VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

স্পষ্টীকৰণ: একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয় যোৱাৰ সময়তহে ৰাজহুৱা যান বাহন সৰ্বাধিক দুই মিনিটৰ বাবে প্ৰশাসনে ৰখাব পাৰিব

আন মন্ত্ৰীসকলৰ কনভয় যোৱাৰ ক্ষেত্ৰত ৰাজহুৱা যান বাহন ৰখোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে: মন্ত্ৰী পীযুষ হাজৰীকা

voicedesk by voicedesk
January 27, 2022
in মুখ্য সংবাদ
স্পষ্টীকৰণ: একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয় যোৱাৰ সময়তহে ৰাজহুৱা যান বাহন সৰ্বাধিক দুই মিনিটৰ বাবে প্ৰশাসনে ৰখাব পাৰিব
0
SHARES
29
VIEWS
Share on FacebookShare on Twitter

স্পষ্টীকৰণ: একমাত্ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয় যোৱাৰ সময়তহে ৰাজহুৱা যান বাহন সৰ্বাধিক দুই মিনিটৰ বাবে প্ৰশাসনে ৰখাব পাৰিব, আন মন্ত্ৰীসকলৰ কনভয় যোৱাৰ ক্ষেত্ৰত ৰাজহুৱা যান বাহন ৰখোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে, মন্ত্ৰী পীযুষ হাজৰীকা

আজি অনুষ্ঠিত অসম চৰকাৰৰ মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি মুখ্যমন্ত্ৰীৰ কনভয় যোৱাৰ সময়ত ৰাজহুৱা যান বাহন কেৱল দুই মিনিট সময়হে ৰখাব পাৰিব প্ৰশাসন অথবা আৰক্ষীয়ে | মুখ্যমন্ত্ৰীৰ কনভয় যোৱাৰ সময়ত যাতে সাধাৰণ ৰাইজৰ বিশেষ অসুবিধা নহয় সেই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত বহা কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰে | আনহাতে মুখ্যমন্ত্ৰীৰ বাহিৰে আন মন্ত্ৰীসকলৰ কনভয় যোৱাৰ সময়ত ৰাজহুৱা যান বাহন ৰখোৱাৰ কথা থাকিবই নোৱাৰে বুলি স্পষ্ট কৰি দিছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ শ্ৰী পীযুষ হাজৰীকাই |

এই স্পষ্টীকৰণ দি মন্ত্ৰীগৰাকীয়ে জনায় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰাপত্তা আৰু প্ৰ’টকলৰ বাবে একমাত্ৰ মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয় যোৱাৰ সময়তহে বাকী ৰাজহুৱা যান বাহন সৰ্বাধিক দুই মিনিটৰ বাবে ৰখাব পাৰিব প্ৰশাসনে | অন্যান্য মন্ত্ৰীৰ কনভয় যোৱাৰ সময়ত ৰাজহুৱা যান বাহনৰ চলাচলৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা থকাৰ কথা থাকিবই নোৱাৰে |

Previous Post

মই মন্ত্ৰী হৈ থকালৈকে জলসম্পদ বিভাগত কোনেও দুই নম্বৰী কৰিব নোৱাৰে: মন্ত্ৰী পীযুষ হাজৰীকা

Next Post

আমি গৰ্ভ ভাড়ালৈ দিব পাৰিমনে?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আমি গৰ্ভ ভাড়ালৈ দিব পাৰিমনে?

আমি গৰ্ভ ভাড়ালৈ দিব পাৰিমনে?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7