VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সমগ্র বিশ্বৰ বাবেই যেন এক আদৰ্শ হৈ পৰিছে ‘চাচাৰাম ৰে’লৱে জংচন’

voicedesk by voicedesk
October 5, 2021
in সমাজ
সমগ্র বিশ্বৰ বাবেই যেন এক আদৰ্শ হৈ পৰিছে ‘চাচাৰাম  ৰে’লৱে জংচন’
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

ভাৰতবৰ্ষৰ এখন লেখত ল’বলগীয়া ৰাজ্য বিহাৰৰ ৰৌহটাচ জিলাৰ এক ব্যস্ততা পূৰ্ণ  হূলস্থূলীয়া জংচন হ’ল ‘চাচাৰাম’।

ৰে’লৱে ষ্টেচন বুলি ক’লেই আমাৰ সহজতেই মনলৈ আহে এক উশ্বৃংখল পৰিবেশৰ কথা তাতে যদি সেইয়া জংচন হয় তেন্তে সেই উশ্বৃংখলতা  আৰু চাৰিগুণ বেছি হৈ পৰিব বুলি সহজেই অনুমেয়।  কিন্তু আমাৰ এই অনুমানক মিছা প্ৰতিপন্ন কৰি বিহাৰৰ ৰৌহটাচ জিলাৰ  চাচাৰাম জংচনে  দিলে এক সুকীয়া পৰিচয়। এইয়া হয়তো আপোনালোকৰ কল্পনাৰো অগোচৰ যে দিনটোৰ নিৰ্দিষ্ট কিছু সময়ত অৰ্থাৎ ৰাতিপুৱা আৰু সন্ধিয়া দুঘণ্টাৰ বাবে এই ব্যস্ত হূলস্থূলীয়া জংচনটোৰ ১আৰু ২নং প্লেটফৰ্মকেইটা  পৰিণত হয় যুৱপ্ৰাৰ্থী সকলৰ প্ৰশিক্ষণ কেন্দ্ৰত । আনহে নালাগে দেশৰ অসামৰিক সেৱাকে  আদি কৰি প্ৰশাসনিক সেৱা, বেংক পৰীক্ষা, আই. আই. টি. আৰু আই. আই. এম. ৰ প্ৰবেশ পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলে প্লেটফৰ্মতে ।

 

এই যাত্ৰাৰ আৰম্ভণি হৈছিল ২০০২-২০০৩চনতে। প্ৰথম অৱস্থাত একেবাৰে কম সংখ্যক ছাত্র ছাত্ৰীৰ এটি গোটেৰে আৰম্ভ কৰা এই যাত্ৰাই যেন এতিয়া এক অনন্য ৰূপ পালে।চাচাৰাম জংচনৰ ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ বিভিন্ন গোটসমূহ এতিয়া যেন কোনো প্ৰতিষ্ঠানতকৈ কোনো গুণেও  কম নহয়।

আটাইতকৈ ভাললগা কথা এইয়ে যে যিসকল এই যাত্ৰাত সফল হৈছে বা বহু বছৰ ধৰি সফল হ’ব পৰা নাই সেই সকলৰ তত্বাৱধানত এই প্ৰশিক্ষণ চলি আছে আজি পৰ্যন্ত। ৰৌহটাচ জিলাৰ চাচাৰাম জংচন প্ৰশিক্ষণ কেন্দ্ৰলৈ  ৰূপান্তৰিত হোৱা মূল কাৰণ হ’ল ইয়াত ২৪ ঘন্টাই বিজুলি যোগান অব্যাহত থাকে। বাওঁপন্থী আন্দোলনৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱা ৰৌহটাচ জিলাৰ বেছিভাগ ল’ৰাছোৱালীয়েই ইয়ালৈ প্ৰশিক্ষণৰ বাবে আহে কাৰণ তেওঁলোকৰ বেছিভাগৰ ঘৰতেই  বিদ্যুতৰ ব্যৱস্থা নাই বুলিবই পাৰি। দ্ৰাৰিদ্ৰ্য কিম্বা জীৱন যুঁজৰ যন্ত্ৰণাদগ্ধ সময়বোৰত তেওঁলোকৰ বাবে এটা স্থায়ী সংস্থাপনেই  কৰিব পাৰে পোহৰৰ সঞ্চাৰ। অবিশ্বাস্য যে জংচনটোৰ লাইট পোষ্টৰ  তলত তেওঁলোকে দৈনিক অধ্যয়ন কৰে আৰু প্ৰয়োজন হ’লে তাতেই  নিশা যাপন কৰে।

চাচাৰাম জংচনৰ ২৪ঘন্টাই দিন যেন পোহৰ হৈ থকা পৰিবেশেই যেন ছাত্ৰ ছাত্ৰী সকলক জীৱনৰ প্ৰতি পোহৰ মূখী কৰি তোলে এজন অভিভাৱকৰ দৰে।

চাচাৰাম জংচন জিলিকি ৰওঁক আদৰ্শ হৈ, অভিভাবক হৈ, শিক্ষাৰ জগতত এগচি  চাকি হৈ।

Previous Post

ডি আই জি ৰৌনক আলি হাজৰিকাক গ্ৰেপ্তাৰ

Next Post

Medical tourism ৰ ক্ষেত্ৰত অসমত নতুন সম্ভাৱনা

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
Medical tourism ৰ ক্ষেত্ৰত অসমত নতুন সম্ভাৱনা

Medical tourism ৰ ক্ষেত্ৰত অসমত নতুন সম্ভাৱনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7