VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
September 30, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট সাংবাদিক তথা সাহিত্যিক ৰাধিকামোহন ভাগৱতীৰ স্মৃতি দিৱস । বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ জামুগুৰি উচ্চ ইংৰাজী বিদ্যালয় আৰু গুৱাহাটীৰ সোণাৰাম উচ্চ ইংৰাজী বিদ্যালয়ত দুবছৰ শিক্ষকতা কৰে । ১৯৫৮ চনত তেওঁ হৰেন্দ্ৰ নাথ বৰুৱাৰ দ্বাৰা সম্পাদিত ‘নতুন অসমীয়া’ কাকতত উপ-সম্পাদক হিচাপে সাংবাদিক জীৱনৰ পাতনি মেলে । ১৯৬০ চনত তেওঁ ‘ৰামধেনু’ আলোচনীৰো সম্পাদকৰ দায়িত্ব লয় । তাৰ পিছত তেওঁ আজিৰ দৈনিক বাতৰি, আজিৰ অসম, দ্য ছেণ্টিনেল (হিন্দী) আৰু দৈনিক অসম কাকতৰ সম্পাদক হয় । অসমীয়া সাহিত্য জগতলৈও তেওঁ প্ৰায় ১৯খন গ্ৰন্থৰে বৰঙণি আগবঢ়াই থৈ গৈছে । তাৰ ভিতৰত ৰক্তজৱা, বনৰীয়া ফুল, এজন ৰজা আছিল আদি গ্ৰন্থ অন্যতম । আমাৰ বাতৰি কাকতৰ কাহিনী নামৰ গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমিৰ অনুবাদ বঁটাও (১৯৯১) লাভ কৰে । ১৯১৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাংবাদিক, সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট শিশু-সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীৰ স্মৃতি দিৱস । ভাৰতীয় জীৱন বীমা নিগমৰ বিষয়া হিচাপে কৰ্ম জীৱনৰ পাতনি মেলি ১৯৬৭ চনত অসম চৰকাৰৰ সহকাৰী নিয়োগ বিষয়া হিচাপে যোগদান কৰি ১৯৯৯ চনত নিয়োগ বিভাগৰ যুটীয়া সঞ্চালক (ভাৰপ্ৰাপ্ত) হিচাপে অৱসৰ গ্ৰহণ কৰে । তেওঁ ছয়গাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষও আছিল । চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁৰ প্ৰথমটো পদ্য ‘মিনতি’ প্ৰকাশ পাইছিল ‘সাদিনীয়া অসমীয়া’ কাকতত । অসমীয়া শিশু-সাহিত্যৰ জগতখনলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ যোৱা অধিকাৰীৰ টকাত একোটা হাতী, ৰ’দালি এ ৰ’দ একণ দে, আখৰৰ গীত, টৰ্চ মৰা মহ আদি জনপ্ৰিয় শিশু-গ্ৰন্থ । ২০১০ চনত তেওঁ সাহিত্য অকাডেমিৰ শিশু-সাহিত্য বঁটা লাভ কৰে । ২০২০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিশু-সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট কবি মীৰা ঠাকুৰৰ ওপজা দিন । কবিগৰাকীলৈ জনালোঁ ওপজা দিনৰ ওলগ ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

পুৱতি নিশা ভূমিকম্পই জোকাৰি গ’ল অসম

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
পুৱতি নিশা ভূমিকম্পই জোকাৰি গ’ল অসম

পুৱতি নিশা ভূমিকম্পই জোকাৰি গ’ল অসম

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7