VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১০ বছৰ পূৰ্বে মৃত শিক্ষকৰ নামত সাত কোটি টকাৰ আয়কৰ জাননী! স্তম্ভিত পৰিয়াল

voicedesk by voicedesk
August 2, 2023
in মুখ্য সংবাদ
১০ বছৰ পূৰ্বে মৃত শিক্ষকৰ নামত সাত কোটি টকাৰ আয়কৰ জাননী! স্তম্ভিত পৰিয়াল
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

আয়কৰ বিভাগে মধ্যপ্ৰদেশৰ এগৰাকী শিক্ষকলৈ ৭ কোটি টকাৰ আয়কৰ জাননী প্ৰেৰণ কৰে। মধ্যপ্ৰদেশৰ শিক্ষকগৰাকীৰ মৃত্যু হৈছিল ২০১৩ চনত। তাৰ পিছত ১০ বছৰ পাৰ হৈ গ’ল। এই সময়ত আয়কৰ বিভাগৰ পৰা সাত কোটি টকাৰ জাননী পাই তেওঁৰ পৰিয়ালৰ লোকসকল স্তম্ভিত হৈ পৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি শিক্ষয়িত্ৰীগৰাকীৰ নাম উষা ছোনী। ২০১৩ চনৰ ১৬ নৱেম্বৰত তেওঁৰ মৃত্যু হয়। অৱশ্যে তেওঁৰ পুত্ৰ পৱন ছোনীয়ে কয় যে আয়কৰ বিভাগে ২০১৭-১৮ বিত্তীয় বৰ্ষত কৰ ফাঁকিৰ বাবে উষাৰ নামত ৭ কোটি টকাৰ জাননী প্ৰেৰণ কৰিছে।

 

জাননী পোৱাৰ পিছত পৱনে স্থানীয় থানাত গৈ এজাহাৰ দাখিল কৰে। কোনোবাই এই অপৰাধ সংঘটিত কৰিবলৈ ঊষাৰ পেন কাৰ্ডৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

 

সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি মধ্যপ্ৰদেশৰ বেতুল জিলাত কমেও ৪৪জন লোকক ১ কোটিৰ পৰা ১০ কোটি টকাৰ কৰ ফাঁকিৰ জাননী প্ৰেৰণ কৰা হৈছে। নীতিন জৈন নামৰ এজন লোহাৰ ব্যৱসায়ীলৈ ১.২৬ কোটি টকাৰ জাননী প্ৰেৰণ কৰা হৈছে। নিতিনে তেওঁৰ পেন কাৰ্ড ব্যৱহাৰ কৰি লেনদেনৰ বাবে ভুৱা একাউণ্ট খোলাৰ অভিযোগ উত্থাপন কৰে। আৰু সেইবাবেই তেওঁৰ নামত কৰ ফাঁকিৰ জাননী প্ৰেৰণ কৰা হৈছে। বেতুলৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ চৌধুৰীয়ে কয় যে প্ৰথম অৱস্থাত এই সকলোবোৰ ঘটনা পান কাৰ্ড জালিয়াতিৰ বাবেই সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। সমগ্ৰ বিষয়টো চাবলৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে।

 

Previous Post

তিনিমাহত অশান্ত মণিপুৰৰ পৰা ৩০ জন নিৰুদ্দেশ, শাম কটা নাই হিংসাত্মক পৰিস্থিতি

Next Post

১২৭ বছৰ বয়সত ‘বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি’ৰ মৃত্যু, এৰি থৈ গ’ল ৭টা সন্তান, ২৫টা নাতি,৪২টা নাতিৰ নাতি , ১১টা পৰিনাতি

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
১২৭ বছৰ বয়সত ‘বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি’ৰ মৃত্যু, এৰি থৈ গ’ল ৭টা সন্তান, ২৫টা নাতি,৪২টা নাতিৰ নাতি , ১১টা পৰিনাতি

১২৭ বছৰ বয়সত ‘বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি’ৰ মৃত্যু, এৰি থৈ গ’ল ৭টা সন্তান, ২৫টা নাতি,৪২টা নাতিৰ নাতি , ১১টা পৰিনাতি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7