VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত ৫ ৰাজ্যৰ ৪০টা গোচৰৰ ৰাজহুৱা শুনানি সম্পন্ন:২০.৫০ লাখ টকা ক্ষতিপূৰণৰ নির্দেশ

voicedesk by voicedesk
December 17, 2021
in মুখ্য সংবাদ
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত ৫ ৰাজ্যৰ ৪০টা গোচৰৰ ৰাজহুৱা শুনানি সম্পন্ন:২০.৫০ লাখ টকা ক্ষতিপূৰণৰ নির্দেশ
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গুৰুত্বপূৰ্ণ সংবাদমেল অনুস্থিত হয়। ৪০টা গোচৰৰ ৰাজহুৱা শুনানি সন্দৰ্ভত পৰিষদে সম্বোধন কৰে সংবাদমেল।১৫-১৬ ডিচেম্বৰ তাৰিখে দুদিনীয়াকৈ খানাপাৰাত মানৱ অধিকাৰ আয়োগে ৪০টাকৈ গোচৰৰ ৰাজহুৱা শুনানি গ্ৰহণ কৰে ।অসম, অৰুণাচল প্ৰদেশ, চিকিম, মিজোৰাম, নাগালেণ্ড এই পাঁচখন ৰাজ্যৰ মানৱ অধিকাৰ উলংঘন সম্বন্ধীয় গোচৰসমূহৰ শুনানি গ্ৰহণ কৰে।

ৰাজহুৱা শুনানিৰ অন্তত আয়োগে মুঠ ২০.৫০ লাখ টকা ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিয়ে ৫খন ৰাজ্যৰ চৰকাৰক।

সংবাদমেলত আয়োগে প্রকাশ কৰা অনুসৰি ৰাজহুৱা শুনানি অনুষ্ঠিত মুঠ ৪০টা গোচৰৰ ২৩টা অসমৰ, ১৩টা মণিপুৰৰ, ১টা অৰুণাচল আৰু ৩টা নাগালেণ্ডৰ।

শুনানিৰ অন্তত তিনিচুকীয়া জিলাত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ব্যক্তি লৈ ৩লাখ টকা, অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত একাউণ্টাৰত মৃত ব্যক্তিলৈ ৩লাখ টকা, মণিপুৰৰ ইম্ফল(পূব) জিলাত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ব্যক্তিলৈ ৫লাখ টকা, নাগালেণ্ডৰ মন জিলাত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ব্যক্তিলৈ ৪.৫ লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰাৰ নিৰ্দেশ দিছে।

শুকুৰবাৰৰ সংবাদমেলত মানৱ অধিকাৰ আয়োগে শেহতীয়াকৈ নগালেণ্ডৰ মন জিলাত সংঘটিত বৰ্বৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভতো নিজাববীয়াকৈ গোচৰ লোৱা বুলি জানিবলৈ দিয়ে।সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰিছে এছ আই টি।এছ আই টি প্ৰতিবেদনৰ পিছতে আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কয়।

আনহাতে, উত্তৰ-পূৰ্বাঞ্চলত দীৰ্ঘ দিনে প্ৰযোজ্য থকা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ সন্দৰ্ভত আয়োগে কয়-যদি পৰিবেশ ভাল হৈছে তেন্তে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ওপৰত চৰকাৰে বিচাৰ কৰিব লাগে।

শেহতীয়া ভাৱে গৰুখুঁটি উচ্ছেদৰ ঘটনা উচ্চ ন্যায়ালয়ৰ শুনানিৰ পিচতে আয়োগে নিজা কৈ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে সংবাদ মেলত।

Previous Post

ৰামানুজন অমৃত ভাৰত গণিত যাত্ৰা-২০২১ গুৱাহাটী উপস্থিত

Next Post

দ্বিতীয়বাৰলৈ জামিন আৱেদন নাকচ ৰৌনক আলি হাজৰিকাৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দ্বিতীয়বাৰলৈ জামিন আৱেদন নাকচ ৰৌনক আলি হাজৰিকাৰ

দ্বিতীয়বাৰলৈ জামিন আৱেদন নাকচ ৰৌনক আলি হাজৰিকাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7