VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উচ্চতৰ মাধ্যমিক চূড়ান্ত(বিশেষ) পৰীক্ষাৰ ফলাফল ঘোষণা

voicedesk by voicedesk
December 11, 2021
in মুখ্য সংবাদ
উচ্চতৰ মাধ্যমিক চূড়ান্ত(বিশেষ) পৰীক্ষাৰ ফলাফল ঘোষণা
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

আজি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ (বিশেষ) ফলাফল ঘোষণা।আজি দিনৰ ১২ বজাত সংসদৰ বিশেষ ৱেবচাইটৰ জৰিয়তে ঘোষণা কৰে ফলাফল।কলা, বিজ্ঞান,বাণিজ্যিক আৰু ভকেচনেল চাৰিওটা শাখাৰ ফলাফল ঘোষণা কৰে সংসদে।

কলা শাখাত পৰীক্ষাত অৱৰ্তীন হৈছিল ৮৭৪গৰাকীৰ শিক্ষাৰ্থী।তাৰে উৰ্ত্তীণ হৈছে ৫০৯গৰাকী।প্ৰথমস্থানত ১০৭গৰাকী, দ্বিতীয় স্থানত ১৩৮গৰাকী, তৃতীয়স্থানত ২৬৪গৰাকীৰ পৰীক্ষাথী উৰ্ত্তীণ।কলা শাখাত উৰ্ত্তীণ হাৰ ৫৮.২৪ গৰাকী।কলা শাখাত উৰ্ত্তীণ ১০০ শতাংশ চাৰিজিলা।বঙাইগাঁও, যোৰহাট, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলা।

বিজ্ঞানশাখাত মুঠ অৱৰ্তীন হৈছিল ৪৬৬গৰাকী শিক্ষাৰ্থী।উৰ্ত্তীণ হৈছে ৩২০গৰাকী শিক্ষাথী।প্ৰথমস্থানত ১৩১গৰাকী, দ্বিতীয়স্থানত ১৭৩ গৰাকী আৰু তৃতীয়স্থানত ১৬ গৰাকী শিক্ষাৰ্থী।উৰ্ত্তীণ হাৰ ৬৬.৬৭শতাংশ।৫খন জিলা বিজ্ঞান শাখাত উৰ্ত্তীণ ১০০শতাংশ।জিলা কেইখন ডিমা হাছাও, কোকৰাঝাৰ শিৱসাগৰ, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলা।

বাণিজ্যক শাখাত অৱতীৰ্ণ হৈছিল ৭১গৰাকী।উৰ্ত্তীণ হৈছে ৪২গৰাকী।প্ৰথমস্থান ৮গৰাকী, দ্বিতীয়স্থান ১৩ গৰাকী, তৃতীয়স্থানত ২১গৰাকীৰ।উল্লেখ্য যে বিজ্ঞান শাখাৰ উৰ্ত্তীণ হাৰ ৫৯.১৫শতাংশ।

বাণিজ্য শাখাত ১০০শতাংশ উৰ্ত্তীণ হাৰ ৭খন জিলা।কাছাৰ, ডিব্ৰুগড়, ডিমা হাছাও, যোৰহাট, কৰিমগঞ্জ, লখিমপুৰ, দক্ষিণ শালমৰা।

আনহাতে, ভকেচনেল শাখাত ৩ গৰাকী শিক্ষাৰ্থী অৱৰ্তীন হৈছিল।উৰ্ত্তীণ হৈছে ১গৰাকী।উৰ্ত্তীণ হাৰ ৩৩.৩৩শতাংশ।

উল্লেখ্য বিশেষ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১৪১৪জন।পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিছিল ২০৮২জন পৰীক্ষাথীয়ে।

গুৰুত্বপূৰ্ণ কথা ক’ৰনাৰ বাবে বিশেষ মূল্যাংকন পদ্ধতিৰে ঘোষণা কৰা ফলাফলত যিসকল ছাত্ৰ-ছাত্ৰীৰ সুখী নাছিল বা অনুতীৰ্ণ হৈছিল সেইসকল শিক্ষাৰ্থীৰ বাবে এই বিশেষ পৰীক্ষা অনুষ্ঠিত হৈছিল।১১অক্টোবৰৰ পৰা ১১নৱেম্বৰলৈ অনুষ্ঠিত হৈছিল এই পৰীক্ষা।

Previous Post

শাকৰ ৰজা মানিমুনিৰ বিষয়ে বাৰু কিমান জানো?

Next Post

গুৱাহাটী প্ৰেছ ক্লাৱত দুখন গ্ৰন্থ উন্মোচন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
গুৱাহাটী প্ৰেছ ক্লাৱত দুখন গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাৱত দুখন গ্ৰন্থ উন্মোচন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7