VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বালি ভ্ৰমণৰ সপোন পুৰণ কৰিব বিচাৰিছে নেকি ? আই আৰ চি টি চিয়ে প্ৰদান কৰিছে বিশেষ পেকেজ, পঢ়ক সবিশেষ তথ্য

voicedesk by voicedesk
July 6, 2023
in সমাজ
বালি ভ্ৰমণৰ সপোন পুৰণ কৰিব বিচাৰিছে নেকি ? আই আৰ চি টি চিয়ে প্ৰদান কৰিছে বিশেষ  পেকেজ, পঢ়ক সবিশেষ তথ্য
0
SHARES
46
VIEWS
Share on FacebookShare on Twitter

ইণ্ডোনেছিয়া এখন দ্বীপপুঞ্জৰ দেশ। দেশখন ১৭ হাজাৰৰো অধিক দ্বীপেৰে গঠিত। আৰু ইণ্ডোনেছিয়াৰ কথা ক’বলৈ গ’লে প্ৰথমে মনলৈ আহে বালি। বালিৰ প্ৰাকৃতিক সৌন্দৰ্য্য, পৰিৱেশ, মন্দিৰ, মানুহ, তেওঁলোকৰ সংস্কৃতি আৰু জীৱনশৈলীয়ে  সকলোকে আকর্ষিত কৰে ৷ বছৰটোৰ সকলো সময়তে  বালিত দেখা যায় পৰ্যটকৰ ভিৰ। এই অঞ্চল ইণ্ডোনেছিয়াৰ আটাইতকৈ ডাঙৰ বাণিজ্যিক অঞ্চলত পৰিণত হৈছে।

 

সাগৰ ভালপোৱাসকলৰ বাবে বালিৰ বিকল্প বিচাৰি পোৱাটো কঠিন। জল দুঃসাহসিক অভিযানৰ বাবে বালি অন্যতম শ্ৰেষ্ঠ গন্তব্যস্থান। সমগ্ৰ দ্বীপটোত ২৮০ টাতকৈও অধিক প্ৰজাতিৰ চৰাই পোৱা যায়। যদি আপুনি ভাগ্যৱান তেন্তে আপুনি কেইবাটাও বিৰল প্ৰজাতিৰ চৰাই দেখা পাব পাৰে। ইয়াৰ লগতে বালিৰ সংস্কৃতি আৰু পৰম্পৰাও অনন্য। ইয়াৰ স্থাপত্য, মন্দিৰ, কলা অসাধাৰণ।

 

আপুনিও বিদেশত ছুটী কটাবলৈ পৰিকল্পনা কৰিছেনে? তেতিয়া বালিক আপোনাৰ ইচ্ছা তালিকাত ৰাখিব পাৰিব। এইবাৰ আই আৰ চি টি চিয়ে কম খৰচত বালিলৈ যাবলৈ ভাল অফাৰ লৈ আহিছে। এই পেকেজত বালিৰ গুৰুত্বপূৰ্ণ পৰ্যটন কেন্দ্ৰ যেনে বিভিন্ন মন্দিৰ, গাঁও, ক্ৰুজৰ ভ্ৰমণৰ সুবিধা আছে। পাঁচ ৰাতি আৰু ছয় দিনৰ এই পেকেজৰ খৰচ নিৰ্ভৰ কৰিব ভ্ৰমণকাৰীৰ সংখ্যাৰ ওপৰত। অকলে গ’লে  ১ লাখ ১৫ হাজাৰ ৮০০ টকা ব্যয় হব। দুজন লোক গ’লে  প্ৰতিজন ব্যক্তিৰ খৰচ ১ লাখ ৫ হাজাৰ ৯০০ টকা। তিনিজন গ’লে  প্ৰতিজনৰ বাবদ ব্যয় হ’ব ১ লাখ ৬০০ টকা খৰচ হ’ব৷

 

৮ আগষ্টৰ পৰা লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা এই পেকেজত যাত্ৰা আৰম্ভ হ’ব। এয়াৰ এছিয়া বিমানেৰে বালিলৈ যাব যাত্ৰীসকল। যাত্ৰীসকলৰ বাবে ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰৰ ব্যৱস্থা কৰা হ’ব।

 

এই পেকেজত ক’লৈ যাত্ৰা কৰিব পাৰিব?

প্ৰথম দিন: লক্ষ্ণৌ বিমানবন্দৰৰ পৰা যাত্ৰা।

দ্বিতীয় দিন: বালিত উপস্থিত, কেকাক নৃত্য উপভোগ কৰাৰ সুযোগ, উলুৱাটু মন্দিৰ ভ্ৰমণ

তৃতীয় দিন: কিন্তামনি ভ্ৰমণ, উবুদ কফি বাগিচা ভ্ৰমণ, ৰয়েল পেলেচ ভ্ৰমণ

চতুৰ্থ দিন: মেৰিন পাৰ্কলৈ ছাফাৰী ভ্ৰমণ, ক্ৰুজত ৰাতিৰ ৰাতিৰ আহাৰ

পঞ্চম দিন: টাৰ্টেল দ্বীপলৈ যাত্ৰা

ষষ্ঠ দিন: বালিৰ পৰা ওভতনি যাত্ৰা

 

আই আৰ চি টি চি ৱেবছাইটৰ পৰা পেকেজটো বুকিং কৰিব পাৰে।

Previous Post

কেদাৰনাথ মন্দিৰ চৌহদত বনাব নোৱাৰিব ভিডিঅ’ অথবা ৰিল,কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা উত্তৰাখণ্ড আৰক্ষীৰ

Next Post

শ্বাহৰুখৰ অমান্তিৰ পাছত ফাৰহানৰ ‘ডন ৩’ত অভিনয় কৰিব নেকি প্ৰিয়ংকা চোপ্ৰাই?

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
শ্বাহৰুখৰ অমান্তিৰ পাছত ফাৰহানৰ ‘ডন ৩’ত অভিনয় কৰিব নেকি প্ৰিয়ংকা চোপ্ৰাই?

শ্বাহৰুখৰ অমান্তিৰ পাছত ফাৰহানৰ ‘ডন ৩’ত অভিনয় কৰিব নেকি প্ৰিয়ংকা চোপ্ৰাই?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7