VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজাদী কা অমৃত মহোৎসৱত নগাঁৱৰ ফুলগুৰিত বাটৰ নাট “কনকলতা” প্ৰদৰ্শন

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
August 15, 2022
in মুখ্য সংবাদ
আজাদী কা অমৃত মহোৎসৱত নগাঁৱৰ ফুলগুৰিত বাটৰ নাট “কনকলতা” প্ৰদৰ্শন
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ “আজাদি কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি শনিবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ নিকটৱৰ্তী ফুলগুৰিত এখনি বাটৰ নাট পৰিবেশন কৰা হয় । ৰহা উন্নয়ন খণ্ডৰ “অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান”ৰ অন্তৰ্গত ফুলগুৰি নীলকণ্ঠ মণ্ডল সংগঠনৰ ব্যৱস্থাপনাত “কনকলতা” নামৰ বাটৰ নাটখনি পৰিবেশন কৰা হয় । নাটখনি পৰিচালনা কৰে দিব্যজ্যোতি মৈধিয়ে ।

উল্লেখ্য যে সামগ্ৰিকভাৱে অংগীৰা ভৰদ্বাজে গোটেই অনুষ্ঠানটি পৰিচালনা কৰা অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজন্ত জে পান্টা, অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা,ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰনৱজ্যোতি লহকৰ,নগাঁও জিলা বিজেপি সভাপতি অভিজিত নাথ,নগাঁও জিলা বিজেপিৰ উপ সভাপতি সুবৰ্ণ সিং,ৰহা আঞ্চলিক পঞ্চায়ত সভাপতি পৱন জ্যোতি বৰকাকতি প্ৰমূখ্যে বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

উল্লেখ্য যে ইতিহাস প্ৰসিদ্ধ “ফুলগুৰি ধেৱা” স্মাৰকত মাল্য অৰ্পণ কৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে আৰু বিজেপি ৰাষ্ট্ৰীয় উপ সভাপতি বৈজন্ত জে পান্তাই । “কনকলতা” নামৰ নাটখনিত অভিনয় কৰে কংকনা দেৱী,লীলাৱতী লস্কৰ বৰুৱা,কৰুণা দাস,ঈৰ্ষা ৰাণী ডেকা,প্ৰতিভা দেৱী,মনিকা ডেকা,মনালিছা ডেকা,মণিষা বৰদলৈ‌ আৰু কস্তুৰীকা ডেকাই । ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰহা উন্নয়ন খণ্ডৰ সমন্বয়ক অংগীৰা ভৰদ্বাজৰ ব্যৱস্থাপনাত প্ৰদৰ্শন হোৱা এই বাটৰ নাটখনিয়ে ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে ।

Previous Post

নগাঁৱৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ত স্বাধীনতাৰ অমৃত মহোৎসৱ আৰম্ভ

Next Post

নগাঁৱৰ চকলাঘাটৰ বিশিষ্ট শিক্ষাবিদ-সত্ৰাধিকাৰ ঘনমোহন গোস্বামীৰ পৰলোকপ্ৰাপ্তি,গায়ন-বায়নৰে অন্তিম বিদায়

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁৱৰ চকলাঘাটৰ বিশিষ্ট শিক্ষাবিদ-সত্ৰাধিকাৰ ঘনমোহন গোস্বামীৰ পৰলোকপ্ৰাপ্তি,গায়ন-বায়নৰে অন্তিম বিদায়

নগাঁৱৰ চকলাঘাটৰ বিশিষ্ট শিক্ষাবিদ-সত্ৰাধিকাৰ ঘনমোহন গোস্বামীৰ পৰলোকপ্ৰাপ্তি,গায়ন-বায়নৰে অন্তিম বিদায়

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7