VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লক্ষ্ণৌত ধাৰাসাৰ বৰষুণত দেৱাল খহি ৯ জনৰ মৃত্যু, বন্ধ ঘোষণা বিদ্যালয়

voicedesk by voicedesk
September 16, 2022
in মুখ্য সংবাদ
লক্ষ্ণৌত ধাৰাসাৰ বৰষুণত দেৱাল খহি  ৯ জনৰ মৃত্যু, বন্ধ ঘোষণা বিদ্যালয়
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ লক্ষ্ণৌৰ বিস্তীর্ণ অঞ্চল পানীত বুৰ গৈছে ৷ চহৰখনত বৰষুণৰ ফলত এখন দেৱাল খহি পৰাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন আহত হয়। দেৱাল খহি পৰাৰ ফলত আহতসকলক অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷  তেওঁলোক বিপদ মুক্ত বুলি জানিব পৰা গৈছে ৷  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দূর্ঘটনাত মৃত্যু হোৱা লোকসকলক ৪ লাখ টকা আৰু আহতসকলৰ চিকিৎসাৰ বাবে ২ লাখ টকা  ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ৷

সংবাদ সংস্থা পিটিআইক যুটীয়া আৰক্ষী আয়ুক্ত (আইন-শৃংখলা) পীয়ুষ মৰ্দিয়াই কয় যে, “দিলকুছা অঞ্চলৰ সেনাৰ এটা এনক্লেভৰ বাহিৰত একাংশ শ্ৰমিকে জুপুৰিত বাস কৰিছিল। নিশা প্ৰচণ্ড বৰষুণৰ বাবে সেনাৰ এনক্লেভৰ সীমা দেৱাল ভাঙি পৰে। আমি ৰাতিপুৱা প্ৰায় ৩ বজাত সেই স্থানত উপস্থিত হৈছিলো। ধ্বংসাৱশেষৰ পৰা ৯ টা মৃতদেহ উদ্ধাৰ কৰা হয় আৰু  এজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।”

নিশা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে আজি লক্ষ্ণৌত বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে ৷  ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, যোৱা ২৪ ঘণ্টাত মহানগৰীত ১৫৫.২ মিলিমিটাৰ বৰষুণ হৈছে৷ সাধাৰণতে সমগ্ৰ ছেপ্টেম্বৰ মাহত  লক্ষ্ণৌত গড় বৰষুণৰ পৰিমাণ হৈছে ১৯৭ মি.মি ৷

 

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

আতঁৰা নাই ইউক্ৰেইনত শিক্ষা আধাতে সামৰি অহা শিক্ষার্থীৰ শংকাঃভাৰতীয় মহাবিদ্যালয়ত নামভর্ত্তি কৰাৰ সুযোগ নাপাব মেডিকেল শিক্ষার্থীয়ে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আতঁৰা নাই ইউক্ৰেইনত শিক্ষা আধাতে সামৰি অহা শিক্ষার্থীৰ শংকাঃভাৰতীয় মহাবিদ্যালয়ত নামভর্ত্তি কৰাৰ সুযোগ নাপাব মেডিকেল শিক্ষার্থীয়ে

আতঁৰা নাই ইউক্ৰেইনত শিক্ষা আধাতে সামৰি অহা শিক্ষার্থীৰ শংকাঃভাৰতীয় মহাবিদ্যালয়ত নামভর্ত্তি কৰাৰ সুযোগ নাপাব মেডিকেল শিক্ষার্থীয়ে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7