃত্তি

voicedesk by voicedesk
September 7, 2021
in সমাজ, জীৱন
উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সকললৈ ডুন স্কুলৰ বিশেষ ছাত্ৰবৃত্তি
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

দেশৰ অন্যতম শ্ৰেষ্ঠ আবাসিক বিদ্যালয় ডুন স্কুলে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰসকলৰ বাবে এক বিশেষ ছাত্ৰবৃত্তি আগবঢ়াইছে। এই পৰিপ্ৰেক্ষিতত বিদ্যালয়খনত নামভৰ্তিৰ বাবে গুৱাহাটী আৰু তেজপুৰত যোগ্যতাভিত্তিক বাচনি পৰীক্ষা অনুষ্ঠিত হ’ব।

ছাত্ৰ বৃত্তি পৰীক্ষাৰ বাবে পঞ্জীয়ন মাচুল ১০০ টকা নিৰ্ধাৰণ কৰা হৈছে। সপ্তম আৰু অষ্টম শ্ৰেণীত নামভৰ্তিৰ বাবে এই বাচনি পৰীক্ষা অনুষ্ঠিত হ’ব।

এই সন্দৰ্ভত সোমবাৰে গুৱাহাটীত এখন সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলখন সম্বোধন কৰে বিদ্যালয়খনৰ উন্নয়ন আৰু প্ৰাক্তন শিক্ষাৰ্থী সম্পৰ্কৰক্ষী মুৰব্বী অৰ্জুন সিং বাৰ্তাল আৰু কৰ্মচাৰীৰ সঞ্চালক অনুপমা যোশীৰ লগতে বৈচিত্ৰ সমিতিৰ অধ্যক্ষ ৰবি সিংঘীয়ে ৷ মন্ত্ৰী পীযুষ হাজৰিকাও উক্ত সংবাদমেলত উপস্থিত থাকে।

২০২১ বৰ্ষৰ ২ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’ব লগা বাচনি পৰীক্ষাৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ যোগ্য আৰু প্ৰতিভাৱান শিক্ষাৰ্থীসকল নিৰ্বাচিত হ’ব বুলি বিদ্যালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। এই জলপানিৰ দ্বাৰা আৰ্থিকভাৱে পিচপৰা শ্ৰেণীৰ শিক্ষাৰ্থীসকল উপকৃত হ’ব বুলি সংবাদমেলত উল্লেখ কৰা হৈছে।

এই পৰীক্ষাৰ জৰিয়তে শ্ৰেষ্ঠ ২০ গৰাকী ছাত্ৰ নিৰ্বাচন কৰা হ’ব আৰু তেওঁলোকক ডিচেম্বৰ মাহত ডেৰাডুনত হ’ব লগা সাক্ষাৎকাৰৰ বাবে নিমন্ত্ৰণ জনোৱা হ’ব ৷ ইয়াৰ বাবে ছাত্ৰৰ লগতে এগৰাকী অভিভাৱকৰ সম্পূৰ্ণ অহা যোৱা আৰু ডেৰাডুনত থকা খোৱাৰ খৰচ কৰ্তৃপক্ষই বহন কৰিব।

১৯৩৫ চনতে স্থাপন কৰা বিদ্যালয়খন দেশৰ শৈক্ষিক ঐতিহ্যৰ ধ্বজাবাহক। বিদ্যালয়খনে যোগ্যতাৰ ভিত্তিত হোৱা বাচনিক গুৰুত্ব প্ৰদান কৰে। যাৰ বাবে বৰ্তমান ১৬ শতাংশ আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰই ৪৮ শতাংশ জলপানি লাভ কৰি শিক্ষাগ্ৰহণ কৰি আছে।

Previous Post

চিকিৎসাৰ অভাৱত কাগজ কলৰ ৯৩ গৰাকী কৰ্মচাৰীৰ মৃত্যুঃ সাংসদ প্ৰদ্যুৎ বৰদলৈ

Next Post

গ্ৰামাঞ্চলত এটকাতে একচনীয়া মাটি ম্যাদী পট্টালৈ উন্নীতকৰণঃ অসম চৰকাৰৰ অভিলাষী আঁচনি

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
১ লাখ নিযুক্তিৰ অংশস্বৰূপে কলাক্ষেত্রত ৭৬৭ গৰাকী যুৱক–যুৱতীক অনুকম্পামূলক নিয়মীয়া নিযুক্তিপত্র বিতৰণ মুখ্যমন্ত্ৰীৰ

গ্ৰামাঞ্চলত এটকাতে একচনীয়া মাটি ম্যাদী পট্টালৈ উন্নীতকৰণঃ অসম চৰকাৰৰ অভিলাষী আঁচনি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7