VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহিলা আৰু কন্যা শিশু সুৰক্ষা কৰা আহ্বানেৰে মহানগৰীত সজাগতা কৰ্মশালা-সমদল

voicedesk by voicedesk
December 8, 2021
in মুখ্য সংবাদ
মহিলা আৰু কন্যা শিশু সুৰক্ষা কৰা আহ্বানেৰে মহানগৰীত সজাগতা কৰ্মশালা-সমদল
0
SHARES
134
VIEWS
Share on FacebookShare on Twitter

বিশ্বত মহিলা আৰু কন্যা শিশুৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে আৰম্ভ কৰা অভিযানৰ অংশৰূপে অন্য ৰাজ্যৰ সমান্তৰালকৈ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগেও গ্ৰহণ কৰিছে বিশেষ মহিলা আৰু কন্যাশিশু সুৰক্ষা বিশেষ পদক্ষেপ ।

কামৰূপ(ম) প্ৰশাসনৰ উদ্যোগত মহিলা আৰু কন্যা শিশু সুৰক্ষাৰ উদ্দেশ্যৰে বেলতলাস্থিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ পৰা উলিওৱা হয় এক সজাগতা সমদল।লগতে এখন কৰ্মশালা অনুষ্ঠিত হয়।সমদলৰ ফ্লেগ অফ্ কৰে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি আৰু জিলা সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰাই।

কাৰ্যসূচীত শিশু উন্নয়ন প্ৰকল্প সমূহৰ প্ৰকল্প বিষয়াৰ লগতে মুখ্য-সেৱিকা, অংগনবাড়ী কৰ্মী, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়ববীয়া, বিভিন্ন বেচৰকাৰী সংস্থাৰ সদস্য আৰু জিলা সমাজ কল্যাণ বিভাগৰ অধীনৰ পোষণ অভিযান, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, মহিলা শক্তি কেন্দ্ৰ আদি বিষয়-ববীয়াসকলে অংশগ্ৰহণ কৰে।

সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত নাৰী সৱলীকৰণ ওপৰত গুৰুত্ব প্ৰদান কৰি নাৰী প্ৰতি থকা বৈষম্য ভেদ-ভাৱ, হিংসা, অত্যাচাৰ আদি দূৰ কৰা বাবে বিভিন্ন শ্লোগান উক্ত সমদলত সংযোজন কৰা হয়।

সমদলৰ পিছতেই নাৰী নিৰ্যাতনৰ ওৰ পেলোৱাৰ উদ্দেশ্যে তথা বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংস্থা সন্মিলিত প্ৰচেষ্টাক আহ্বান জনোৱাৰ লক্ষ্যৰে এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়।কৰ্মশালাখনত বিশিষ্ট অতিথিৰূপে কামৰূপ মহানগৰ জিলা অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতিৰ লগতে জিলা আইনী সেৱা প্ৰাধিকৰণৰ সম্পাদক চি.এ. চৌধুৰী উপস্থিত থাকি বাল্য-বিবাহ, কৰ্মক্ষেত্ৰত মহিলাৰ উপৰত হোৱা নিৰ্যাতন, ধৰ্ষণ,যৌন-নিৰ্যাতন, লিংগ-ভিত্তিক বৈষম্যতা ইত্যাদি সমস্যাৰ সৈতে জড়িত বিভিন্ন দিশসমূহৰ ওপৰত পৰ্যালোচনা কৰে।

মহিলা আৰক্ষী থানাৰ সহকাৰীৰ আৰক্ষী আয়ুক্ত ভনীতা নাথ আৰু ‘হিউেমেন ৰাইটছ নেটৱৰ্ক’ৰ অধিবক্তা নন্দিতা ডেকা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰৱন্ধক, জিলা শিশু সুৰক্ষা গোটৰ বিষয়ববীয়া কৰ্মশালাত উপস্থিত থাকে।

Previous Post

ভাষা ৰক্ষাৰ পৰামৰ্শ বিচাৰি অসম সাহিত্য সভা বিদ্যায়তনিক কোষৰ উদ্যোগত বৌদ্ধিক আলোচনা

Next Post

গুৱাহাটীৰ আকাশত বায়ুসেনাৰ যুদ্ধ বিমানৰ আখৰা কিয়, পঢ়ক

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
গুৱাহাটীৰ আকাশত বায়ুসেনাৰ যুদ্ধ বিমানৰ আখৰা কিয়, পঢ়ক

গুৱাহাটীৰ আকাশত বায়ুসেনাৰ যুদ্ধ বিমানৰ আখৰা কিয়, পঢ়ক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7