VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ষ্টেট বেংকৰ বৃহৎ সিদ্ধান্তঃ পূজাৰ বতৰত হ্ৰাস পাইছে সুতৰ হাৰ

voicedesk by voicedesk
September 17, 2021
in সমাজ, সংবাদ গুঞ্জন
ষ্টেট বেংকৰ বৃহৎ সিদ্ধান্তঃ পূজাৰ বতৰত হ্ৰাস পাইছে সুতৰ হাৰ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ষ্টেট বেংকে মধ্যবিত্তসকলৰ বাবে এক বৃহৎ সকাহৰ খবৰ কঢ়িয়াই আনিছে। যি সকল লোকে ষ্টেট বেংকৰ পৰা ঋণ ল’ব বিচাৰে এই খবৰে তেওঁলোকক নিশ্চিতভাৱেই আনন্দিত কৰি তুলিব।

ষ্টেট বেংকে পূজাৰ পূৰ্বেই গৃহ ঋণ লোৱাসকলৰ বাবে এলানি উপহাৰ ঘোষণা কৰিছে। দেশৰ সৰ্ববৃহৎ বেংক খণ্ড ষ্টেট বেংক অৱ ইণ্ডিয়াই তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে সুতৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সুতৰ হাৰ হ্ৰাস পোৱাৰ লগে লগে মধ্যবিত্ত শ্ৰেণীৰ আৰ্থিক বোজা কমি আহিব।

ইমান দিনে ৭৫লাখ টকাৰ অধিক গৃহ ঋণ ল’লে সুত দিব লাগিছিল ৭.১৫শতাংশ। কিন্তু পূজাৰ বতৰত ষ্টেট বেংকে দিয়া উপহাৰ অনুসৰি যিকোনো পৰিমানৰ ঋণৰ ক্ষেত্ৰতে সুতৰ হাৰ হ’ব ৬.৭শতাংশ।

গ্ৰাহকসকলে ৪৫ বেছিছ পইন্ট বচাব পাৰিব। বেংকৰ কথা মতে, যদি কোনোৱে ৩০ বছৰৰ বাবে ৭৫লাখ টকাৰ ঋণ লয়, তেতিয়াহ’লে ৮লাখ টকা কম সুত ভৰিব লাগিব। তদুপৰি, ঋণৰ প্ৰক্ৰিয়াৰ বাবদ কোনো মূল্য দিব নালাগে।

পূৰ্বে চাকৰিয়ালসকলৰ তুলনাত আন গ্ৰাহকসকলে অধিক সুত দিব লাগিছিল কিন্তু ষ্টেট বেংকৰ নতুন উপহাৰ অনুসৰি সেই পাৰ্থক্য এতিয়া নাথাকে। সকলো লোকেই ৬.৭শতাংশ সুতৰ হাৰত ঋণ লোৱাৰ সুযোগ পাব। ষ্টেট বেংকৰ তৰফৰ পৰা ইতিমধ্যে এই কথা স্পষ্ট কৰি দিয়া হৈছে।

Previous Post

এন চি চি পুনৰ নিৰ্মাণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সমিতিত এম এছ ধোনী, আনন্দ মহিন্দ্ৰা

Next Post

স্বাস্থ্য মন্ত্ৰীয়ে উদ্বোধন কৰিলে ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়োৱা ৫০ খন অক্সিজেন যুক্ত বিচনাৰ ক্ৰিটিকেল কেয়াৰ ইউনিট

Related Posts

সংবাদ গুঞ্জন

ডায়েবেটিচ ৰোগত কষ্ট পাই আছে নেকি! দৰৱৰ লগতে ভৰষা কৰিব পাৰে এই পানীয়ৰ

January 30, 2025
জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি
সংবাদ গুঞ্জন

জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱৰ সামৰণি

January 17, 2025
স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন
সংবাদ গুঞ্জন

জ্যোতি চিত্ৰবনত জিম’চাঁয়া সাংস্কৃতিক মহিলা সমিতিৰ বৰ্ণিল সাংস্কৃতিক সমাৰোহ সম্পন্ন

January 11, 2025
কোষ্ঠকাঠিন্যত ভূগি আছে নেকি ? এই তিনি বিধ ভেষজ চাহে দিব পাৰে সকাহ, জানো আহক
সংবাদ গুঞ্জন

পাইলচ বা পক্ষাঘাত ৰোগৰ মহৌষধ এই গছ বিধৰ বিষয়ে জানো আহক

January 5, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
Next Post
স্বাস্থ্য মন্ত্ৰীয়ে উদ্বোধন কৰিলে ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়োৱা ৫০ খন অক্সিজেন যুক্ত বিচনাৰ ক্ৰিটিকেল কেয়াৰ ইউনিট

স্বাস্থ্য মন্ত্ৰীয়ে উদ্বোধন কৰিলে ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়োৱা ৫০ খন অক্সিজেন যুক্ত বিচনাৰ ক্ৰিটিকেল কেয়াৰ ইউনিট

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7