VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নাৰেংগীত দুখনকৈ গ্ৰন্থ উন্মোচন

দুৰ্দশাগ্ৰস্তজনৰ হকে লেখাইহে মানুহৰ অন্তৰ জয় কৰিব পাৰে : ড০ ৰোমান শৰ্মা

voicedesk by voicedesk
January 12, 2023
in সমাজ
নাৰেংগীত দুখনকৈ গ্ৰন্থ উন্মোচন
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

১১জানুৱাৰী বুধবাৰে  গুৱাহাটী মহানগৰীৰ নাৰেংগী শংকৰদেৱ বিদ্যা নিকেতন প্ৰাংগণত “পৰাগজ্যোতি  প্ৰকাশন”ৰ উদ্যোগত ৮৩ বছৰীয়া কবি, লেখক  ডা : অৱনী মোহন শৰ্মাৰ কাব্য সংকলন “নৱ কল্লোল” আৰু গল্প সংকলন “মৌন বেদনা” শুভ উন্মোচন কৰা হয় । নিউ গুৱাহাটী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিধন বৰ্মণৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাৰ আদৰণি ভাষণ দিয়ে প্ৰকাশনৰ সচিব, সাংবাদিক, লেখক দীপক শৰ্মাই । ড০ প্ৰান্তিকা শৰ্মাৰ মংগলাচৰণেৰে আৰম্ভ কৰা সভাত কাব্য সংকলনখনি উন্মোচন কৰি পদ্মশ্ৰী প্ৰাপক, বিশিষ্ট কবি, লেখক, সমালোচক ড০ ৰোমান শৰ্মাই কয়- “কবিতাৰ প্ৰতি মানুহৰ আকৰ্ষণ অনন্য । ব্যতিক্ৰম ধৰ্মী লেখনি, ৰছনা, সৃষ্টিবোৰ মানুহৰ মাজত মনত থাকে । মানৱীয় প্ৰমূল্যবোধৰ লেখাইহে মানুহৰ মনত সাচ  বহুৱায় । মানৱতা দৰ্শনৰ গুণ, দুৰ্দশাগ্ৰস্তজনৰ হকে লিখাবোৰে মানুহৰ অন্তৰ জয় কৰিব পাৰে । অসূয়া শক্তি, অপ শক্তি, অপ-সংস্কৃতিৰ বিৰুদ্ধে কবিতা বা অন্যান্য সাহিত্য সৃষ্টি কৰিব লাগে । হিংসা,বিদ্বেষ, যুদ্ধৰ বিৰুদ্ধে কলম চলাব লাগে ।”

গল্প সংকলনখনি উন্মোচন কৰি গুৱাহাটী কমাৰ্চ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক ড০ পূৰ্ণ ভট্টাচাৰ্যই কয়- “মানুহ চিৰ প্ৰেমিক । মৃত্যুলৈকে  অন্তৰত প্ৰেম প্ৰবাহিত হৈ থাকে । সাহিত্যত সতেজতা থাকিবই লাগিব । সাহিত্যত যুগৰ প্ৰভাৱ, সভ্যতাৰ প্ৰভাৱ স্পষ্টকৈ পৰে । কাহিনী আৰু বৰ্ণনা একে হ’ব লাগে । জীৱনত অধ্যয়ন কৰিলেহে সত্য উপলব্ধি কৰিব পাৰে ।” শিক্ষয়িত্ৰী প্ৰণামিকা শৰ্মাই আঁত ধৰা সভাত অৰ্ণৱ শইকীয়া আৰু মীনাক্ষী ঠাকুৰীয়াই গীত, মনোজ কুমাৰ মিশ্ৰই কবিতা আবৃত্তি কৰে । নিধন বৰ্মণে সভাপতিত্ব কৰা সভাত শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য ড০ দীনেশ চন্দ্ৰ কলিতাই  সমজুৱাৰ ফালৰ পৰা বক্তব্য দাঙি ধৰে ।

Previous Post

ফুটবল ক্লাবৰ বিৰুদ্ধে অভিলেখসংখ্যক ৩ কোটি টকাৰ জৰিমনা, কি অক্ষমণীয় অপৰাধ কৰিলে ক্লাৱটোৱে ?

Next Post

পৃথিৱীৰ দৰে আকৃতি, থাকিব পাৰে পানীও! মহাকাশত নাছাই আৱিস্কাৰ কৰিলে নতুন গ্ৰহ

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
পৃথিৱীৰ দৰে আকৃতি, থাকিব পাৰে পানীও! মহাকাশত নাছাই আৱিস্কাৰ কৰিলে নতুন গ্ৰহ

পৃথিৱীৰ দৰে আকৃতি, থাকিব পাৰে পানীও! মহাকাশত নাছাই আৱিস্কাৰ কৰিলে নতুন গ্ৰহ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7