VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মুম্বাইৰ এটা বিশেষ  ঘৰ ‘কেচৰষ্টেজ আসাঞ্জা’

ছাঁদৰ পৰা দেৱাললৈকে সম্পূৰ্ণৰূপে ভূগৰ্ভস্থ এটি আকৰ্ষণীয় ঘৰ

voicedesk by voicedesk
October 17, 2022
in সমাজ
মুম্বাইৰ এটা বিশেষ   ঘৰ ‘কেচৰষ্টেজ আসাঞ্জা’
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষৰ এজন অন্যতম উদ্যোগপতি  আনন্দ মহিন্দ্ৰাই  সামাজিক মাধ্যম  টুইটাৰত  শেহতীয়াকৈ আপলোড কৰা এটা ভিডিঅ’ই  সকলোকে আচৰিত কৰিছে।প্ৰকৃততে, তেওঁ তেওঁৰ টুইটাৰ একাউণ্টৰ পৰা এনে এটা ঘৰৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে যিটো ঘৰ সম্পূৰ্ণৰূপে মাটিৰ তলত নিৰ্মাণ কৰা হৈছে। মুম্বাইৰ ওচৰত অৱস্থিত এই ঘৰটোৰ ছবি আৰু ভিডিঅ’  সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে।

আনন্দ মহিন্দ্ৰাই  তেওঁৰ টুইটাৰ হেণ্ডেলৰ পৰা  শ্বেয়াৰ  কৰা  এই ঘৰটোৰ  এক বিশেষত্ব আছে । ভিডিঅ’টোত, পাহাৰৰ মাজত এটা ঘৰ নিৰ্মাণ কৰা দেখা গৈছে। আনহাতে এই ঘৰটো সম্পূৰ্ণৰূপে ভূগৰ্ভস্থ (মাটিৰ তলত)।  ঘৰটো মুম্বাইৰ ওচৰৰ মুৰবাদ নামৰ ঠাইত সেউজীয়া সহ্যদ্ৰী পাহাৰৰ মাজত বিশেষ ভাৱে  নিৰ্মাণ কৰা হৈছে  এই ঘৰটো  ৷

এই  ঘৰটোৰ নাম ‘কেচৰষ্টেজ আসাঞ্জা’।  নিউজিলেণ্ডৰ হবিট হোমছৰ আৰ্হিত  নিৰ্মাণ কৰা হৈছে এই বিশেষ ঘৰটো  । মুম্বাইৰ পৰা প্ৰায় ২.৫ কিলোমিটাৰ দূৰত অৱস্থিত এই  ঘৰটো ছাঁদৰ পৰা দেৱাললৈকে সম্পূৰ্ণৰূপে ভূগৰ্ভস্থ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই ঘৰটোত পোহৰ সোমাবৰ বাবে খিৰিকীও আছে। এই খিৰিকীবোৰৰ পৰা বাহিৰত সুন্দৰ দৃশ্যও উপভোগ কৰিব  পাৰি।

আনন্দ মহিন্দ্ৰাই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে এই ঘৰটো অতি আকৰ্ষণীয়। ইয়াৰ ডিজাইন সাংঘাতিক। উৎকৃষ্ট জলবায়ু নিয়ন্ত্ৰণৰ পৰিপ্ৰেক্ষিতত এই ঘৰটো যিধৰণে নিৰ্মাণ কৰা হৈছে এইটো ক’ব পাৰি যে ভৱিষ্যতেও  এনে ঘৰ থাকিব আৰু  ভৱিষ্যতে এনে ঘৰৰ প্ৰয়োজন হ’ব। কাৰণ কৰ’ণা মহামাৰীৰ পিছৰপৰা  সমগ্ৰ বিশ্বৰ লোকসকলে এক অনন্য আৰু আকৰ্ষণীয় অভিজ্ঞতাৰ সন্ধান কৰিছে ।

Fascinating. A very ‘cool’ design, and I use that word in a literal sense too, given the efficient climate control enabled by the mode of construction! This is the future of hospitality, since people are looking for unique and exotic experiences in our post-pandemic world… pic.twitter.com/3xnz8hzPGl

— anand mahindra (@anandmahindra) October 13, 2022

Previous Post

সংযুক্তা দত্তৰ ৰেচমী মেখেলা চাদৰ পৰিধান কৰি ৰেম্পত খোজ থ’লে জনপ্ৰিয় অভিনেত্ৰী ভাগ্যশ্ৰীয়ে

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7