VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

যুৱ প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিবলৈ পি ভি সিন্ধুৱে আৰম্ভ কৰিব প্ৰশিক্ষণ একাডেমী

voicedesk by voicedesk
August 14, 2021
in ক্ৰীড়া, মুখ্য সংবাদ
যুৱ প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিবলৈ পি ভি সিন্ধুৱে আৰম্ভ কৰিব প্ৰশিক্ষণ একাডেমী
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

দুবাৰকৈ অলিম্পিক পদক বিজয়ী ভাৰতৰ প্ৰথম শ্বাটলাৰ পি ভি সিন্ধুয়ে অতি সোনকালে আৰম্ভ কৰিব এখন প্ৰশিক্ষণ একাডেমী। দেশৰ যুৱ প্ৰজন্মক আগুৱাই নিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে এই তাৰকা শ্বাটলাৰ গৰাকীয়ে।

খেলুৱৈ গৰাকীয়ে অনুভৱ কৰে যে ক্ৰীড়া ক্ষেত্ৰত দেশৰ যুৱ প্ৰজন্ম বহুখিনি পিছ পৰি আছে। আৰু এইসকল যুৱ খেলুৱৈ্ক আগবঢ়াই নিবলৈ তেওঁ বিশাখাপট্টনমত এখন ক্ৰীড়া প্ৰশিক্ষণ একাডেমী আৰম্ভ কৰিব।

শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা মন্দিৰত উপস্থিত হোৱা খেলুৱৈ গৰাকীয়ে মন্দিৰৰ পৰা ওলাই আহি এই সন্দৰ্ভত কয় যে ”মই ৰাজ্য চৰকাৰৰ সমৰ্থনত যুৱ প্ৰজন্মৰ বাবে অতি সোনকালেই বিশাখাপট্টনমত এখন প্ৰশিক্ষণ একাডেমী আৰম্ভ কৰিম। আমাৰ দেশত বহুত যুৱক-যুৱতী খেলত পিছ পৰি আছে। কিয়নো তেওঁলোকক সঠিক দিক দৰ্শন কৰিবলৈ আৰু উৎসাহ দিবলৈ কোনো নাই।“

সাংবাদিকৰে হোৱা বাৰ্তালাপত খেলুৱৈ গৰাকীয়ে এইবুলিও কয় যে তেওঁ নিজক আৰু উন্নত কৰিব বিচাৰে। সেইবাবে অতীতৰ সন্মানৰ কথা চিন্তা কৰি জিৰণি নলয়।যিহেতু ২০২৪ ৰ পেৰিছ অলিম্পিকত তেওঁ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিব বিচাৰে।

পেৰিছ অলিম্পিকত খেলুৱৈ গৰাকীয়ে নিজৰ ১০০% খেলাৰ প্ৰতিশ্ৰুতি দি কয় যে আমাৰ ওচৰত যথেষ্ট সময় আছে।বৰ্তমান মই সেই বিষয়ে চিন্তা কৰি আছো আৰু তাৰ বাবে যত্ন কৰি আছো।

উল্লেখযোগ্য যে সদ্য সমাপ্ত হোৱা টকিঅ‘ অলিম্পিকত সিন্ধুয়ে ব্ৰঞ্জৰ পদকৰ খেলখনত চীনৰ হি বিং জিয়াওক পৰাস্ত কৰি দেশ বাসীক দ্বিতীয় বাৰৰ বাবে পদক উপহাৰ দিবলৈ সক্ষম হৈছিল।

Previous Post

হোৱাটছএপৰ প্ৰফাইল ফটো কোনে কোনে চাইছেঃ জানিবলৈ পঢ়ক

Next Post

জিঅ’ ব্যৱহাৰকাৰীৰ বাবে সুখবৰঃ টিভিৰ মাধ্যমেৰে কৰিব পাৰিব ভিডিঅ’ কল

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
Next Post
জিঅ’ ব্যৱহাৰকাৰীৰ বাবে সুখবৰঃ টিভিৰ মাধ্যমেৰে কৰিব পাৰিব ভিডিঅ’ কল

জিঅ’ ব্যৱহাৰকাৰীৰ বাবে সুখবৰঃ টিভিৰ মাধ্যমেৰে কৰিব পাৰিব ভিডিঅ’ কল

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7