VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ ৰাইদঙীয়াৰ ফুলগুৰিত এপাৰ্টৰ উদ্যোগত বৰোধানৰ খেতি চপোৱা কাৰ্যসূচী সম্পন্ন

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
June 19, 2023
in মুখ্য সংবাদ
নগাঁৱৰ ৰাইদঙীয়াৰ ফুলগুৰিত এপাৰ্টৰ উদ্যোগত বৰোধানৰ খেতি চপোৱা কাৰ্যসূচী সম্পন্ন
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

নগাঁও,১৮জুন:–অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প(এপাৰ্ট)ৰ উদ্যোগত শনিবাৰে আধুনিক প্ৰযুক্তি সম্বলিত সঁজুলি “মিনি কম্বাইন হাৰ্ভেষ্টাৰ” (Combine harvester)ৰ দ্বাৰা বৰো ধানৰ খেতি চপোৱা “গ্ৰেণ্ড হাৰভেষ্ট” কাৰ্যসূচী নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া ফুলগুৰিৰ গাঁৱত সম্পন্ন হয় । কৃষকক কম খৰছত,কম সময়ত,কৃষি শ্ৰমিকৰ অভাৱ দূৰ কৰি আধুনিক প্ৰযুক্তি সম্বলিত সঁজুলি “মিনি কম্বাইন হাৰ্ভেষ্টাৰ” দ্বাৰা ধান চপোৱাৰ প্ৰদৰ্শনৰ বাবে অনুষ্ঠিত বৰোধান চপোৱা অনুষ্ঠানটি অনুষ্ঠিত হয় । এপাৰ্টৰ গৱেষণা সহায়ক পাৰ্থ প্ৰতিম বৰাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণি ভাষণ প্ৰদান কৰি মাণ্ডলিক গৱেষণা কেন্দ্ৰ,চিলঙনীৰ মুখ্য বিজ্ঞানী ড° হিৰণ্য কুমাৰ বৰাই কয় যে পূৰ্বতে প্ৰতিকূল বতৰ,প্ৰাকৃতিক দুৰ্যোগৰ আৰু শ্ৰমিকৰ খৰছৰ বাবে কৃষকসকল ক্ষতিগ্ৰস্ত হৈছিল,যাৰ পৰিপেক্ষিত কৃষি যান্ত্ৰিকিকৰণকৰ দ্বাৰা বৰ্তমান কম খৰছত,কম সময়ত প্ৰতিকূল পৰিস্থিতিৰ লগত যুঁজ দিবলৈ বহু নতুন উদ্ভাৱন হ’ল। তাৰেই এক উল্লেখযোগ্য উদ্ভাৱন হৈছে মিনি কম্বাইন হাৰ্ভেষ্টাৰ। যাৰ দ্বাৰা কৃষক ৰাইজ বহু ক্ষেত্ৰত উপকৃত হ’ব পাৰে। কৃষক ৰাইজে আদৰি ল’লে আমি সকলো দিশৰ পৰা সহায়-সহযোগিতা আগবঢ়াম । অনুুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ ৰাজ্যিক পৰামৰ্শদাতা তথা এপাৰ্টৰ নগাঁও জিলাৰ পৰামৰ্শদাতা ড° অৰুণিমা দেৱ চৌধুৰীয়ে কয় যে কৃষকক ধানৰ জাত নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত কৃষি বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰতিটো খেতিৰ জাতৰ নামটো মনত ৰাখিব লাগে,কাৰণ ভাল-বেয়া নিৰ্বাচন কৰিবলৈ প্ৰয়োজন হয়। ৰাইডঙীয়া অঞ্চল পূৰ্বৰ পৰাই কৃষি ক্ষেত্ৰত সজাগ । বৰ্তমান যান্ত্ৰিকীকৰণক আদৰি লৈ কৃষক সকল আগবাঢ়ি আহক,আয় বৃদ্ধি কৰক ।
অনুষ্ঠানত উপস্থিত থাকি আন এগৰাকী অতিথি তথা মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ কনিষ্ঠ বিজ্ঞানী বিদিশা বৰাই কয় যে কৃষিত যান্ত্ৰিকতাৰ প্ৰয়োগৰ ফলত বৰ্তমান কৃষকৰ উন্নতি হৈছে । জিলা কৃষি বিভাগৰ সহকাৰী পৰিদৰ্শক শ্যাম সিংহ,আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ড° ৰোহিত নামদেও আৰু কাৰিকৰী গৱেষক জন্মেজয় বিচোৱালে এপাৰ্টৰ বিভিন্ন উদ্ভাৱন সমূহৰ বিশ্লেষণ দাঙি ধৰে । অনুষ্ঠানত ৰাইডঙীয়াৰ জেষ্ঠ নাগৰিক হলিৰাম পাটৰ,সাংবাদিক দিব্যজ্যোতি বৰুৱা, দলংঘাট কৃষি প্ৰডিউচাৰ কোম্পানীৰ চেয়াৰমেন লক্ষী মণি পাটৰকে প্ৰমুখ্য কৰি কৰ্মকৰ্তা সকল,ৰাইডঙীয়া অঞ্চলৰ প্ৰগতিশীল কৃষক, আইমাতৃসকল উপস্থিত থকা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় পাৰ্থ প্ৰতিম বৰাই । উল্লেখ্য যে প্ৰতিকূল বতৰকো নেওচি অনুষ্ঠিত সভাৰ শেষত ফুলগুৰি গাঁৱৰ পথাৰত কৃষক ৰাইজৰ সন্মুখত “মিনি কম্বাইন হাৰ্ভেষ্টাৰ” ব্যৱহাৰ কৰি বৰোধানৰ চপোৱা প্ৰদৰ্শন কাৰ্য্সূচীও ৰূপায়ণ কৰা হয় ।

Previous Post

জালুগুটিত কৃষি বিভাগৰ “বৰোধান চপোৱা উৎসৱ” সম্পন্ন

Next Post

‘খিলাড়ী’’ অক্ষয়ৰ সৈতে কিয় বিয়াত বহিছিল টুইংকল , ছছিয়েল মিডিয়াত নিজেই কৰিলে প্ৰকাশ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
‘খিলাড়ী’’ অক্ষয়ৰ সৈতে কিয় বিয়াত বহিছিল টুইংকল , ছছিয়েল মিডিয়াত নিজেই কৰিলে প্ৰকাশ

‘খিলাড়ী’’ অক্ষয়ৰ সৈতে কিয় বিয়াত বহিছিল টুইংকল , ছছিয়েল মিডিয়াত নিজেই কৰিলে প্ৰকাশ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7