VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
December 11, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট সাহিত্যিক বেণুধৰ ৰাজখোৱাৰ ওপজা দিন । ১৯৭২ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ৰ খোৱাঙত তেওঁৰ জন্ম হৈছিল । কলিকতাত উচ্চ শিক্ষা গ্ৰহণ কৰি তেওঁ অসমত ১৮৯৮ চনত উপ-প্ৰতি সমাহৰ্তা ৰূপে কৰ্মজীৱনৰ পাতনি মেলি ১৯৩১ চনত শিৱসাগৰ জিলাৰ উপায়ুক্ত ৰূপে অৱসৰ গ্ৰহণ কৰে । ব্ৰিটিছ চৰকাৰে তেওঁক ৰায়চাহাব খিতাপ লাভ কৰে । কলিকতাত পঢ়ি থকা সময়ছোৱাত তেওঁ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সৈতেও জড়িত হৈ আছিল । পদ্মনাথ গোহাঞি বৰুৱাৰ সৈতে লগ লাগি তেওঁ ‘বিজুলী’ আলোচনীৰ প্ৰকাশত বিশেষ অৰিহণা যোগাইছিল । চন্দ্ৰসম্ভৱ, দশগীত, পঞ্চকবিতা, কুৰি শতিকাৰ সভ্যতা, টোপনিৰ পৰিণাম, অসমীয়া খণ্ডবাক্য কোষ আদি তেওঁৰ প্ৰকাশিত পুথি । ১৯২৬ চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি অভিনেত্ৰী তথা পৰিচালক আভা হাজৰিকাৰ স্মৃতি দিৱস । তেওঁ ‘মানৱ আৰু দানৱ’ চলচ্চিত্ৰত অভিনয়ৰ জৰিয়তে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল । পিছলৈ তেওঁ নিয়তি, অগ্নিস্নান, বৈভৱ আদি চলচ্চিত্ৰত অভিনয় কৰে । তেওঁ পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা অভিনয়ৰ ডিপ্লমা লাভ কৰিছিল । কলিকতাৰ ভিক্টোৰিয়া কলেজত পঢ়ি থাকোঁতেই তেওঁ ‘মেঘে ঢাকা তাৰা’ নামৰ বাংলা নাটক এখনত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল । তেওঁ আছিল উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা তথ্যচিত্ৰ পৰিচালক । ১৯৭৯ চনত তেওঁ প্ৰথমখন তথ্যচিত্ৰ ‘ভুল’ নিৰ্মাণ কৰে । পিছলৈ তেওঁ অসমৰ লোকচিত্ৰ, সামাজিক বনানীকৰণ আদি বিষয়ত কেইবাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰে । গুৱাহাটী দূৰদৰ্শন যোগে প্ৰচাৰিত ‘উৎকণ্ঠ মহানগৰ’ নামৰ ধাৰাবাহিক এখনো তেওঁ পৰিচালনা কৰিছিল । অসমীয়া চলচ্চিত্ৰ ‘মধুছন্দা’ৰ তেওঁ মুখ্য সহকাৰী পৰিচালক আছিল । তেওঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নাট শাখাৰ উপদেষ্টা আৰু ফিল্ম চেন্সৰ বোৰ্ডৰ সদস্য আছিল । ২০১০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । অভিনেত্ৰী তথা পৰিচালকগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7