VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কাজিৰঙাত ২বছৰীয়া “কৃষ্ণ”ই উমলিছে ৩বছৰীয়া “চন্দ্ৰ”ৰ লগত

voicedesk by voicedesk
August 2, 2023
in মুখ্য সংবাদ
কাজিৰঙাত ২বছৰীয়া “কৃষ্ণ”ই উমলিছে ৩বছৰীয়া “চন্দ্ৰ”ৰ লগত
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১আগষ্ট:–বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে পৰিচিত কাজিৰঙাৰ ২০২১বৰ্ষৰ প্ৰলয়ংকাৰী বানত কহঁৰা বনাঞ্চলৰ মিহিমুখৰ পৰা CWRC কৰ্তৃপক্ষই উদ্ধাৰ কৰিছিল এটা গঁড়ৰ পোৱালি ৷ উদ্ধাৰ কৰা গঁড় পোৱালিটোৰ তেতিয়া বয়স আছিল মাত্ৰ ৫-১০ দিন ৷ মাতৃহাৰা হোৱা কণমানিটোক উদ্ধাৰ কৰি মাতৃস্নেহেৰে ডাঙৰ দীঘল কৰিছে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলে । দুবছৰীয়া হ’ল কাজিৰঙাৰ ‘কৃষ্ণ’ নামৰ গড় পোৱালিটো ৷ ২০২১ বৰ্ষৰ আজিৰ দিনটোত বানত উদ্ধাৰ হোৱা মাতৃহাৰা গঁড় পোৱালিটোৱে অতিক্ৰম কৰিলে দুটা বছৰ ৷ “কৃষ্ণ” নামৰ কণমানি গঁড় পোৱালিটোৱে ২বছৰ সম্পূৰ্ণ কৰাত আনন্দিত CWRC কৰ্তৃপক্ষ ৷ চিকিৎসক চামচুল আলীয়ে সংবাদ মাধ্যমক জনোৱা মতে “কৃষ্ণ”ই এতিয়া গাখীৰ এৰি ঘাঁহ খাবলৈ লৈছে ৷ আলীয়ে লগতে কয় যে শীতকালত এজন কৰ্মচাৰীক নিশা গঁড় পোৱালিটোৰ লগত থাকিবলৈ দিয়া হয়,যাতে মাকক হেৰুওৱা বেদনা পোৱালিটোৱে উপলব্ধি কৰিব নোৱাৰে ৷ সমান্তৰালকৈ ২০২০ বৰ্ষত উদ্ধাৰ হোৱা “চন্দ্ৰ” নামৰ আন এটা গঁড় পোৱালীয়েও অতিক্ৰম কৰিলে ৩টি বছৰ ৷ চন্দ্ৰ নামৰ সেই ৩বছৰীয়া পোৱালিটোৰ লগত এতিয়া একেলগে উমলিছে এবছৰীয়া “কৃষ্ণ”ই ৷ কিছুদিনৰ পাছত দুয়োটা গঁড় পোৱালিক পুনৰ উদ্যানত মুকলি কৰি দিব CWRC কৰ্তৃপক্ষই ৷

Previous Post

আইচিচিয়ে ঘোষণা কৰিলে সম্ভাৱ্য অধিনায়কৰ নাম! প্ৰকাশ নতুন পোষ্টাৰ

Next Post

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে ড° সদানন্দ পায়েঙৰ যোগদান

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে ড° সদানন্দ পায়েঙৰ যোগদান

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে ড° সদানন্দ পায়েঙৰ যোগদান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7