VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শেষ হোৱাই নাই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত, লীনা দলেসহ ১৭ বিষয়া-জোৱানক কি কাৰণত তদন্ত কমিটীৰ ওচৰত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে ?

voicedesk by voicedesk
October 11, 2023
in মুখ্য সংবাদ
জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুঃ  এছপি লীনা দলেক জেৰা চিবিআইৰ
0
SHARES
120
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ উপ-পৰিদর্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সম্পূর্ণ নৌহওতেই পুনৰ সংবাদ শিৰোনামলৈ আহিছে নগাওঁ আৰক্ষী ৷ বটদ্ৰৱাত আৰক্ষী থানা জ্বলাই দিয়াক কেন্দ্ৰ কৰি এইবাৰ নগাওঁ আৰক্ষীৰ একাংশ বিষয়া-জোৱান তদন্ত কমিটীৰ ওচৰত হাজিৰ হ’বলৈ নির্দেশ দিছে ৷ ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক  লীনা দলে সহ ১৭ জন আৰক্ষী বিষয়া-জোৱানক এজনীয়া তদন্ত কমিটিৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে ৷

 

১২ অক্টোবৰত অতিৰিক্ত মুখ্য সচিব অবিনাশ পি দাস যোশীৰ সন্মুখত হাজিৰ হ’ব লাগিব নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, নিৰুপম হাজৰিকা, ডিএছপি  ত্ৰিদীপ প্ৰতীম কুম্বাং, দিপ্তী মালি, দুৰ্লভ চন্দ্ৰ দাস, কলিয়াবৰৰ তদানীন্তন এছডিপিঅ’ মৃন্ময় দাস সহ ১৭ জন আৰক্ষী বিষয়া-জোৱান ৷

 

 

উল্লেখ্য যে, ২০২২ চনৰ ২১ মে’ৰ দিনা বটদ্ৰৱা আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাবে  শালনাবড়িৰ ছফিকুল ইছলাম নামৰ লোক এজনৰ মৃত্যু হৈছিল ৷ ইয়াৰ পিছতে একাংশ দুষ্কৃতিকাৰীয়ে বটদ্ৰৱা থানা জ্বলাই দিছিল ৷ পৰৱর্তী সময়ত  নগাঁও আৰক্ষীয়ে প্ৰশাসনৰ সহযোগত শালনাবড়িত থকা ছফিকুল ইছলামৰ ঘৰ ভাঙি পেলাইছিল। এই ঘটনাক লৈ উচ্চ ন্যায়ালয়ত এটা নিজাববীয়া গোচৰ ৰুজু হৈছিল ৷ উচ্চ ন্যায়ালয়ে এই ঘটনাৰ তদন্ত নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷ যাৰ বাবে ততাতৈয়াকৈ নগাওঁ আৰক্ষীৰ বিষয়া-জোৱানক হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে ৷

 

 

 

 

 

Previous Post

বয়স যাৰ বাবে মাথো এটা সংখ্যা, সক্ৰিয়তাৰে কৰি গৈছে এখনৰ পাছত আন এখন ছবি, আজি অমিতাভ বচ্চনৰ ৮১ সংখ্যক ওপজা দিন

Next Post

টিহুত ১২০ সংখ্যক দুৰ্গা পূজা–দশেৰা উৎসৱৰ ব্যাপক প্ৰস্তুতি

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
টিহুত ১২০ সংখ্যক দুৰ্গা পূজা–দশেৰা উৎসৱৰ ব্যাপক প্ৰস্তুতি

টিহুত ১২০ সংখ্যক দুৰ্গা পূজা–দশেৰা উৎসৱৰ ব্যাপক প্ৰস্তুতি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7