VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

voicedesk by voicedesk
September 24, 2021
in সমাজ, অৰ্থনীতি, জীৱন
১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰে। কিছু পৰিমাণে স্বাভাৱিক হৈ পৰা ক’ভিড পৰিস্থিতিৰ পিছত ৰাজ্যখনৰ অৰ্থনীতিত কিছু পৰিৱৰ্তনৰ আশাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ পৰ্যটকক আদৰিবলৈ সাজু হৈ উঠিছে।এই ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে উল্লেখ কৰে।

প্ৰথম পৰ্যায়ত কঁহৰা আৰু বাগৰী বনাঞ্চল পৰ্যটকৰ বাবে মুকলি হ’ব, পিছত অগৰাতলী আৰু বুঢ়াপাহাৰ বনাঞ্চলো মুকলি কৰি দিয়া হ’ব। হাতী ছাফাৰী মুকলি কৰা হ’ব নৱেম্বৰত। বৰ্তমান কাজিৰঙাত পৰ্যটকৰ বাবে কেৱল জীপ ছাফাৰীৰ ব্যৱস্থা থাকিব।

আনহাতে প্ৰতিবছৰৰ দৰে এইবাৰো নৱেম্বৰ মাহৰ পৰাই হাতী ছাফাৰী পৰ্যটকৰ বাবে মুকলি হ’ব বুলি উল্লেখ কৰে উদ্যান কৰ্তৃপক্ষই। ২০২০-২১ পৰ্যটন বৰ্ষত ক’ভিডৰ বাবে বিদেশী পৰ্যটক কাজিৰঙালৈ নাহিলেও ঘৰুৱা পৰ্যটকৰ আগমনে অভিলেখ সৃষ্টি কৰিছিল। 

২ লাখতকৈ অধিক পৰ্যটকে বিগত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ভ্ৰমণৰ বাবে আহিছিল। আগন্তুক ২০২১-২২ পৰ্যটন বৰ্ষতো পৰ্যটকৰ পৰা ব্যাপক সহাঁৰি লাভ কৰিব বুলি উদ্যান কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে।

Previous Post

ভাৰতীয় মূলৰ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে প্ৰধান মন্ত্ৰী মোডীৰ বৈঠক

Next Post

দেশৰ শ্বেয়াৰ বজাৰত ইতিহাসঃসুদীৰ্ঘ ৩১ বছৰৰ পিছত ৬০ হাজাৰ অতিক্ৰম ছেনছেক্স

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
দেশৰ শ্বেয়াৰ বজাৰত ইতিহাসঃসুদীৰ্ঘ ৩১ বছৰৰ পিছত ৬০ হাজাৰ অতিক্ৰম ছেনছেক্স

দেশৰ শ্বেয়াৰ বজাৰত ইতিহাসঃসুদীৰ্ঘ ৩১ বছৰৰ পিছত ৬০ হাজাৰ অতিক্ৰম ছেনছেক্স

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7