VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চচল শতদল শাখা সাহিত্য সভাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

voicedesk by voicedesk
December 4, 2023
in মুখ্য সংবাদ
চচল শতদল শাখা সাহিত্য সভাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
0
SHARES
92
VIEWS
Share on FacebookShare on Twitter

আজি দিনযোৰা কাৰ্যসূচীৰে চচল শতদল শাখা সাহিত্য সভাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে ৰাতিপুৱা ৯ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰে। স্মৃতি তৰ্পন কৰে ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৃষ্ণ কান্ত নাথে ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহিত্যিক থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত প্ৰাক্তন সভাপতিসকলৰ লগতে প্ৰয়াত প্ৰাক্তন সভাপতিৰ পৰিয়ালবৰ্গক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শাখা সাহিত্য সভাৰ সম্পাদক ড° কমল চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাৰ আদৰণি ভাষণ আগবঢ়াই শাখাৰ উপ-সভাপতি ড° মিনেশ্বৰ হাজৰিকাই। শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰশাসনিক সেৱাৰ বিষয়া ভূপেন্দ্ৰ নাথ দাস আৰু প্ৰাক্তন সভাপতি বিশিষ্ট গীতিকাৰ লোহিত হাজৰিকাই শাখা সাহিত্য সভাৰ বিভিন্ন দিশ লগতে অসমীয়া ভাষা সাহিত্যৰ উন্নয়নৰ দিশত বক্তব্য আগবঢ়ায় ৷ শাখা সাহিত্য সভাৰ কোষাধ্যক্ষ গিৰীশ শৰ্মা আৰু শাখাৰ সদস্য সদানন্দ বৰ্মণৰ সুমধুৰ ভূপেন্দ্ৰ সংগীতে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে । শতাধিকলোক উপস্থিত থকা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত শাখা সভাৰ সদস্য তথা অসম প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰফুল্ল ডেকা, সভাৰ সদস্য তথা হোজাই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কুমুদেশ্বৰ শৰ্মা, মহানগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি হৰেশ্বৰ ডেকা, শাখা সভাৰ উপ-সভাপতি অন্নপ্ৰভা কাকতি, শিল্পী প্ৰণতি বৰুৱা, শাখা সভাৰ সদস্য পৰেশ শৰ্মা, ত্ৰিবেণী মজুমদাৰ, শাখা সভাৰ প্ৰচাৰ সম্পাদক ধনঞ্জয় তালুকদাৰ আদি ব্যক্তিসকলে শাখা সভাৰ বিভিন্ন দিশ আৰু অসমীয়া ভাষাৰ উন্নতিৰ বাবে বক্তৃতা আগবঢ়ায় । সভাপতিৰ ভাষণত থানেশ্বৰ মালাকাৰে অসমৰ জাতি সত্বাৰ পৰিচয় অসমৰ ভাষা আৰু কৃষ্টি-সংস্কৃতিৰ উত্তৰণৰ বাবে প্ৰতিজন সাহিত্য অনুৰাগী আৰু সংস্কৃতিবান ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাৰে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ হকে আগবাঢ়ি আহি অসমীয়াৰ পৰিচয় বিশ্বদৰবাৰত যাতে সদায়েই জাকত জিলিকা হৈ থাকে তাৰ বাবে সকলোকে আহ্বান জনায় । এই ক্ষেত্ৰত জাতীয় অনুষ্ঠান হিচাপে অসম সাহিত্য সভাই এক উল্লেখণীয় বৰঙণি আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে । ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে আৰম্ভ হোৱা সভা জাতীয় সংগীতেৰে সমাপ্তি ঘটে । সন্ধিয়া ৫ বজাত শাখা সাহিত্য সভাৰ প্ৰাংগনত বন্তি প্ৰজ্বলন কৰা হয় ।

Previous Post

ব্যক্তিক্ৰমী কাৰ্যসূচীৰে গুৱাহাটীত চুকাফা দিৱস উদযাপন

Next Post

প্ৰতিবন্ধী সুৰক্ষা সংস্থা,অসম আৰু বৰলুইতৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন || প্ৰতিবন্ধী দিৱসৰ দিনাই চৰকাৰলৈ হুংকাৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
প্ৰতিবন্ধী সুৰক্ষা সংস্থা,অসম আৰু বৰলুইতৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন || প্ৰতিবন্ধী দিৱসৰ দিনাই চৰকাৰলৈ হুংকাৰ

প্ৰতিবন্ধী সুৰক্ষা সংস্থা,অসম আৰু বৰলুইতৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন || প্ৰতিবন্ধী দিৱসৰ দিনাই চৰকাৰলৈ হুংকাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7