VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঔষধিযুক্ত নাৰ্জী ফুলৰ খেতিৰেও মুকলাব পাৰি উপাৰ্জনৰ পথ

voicedesk by voicedesk
September 10, 2021
in সমাজ, অৰ্থনীতি
ঔষধিযুক্ত নাৰ্জী ফুলৰ খেতিৰেও মুকলাব পাৰি উপাৰ্জনৰ পথ
0
SHARES
281
VIEWS
Share on FacebookShare on Twitter

অসমৰ জলবায়ুত ১২ মাহে চাহিদা থকা এবিধ ফুল হৈছে নাৰ্জী ফুল। প্ৰায় প্ৰতিঘৰ মানুহৰ চৌহদতে পোৱা যায় এই ফুলবিধ। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত নাৰ্জী ফুলৰ বহুল ব্যৱহাৰ পৰিলক্ষিত হোৱা দেখা যায়। এই ফুলৰ সুন্দৰতাৰ উপৰি যথেষ্ট ঔষধি গুণো আছে।

  • কটা-ছিঙা ঘাত নাৰ্জী ফুলৰ পাতৰ ৰস লগালে তেজ ওলোৱা বন্ধ হয় আৰু সোনকালে শুকায়।
  • শৰীৰৰ বিভিন্ন স্থানত খজুৱতি হ’লে নাৰ্জী ফুলৰ পাত থেতেলিয়াই সেই স্থানত লগালে আৰাম পোৱা যায়।
  • নাৰ্জী ফুলৰ পাত গৰম পানীত সিজাই সেই ৰসেৰে কুলকুলি কৰিলে দাঁতৰ বিষ কমে।
  • শীতকালত হাত-ভৰিৰ ছাল শুকান হৈ যোৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নাৰ্জী ফুলৰ পাতৰ ৰসৰ লগত ভেচলিন মিহলাই লগালে ছাল নিমজ হৈ পৰে।
  • অৰ্শ ৰোগত নাৰ্জী ফুলৰ ৰস উপকাৰী।

নাৰ্জী ফুলৰ চাহিদা বাৰ মাহে থকাৰ বাবে ইয়াৰ খেতি কৰি স্বাবলম্বীও হ’ব পাৰি। এই  ফুলৰ বীজ সিঁচাৰ সময় আগষ্ট-ছেপ্তেম্বৰ মাহ। পুলিবোৰ ৫-৭ ছেঃ মিঃ (২-৩ ইঞ্চি) ওখ হোৱাৰ পাছত বাগিচাৰ ভেটিত শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে। নাৰ্জী ফুলৰ পুলিবোৰ ২০-২৫ ছেঃ মিঃ ওখ হ’লে বা গছত ফুল ফুলিবলৈ ধৰাৰ আগতে বাঁহৰ খুঁটি পুতি গছবোৰ বান্ধি দিব লাগে।ইয়াৰ উপৰিও গছৰ গুৰিৰ পৰা বন-পাতবোৰ আঁতৰাই নিয়মীয়াকৈ পানীৰ যোগান ধৰিব লাগে।

উল্লেখ্য যে নিয়মিতভাৱে ফুল ছিঙিলেহে এই ফুলৰ উৎপাদন বাঢ়ে। আনহাতে নাৰ্জী ফুলৰ বাবে গোবৰ বা পচন সাৰেই যথেষ্ট। পুলি ৰোপণ কৰাৰ আগতে মাটিত যথেষ্ট পৰিমাণে গোবৰ সাৰ প্ৰয়োগ কৰি ল’বলগীয়া হয়। আনহাতে ব্যৱসায়িক ভিত্তিত নাৰ্জী ফুলৰ খেতি কৰিলে বিঘাই প্ৰতি নিৰ্দিষ্ট পৰিমাণৰ  ইউৰিয়া, ছুপাৰ ফছফেট  মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰি অধিক লাভৱান হ’ব পাৰি।

Previous Post

ফোন নম্বৰ নথিভুক্ত নথকাকৈ কিদৰে ডাউনলোড কৰিব আধাৰ কাৰ্ড জানো আহক

Next Post

গাৰো নেতৃত্বৰ বিশাল প্ৰতিবাদী সভাঃ অসমৰ এক ইঞ্চি ভূমিও মেঘালয়ক এৰি নিদিয়ে সীমান্তৰ গাৰো ৰাইজে

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
গাৰো নেতৃত্বৰ বিশাল প্ৰতিবাদী সভাঃ অসমৰ এক ইঞ্চি ভূমিও মেঘালয়ক এৰি নিদিয়ে সীমান্তৰ গাৰো ৰাইজে

গাৰো নেতৃত্বৰ বিশাল প্ৰতিবাদী সভাঃ অসমৰ এক ইঞ্চি ভূমিও মেঘালয়ক এৰি নিদিয়ে সীমান্তৰ গাৰো ৰাইজে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7