VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
January 1, 2023
in সমাজ
প্ৰাতঃস্মৰণীয়
0
SHARES
39
VIEWS
Share on FacebookShare on Twitter

আজি অসমীয়া ভাষাৰ অন্যতম হিতৈষী ডাঃ নাথান ব্ৰাউনৰ স্মৃতি দিৱস । এগৰাকী আমেৰিকান বেপ্টিষ্ট মিছনেৰী হিচাপে ধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ আহি তেওঁ অসমীয়া ভাষা, ব্যাকৰণ আৰু লিপিৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়াইছিল । ১৮৩৬ চনত তেওঁ অসমলৈ আহি তেতিয়া অসমীয়া ভাষাৰ সন্মুখত সৃষ্টি হোৱা সংকটৰ সময়তে Grammatical Notes on Assamese Language নামৰ প্ৰথম অসমীয়া ব্যাকৰণখন লিখে । তেওঁ প্ৰথম অসমীয়া সংবাদপত্ৰ ‘অৰুণোদই’ৰ প্ৰকাশত আগভাগ লৈছিল আৰু তাৰ সম্পাদক হৈছিল । শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা তেওঁ কেইবাগৰাকীও অসমীয়া লেখকৰ গ্ৰন্থ প্ৰকাশ কৰিছিল । সেই সময়ত অসমীয়া ভাষাক বাংলা ভাষাৰ উপভাষা বুলি গণ্য কৰাৰ ষড়যন্ত্ৰৰ বিপৰীতে এই ধাৰণা দূৰ কৰাত বিশেষ ভূমিকা লৈছিল । ১৮৮৬ চনৰ আজিৰ দিনটোতে জাপানৰ য়ক’হামাত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বৰেণ্য ব্যক্তিলৈ আমাৰ প্ৰণাম ।

আজি ন্যায়াধীশ পাৰ্বতী কুমাৰ গোস্বামীৰ ওপজা দিন । ১৯১৩ চনৰ আজিৰ দিনটোতে শিৱসাগৰত তেওঁৰ জন্ম হৈছিল । গুৱাহাটীৰ আৰ্ল ল কলেজৰ পৰা তেওঁ আইনৰ স্নাতক ডিগ্ৰী লাভ কৰি ১৯৪৩ চনত কলিকতা উচ্চ ন্যায়ালয়ত যোগদান কৰে । ১৯৪৭ চনৰ পৰা ১৯৪৯ চনলৈ তেওঁ তাত চৰকাৰী অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে । ১৯৫৩ চনত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে যোগদান কৰে । ১৯৬৭ চনত অসম আৰু নগালেণ্ডৰ কাৰ্যকৰী ৰাজ্যপাল হিচাপে তেওঁ নিযুক্তি লাভ কৰে । ১৯৭৩ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হয় । তেৱেঁই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি হোৱা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি । ১৯৭৭ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে । তেওঁ বিশ্ব ন্যায়াধীশ সংস্থাৰো সক্ৰিয় সদস্য আছিল । ন্যায়াধীশগৰাকীলৈ আমাৰ প্ৰণাম ।

আজি বিশিষ্ট বিজ্ঞানী, লেখক তথা শিক্ষাবিদ ডঃ কুলেন্দু পাঠকৰ ওপজা দিন । ১৯৪৩ চনৰ আজিৰ দিনটোতে কামৰূপ জিলাৰ নগৰবেৰাত তেওঁ জন্ম হয় । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ইংলেণ্ডৰ বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰি তেওঁ ১৯৬৪ চনত প্ৰাগজ্যোতিষ কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগত যোগদান কৰে । পিছত ১৯৬৫ চনত কটন কলেজত যোগদান কৰি ২০০০ চনত তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে । ২০০২ চনত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্ত হয় আৰু ২০০৮ চনলৈ সেৱা আগবঢ়ায় । তেওঁ অসম ইলেক্ট্ৰনিক ডেভেলপমেণ্ট কৰ্প’ৰেচনৰ অবৈতনিক সঞ্চালক, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ মুৰব্বী আদি পদতো কাৰ্যনিৰ্বাহ কৰিছিল । অসম বিজ্ঞান সমিতিৰ সভাপতি, জিজ্ঞাস আলোচনীৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । আৱিষ্কাৰক আৰু উদ্ভাৱক, আধুনিক বিজ্ঞানৰ পটভূমি, আত্মকথা আদি তেওঁৰ কেইখনমান প্ৰকাশিত গ্ৰন্থ । বিজ্ঞানীগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

প্ৰতিদিনে কাজু খায় নেকি ? নিয়মিত ভাৱে কাজু খালে কি হয় জাঁনো আহক ?

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
প্ৰতিদিনে কাজু খায় নেকি ? নিয়মিত ভাৱে কাজু খালে কি হয় জাঁনো আহক ?

প্ৰতিদিনে কাজু খায় নেকি ? নিয়মিত ভাৱে কাজু খালে কি হয় জাঁনো আহক ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7