VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২৬/১১ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড টাহাউৰ ৰানাক প্ৰত্যার্পন কৰা হ’ব ভাৰতলৈ,আমেৰিকাৰ আদালতৰ নিৰ্দেশ

voicedesk by voicedesk
May 19, 2023
in মুখ্য সংবাদ
২৬/১১ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড টাহাউৰ ৰানাক প্ৰত্যার্পন কৰা হ’ব ভাৰতলৈ,আমেৰিকাৰ আদালতৰ নিৰ্দেশ
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

ৱাশ্বিংটনৰ এখন ফেডাৰেল আদালতে ২৬/১১ মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত পাকিস্তানত জন্মগ্ৰহণ কৰা কানাডাৰ ব্যৱসায়ী টাহাউৰ ৰানাক প্ৰত্যাৰ্পণৰ নিৰ্দেশ দিছে। দুবছৰমান পূৰ্বে নতুন দিল্লীয়ে ২০০৮ চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত ৰাণাক প্ৰত্যাৰ্পণৰ বাবে অনুৰোধ জনাইছিল। মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ চৰকাৰেও ভাৰতৰ এই আবেদনৰ প্ৰতি সঁহাৰি জনাই ৰাণাক আদালতলৈ প্ৰেৰণ কৰে ৷

 

প্ৰায় ডেৰ দশক পূৰ্বে নতুন দিল্লীয়ে ৱাশ্বিংটনক আবেদন জনাইছিল যে মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত ডেভিদ ক’লমেন হেডলীৰ দীৰ্ঘদিনীয়া বন্ধু ৰানাক ভাৰতলৈ প্ৰত্যার্পণ কৰিব লাগে ৷ কিন্তু সেয়া সম্ভৱ নহ’ল ৷ পিছত জামিনত ৰাণাক মুকলি কৰি দিয়া হয়। কিন্তু ভাৰতে অভিযোগ কৰে যে ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ পৰা অহা ১০টা লস্কৰ-ই-তৈবা উগ্ৰপন্থীয়ে মুম্বাই আক্ৰমণৰ পৰিকল্পনাত ৰাণা প্ৰত্যক্ষভাৱে জড়িত আছিল।

‘ .

ইয়াৰ পিছত ১৯৯৭ চনৰ দ্বিপাক্ষিক কয়দী প্ৰত্যাৰ্পণ চুক্তি অনুসৰি ভাৰতে পুনৰ আবেদন কৰাৰ সময়ত ২০২০ চনৰ জুন মাহত মুম্বাই আক্ৰমণৰ গোচৰত আমেৰিকান আৰক্ষীয়ে পুনৰ ৰাণাক গ্ৰেপ্তাৰ কৰিছিল। কেলিফৰ্ণিয়াৰ এখন আদালতত ৰাণাই জামিন আবেদন দাখিল কৰিছিল যদিও ডেৰ বছৰ পূৰ্বে জামিন আবেদন নাকচ হৈছিল। ফলত তেওঁক প্ৰত্যাৰ্পণৰ পথ প্ৰশস্ত হৈ পৰে।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

মাইগ্ৰেইনৰ সমস্যা আছে নেকি? গ্ৰীষ্মকালত কোনো ৭টা নিয়ম মানি নললে বিষ বাঢ়িব?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মাইগ্ৰেইনৰ সমস্যা আছে নেকি? গ্ৰীষ্মকালত কোনো ৭টা নিয়ম মানি নললে বিষ বাঢ়িব?

মাইগ্ৰেইনৰ সমস্যা আছে নেকি? গ্ৰীষ্মকালত কোনো ৭টা নিয়ম মানি নললে বিষ বাঢ়িব?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7