চুতীয়া সাম্ৰাজ্যৰ মহীয়সী ৰাণী, চুতীয়া ৰাজ্যৰ শেষ গৰাকী বীৰাংগনা ৰাণী সতী সাধনীৰ অতুলনীয় দেশপ্ৰেম ,আত্মবলিদান আৰু বীৰত্ব ইতিহাসৰ এক চিৰস্মৰণীয় অধ্যায়।
“সতী সাধনী দিৱস”ৰ পৱিত্ৰ ক্ষণত মহান বীৰাঙ্গনা গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচিলোঁ।
বীৰাঙ্গনা সাধনীৰ ত্যাগ, কৰ্তব্যনিষ্ঠা আৰু স্বদেশপ্ৰেম আমাৰ নাৰীসকলৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব।