VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ লাভলিনা-হিমাসহ উত্তৰ পূবৰ ২১৪ জনক নিমন্ত্ৰণ

voicedesk by voicedesk
January 8, 2024
in মুখ্য সংবাদ
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ  লাভলিনা-হিমাসহ উত্তৰ পূবৰ ২১৪ জনক নিমন্ত্ৰণ
0
SHARES
3.4k
VIEWS
Share on FacebookShare on Twitter

 

অহা  ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা কৰা হ’ব। ইয়াৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰাৰ লগতে অযোধ্যা মহানগৰীখন সজাই-পৰাই তোলা হৈছে ৷ ২২ জানুৱাৰীৰ দিনা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে মন্দিৰৰ দ্বাৰ মুকলি কৰিব ৷শ্ৰী ৰাম মন্দিৰৰ গৰ্ভগৃহত শ্ৰী ৰামৰ শিশু ৰূপটো প্ৰাণ প্ৰতিষ্ঠা কৰা অনুষ্ঠানত দেশ-বিদেশৰ কিছুসংখ্যক লোকক শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে অনুষ্ঠানত উপস্হিত থাকিবলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে ৷ ২২ জানুৱাৰীৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন পন্থৰ ধৰ্মগুৰু, সন্ত, সত্ৰাধিকাৰ, খেলুৱৈ, সাংস্কৃতিক কৰ্মী, কৰসেৱক সহ মুঠ ২১৪ গৰাকী বিশেষ ব্যক্তিলৈ শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ফালৰ পৰা ইতিমধ্যে বিশেষ নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰা হৈছে ৷ এই কথা সদৰী কৰিছে  বিশ্ব হিন্দু পৰিষদৰ অসম ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ড: দীনেশ তিৱাৰীয়ে ৷

 

 

সেইমৰ্মে উত্তৰ অসম প্ৰান্তৰ পৰা ৬৩ গৰাকী  ব্যক্তিয়ে বিশেষ নিমন্ত্ৰণী পত্ৰ লাভ কৰিছে ৷ উত্তৰ অসম প্ৰান্তৰ ৬৩ গৰাকী লোকৰ ভিতৰত সন্ত, ধৰ্মীয় গুৰু, সত্ৰাধিকাৰ, মা কামাখ্যা মন্দিৰৰ পুৰোহিত, বিভিন্ন জনজাতি সমাজৰ গুৰু, অসমৰ বিশিষ্ট খেলুৱৈ, সাংস্কৃতিক কৰ্মীৰ উপৰি শ্ৰী ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ নিধি প্ৰদান কৰা লোকে সকলেও নিমন্ত্ৰণ লাভ কৰিছে ৷

 

 

বিশ্ব হিন্দু পৰিষদৰ ক্ষেত্ৰ সংগঠন মন্ত্ৰী গৰাকীয়ে সদৰি কৰা অনুযায়ী, উত্তৰ অসম প্ৰান্তৰ ২৯ গৰাকী সত্ৰাধিকাৰ আৰু তেওলোকৰ সংগী ২০ গৰাকী, বিশিষ্ট খেলুৱৈ লাভলীনা বৰগোহাই, হিমা দাসকে ধৰি আন ৩৩ গৰাকী লোকক নিমন্ত্ৰণ জনোৱা হৈছে ৷ তদুপৰি,  শ্ৰী ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ নিধি প্ৰদান কৰা আন ১৫ গৰাকী বিশেষ লোককো অনুষ্ঠানত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনোৱা হৈছে ৷

 

আনহাতে,  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সংঘচালক ডা: উমেশ চক্ৰৱৰ্তী,  বিশ্ব হিন্দু পৰিষদ, অসমৰ সভাপতি পৰমেশ দত্তকো উক্ত অনুষ্ঠানত বিশেষ নিৰ্বাচিত ব্যক্তি হিচাপে উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনাইছে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে ৷

Previous Post

ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰি.,পুনৰ দুই বিষয়াক জেৰা এছ আই টিৰ

Next Post

উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ , ১২ জানুৱাৰীত ফলাফল

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ , ১২ জানুৱাৰীত ফলাফল

উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ , ১২ জানুৱাৰীত ফলাফল

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7