আজি অসমৰ এগৰাকী প্ৰখ্যাৎ চিত্ৰশিল্পী আদ্য শৰ্মাৰ মৃত্যুবাৰ্ষিকী ৷ অসমৰ এগৰাকী স্বনামধন্য চিত্ৰকৰ তথা প্ৰকৃত শিল্পী৷ নলবাৰী জিলাৰ গৌৰৱ আদ্য শৰ্মা দেৱক অসমৰ শিল্প জগতলৈ তেওঁ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসমবাসীয়ে জীৱন শিল্পী উপাধিৰে বিভূষিত কৰিছিল ৷আজি তেওঁৰ পবিত্ৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ৷ শিল্পী গৰাকীৰ আদৰ্শ আৰু শিল্পী সত্বাই ভবিষ্যতৰ প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি থাকিব।