VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
November 22, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

আজি গণশিল্পী হেমাংগ বিশ্বাসৰ স্মৃতি দিৱস । জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাৰ সমানেই শ্ৰদ্ধাৰে উচ্চাৰিত এটি নাম হেমাংগ বিশ্বাস । তেওঁ আছিল এগৰাকী কবি, গীতিকাৰ, কণ্ঠশিল্পী তথা নিবন্ধকাৰ । লোকসংগীতৰ আধাৰত তেওঁ গণসংগীত ৰচনা কৰিছিল । তেওঁ অসমীয়া আৰু বাংলা দুয়োটা ভাষাতেই সাহিত্য ৰচনা কৰিছিল । অসমীয়া লোকসংগীতৰ বিষয়ে তেওঁ নিভাঁজ ব্যাখ্যা আগবঢ়াইছিল । তেওঁ অসমত গণনাট্য সংঘ প্ৰতিষ্ঠাত আগভাগ লৈছিল আৰু গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । তেওঁ মঘাই ওজাক ৰাইজৰ মাজলৈ উলিয়াই আনিছিল । কুলখুৰাৰ চোতাল তেওঁৰ এখন জনপ্ৰিয় কবিতা পুথি । অসম আৰু বংগৰ লোক-সংগীত সমীক্ষা তেওঁৰ এখন বহুমূলীয়া গ্ৰন্থ । ১৯৮৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট অভিনেতা বিজু ফুকনৰ স্মৃতি দিৱস । তেওঁ আছিল অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় নায়ক । ডাঃ বেজবৰুৱা চলচ্চিত্ৰৰ এটা সৰু চৰিত্ৰত ভুমুকি মাৰি তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে । নায়কৰূপে অভিনয় কৰা তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ আছিল বৰুৱাৰ সংসাৰ । ১৯৬০-৮০ৰ দশকত তেওঁ প্ৰায় চল্লিছখন অসমীয়া চলচ্চিত্ৰত নায়কৰ ভূমিকাত অভিনয় কৰি অসমীয়া চলচ্চিত্ৰ জগতৰ তাৰকা হিচাপে চিহ্নিত হৈছিল । আজলী নবৌ, বোৱাৰী, ঘৰ-সংসাৰ, অগ্নিস্নান আদি তেওঁ অভিনীত অতি জনপ্ৰিয় চলচ্চিত্ৰ । তেওঁ হোটেল শ্বোফিক্স, গজমুক্তা আদি বাংলা চলচ্চিত্ৰতো অভিনয় কৰিছিল । তেওঁ আৱাহন থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ আদি ভ্ৰাম্যমাণ নাট্যদলতো অভিনয় কৰিছিল । তেওঁ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ দেউতা নামৰ (ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পৰ আধাৰত নিৰ্মিত) এখন ধাৰাবাহিকো পৰিচালনা কৰিছিল । ২০১৭ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । অভিনেতাগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

দুষ্টবৰ্ণ কি? দুষ্টবৰ্ণ কিয় হয় ? দুষ্টবৰ্ণ হ’লে কি কৰিব লাগে জানেনে বাৰু?

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
দুষ্টবৰ্ণ কি? দুষ্টবৰ্ণ কিয় হয় ? দুষ্টবৰ্ণ হ’লে কি কৰিব লাগে জানেনে বাৰু?

দুষ্টবৰ্ণ কি? দুষ্টবৰ্ণ কিয় হয় ? দুষ্টবৰ্ণ হ'লে কি কৰিব লাগে জানেনে বাৰু?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7