VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“আৰ এছ এছৰ জ্যেষ্ঠ প্ৰচাৰকৰ “মোৰ প্ৰচাৰক যাত্ৰা” উন্মোচন 

সুদৰ্শনালয়ত ‘মোৰ প্ৰচাৰক যাত্ৰা’ গ্ৰন্থৰ উন্মোচন ডা: উমেশ চক্ৰৱৰ্তীৰ

voicedesk by voicedesk
April 1, 2023
in মুখ্য সংবাদ
“আৰ এছ এছৰ জ্যেষ্ঠ প্ৰচাৰকৰ “মোৰ প্ৰচাৰক যাত্ৰা” উন্মোচন 
0
SHARES
47
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ বৰবাৰীস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ কাৰ্যালয় ‘সুদৰ্শনালয়’ৰ কৰ্মযোগী গৌৰীশংকৰ চক্ৰৱৰ্তী সভাগৃহত আজি অনুষ্ঠিত এক সভাত সংঘৰ জ্যেষ্ঠ প্ৰচাৰক শশীকান্ত চৌথাইৱালেৰ দ্বাৰা ৰচিত মূল হিন্দী গ্ৰন্থ ‘মেৰী প্ৰচাৰক যাত্ৰা’ৰ অসমীয়া অনুবাদ ‘মোৰ প্ৰচাৰক যাত্ৰা’ৰ উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচন কৰে অসম ক্ষেত্ৰৰ ক্ষেত্ৰ সংঘচালক ডা০ উমেশ চন্দ্ৰ চক্ৰৱৰ্তী আৰু সংঘৰ অখিল ভাৰতীয় কাৰ্যকাৰিনী সদস্য ডি ভাগায়া দেৱে। আৰম্ভণিতে ভাৰত মাতাৰ সন্মুখত বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ হোৱা সভাত প্ৰথমে গ্ৰন্থৰ লেখক শশিকান্ত চৌথাইৱালে গ্ৰন্থ ৰচনাৰ অনুভৱ ব্যক্ত কৰে। ১৯৬১ চনত অসমলৈ প্ৰচাৰক হিচাপে আহি সংঘৰ প্ৰচাৰক জীৱনৰ সমস্ত ঘটনাৰাজি তেখেতে গ্ৰন্থখনিত লিপিবদ্ধ কৰিছে। উল্লেখ্য, অসমত ১৯৪৬ চনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাম প্ৰকৃততে আৰম্ভ হয়। ১৯৫০ চনৰ পৰা ২০২০ চনলৈ অসমত সংঘৰ কামত কাৰ্যকৰ্তা সকলে সন্মুখীন হোৱা বিধি পথালি, বিভিন্ন সমস্যা, ১৯৬০ চনৰ ভাষা আন্দোলনত পোৱা সমস্যা, ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাত হোৱা সমস্যা, মাধ্যম আন্দোলন, অসম আন্দোলন, উগ্ৰবাদীৰ সমস্যৰ বিষয়ে বৰ্ণনা উক্ত গ্ৰন্থত লিপিবদ্ধ কৰা বুলি লেখক শশীজীয়ে ব্যক্ত কৰে। আনহাতে,উন্মোচক ডা০ উমেশ চন্দ্ৰ চক্ৰৱৰ্তীদেৱে শশীজীৰ অৱদানৰ কথা উল্লেখ কৰে। ডা০ চক্ৰৱৰ্তীয়ে জীৱনৰ ভাবুকিকো নেওঁচি ১৯৬১ চনৰে পৰা শশীজীয়ে সংঘৰ শ্ৰী বৃদ্ধিৰ বাবে কৰা কামৰ প্ৰশংসা কৰে। চক্ৰৱৰ্তীদেৱে উন্মোচনী সভাত সংঘৰ প্ৰতি ঁগিৰিধৰ শৰ্মা, ঁ তীৰ্থনাথ শৰ্মা, ঁ ভূমিদেৱ গোস্বামী ইত্যাদি অনেক ব্যক্তিৰ অৱদানৰ কথা উল্লেখ কৰে। শশীজীৰ লগত তেখেতে কৰা সংঘৰ কামৰ উদাহৰণ দি সকলোকে সংঘৰ কামৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ সভাত এগৰাকী উন্মোচক ডি ভাগায়াদেৱে উক্ত কিতাপ হিন্দী, মাৰাঠী, বঙালী ভাষাৰ পিছত অসমীয়া ভাষাত প্ৰকাশ পোৱাত সন্তুষ্টি প্ৰকাশ কৰে। উক্ত কিতাপ কিছুদিনৰ ভিতৰতে ইংৰাজী ভাষালৈও অনুবাদ হ’ব বুলি তেখেত জনায়। প্ৰচাৰক জীৱনৰ কাহিনীৰ লগতে গ্ৰন্থখন অসমৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এক ইতিহাস বুলি তেখেতে মন্তব্য কৰে ৷ সভাৰ আৰম্ভণিতে প্ৰাচী প্ৰকাশনৰ হৈ ড০ গৌৰাংগ শৰ্মাই দুআষাৰ কয়। শেষত শলাগৰ শৰাই আগবঢ়ায় শ্ৰী গুৰু প্ৰসাদ মেধীয়ে।

Previous Post

ইউৰোপীয় ইউনিয়ন-চীনৰ ঘনিষ্ঠতা বৃদ্ধি, সতর্ক হৈছে দিল্লী

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7