VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱত শিক্ষক দিৱসত ২৮গৰাকী কৃতী শিক্ষকক বঁটা প্ৰদান

voicedesk by voicedesk
September 6, 2023
in মুখ্য সংবাদ
নগাঁৱত শিক্ষক দিৱসত ২৮গৰাকী কৃতী শিক্ষকক বঁটা প্ৰদান
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৫ছেপ্টেম্বৰ:–“শিক্ষা দিয়া আৰু শিক্ষা গ্ৰহণ কৰা এক জীৱনযোৰা প্ৰক্ৰিয়া । সু-শিক্ষাৰ জৰিয়তেহে নৱ প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক সঠিক দিশত আগুৱাই নিব পৰা যাব।”– এই মন্তব্য নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল কুমাৰ হাজৰিকাৰ। নগাঁও জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত ৬২সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি উপাচাৰ্য ডঃ হাজৰিকাই লগতে কয় যে এজন আদৰ্শ শিক্ষক হ’বলৈ সংবেদনশীল,সহনশীলতা আৰু বৈচিত্ৰ্যময় গুণৰ অধিকাৰী হ’ব লাগিব।

সত্যক জ্ঞানলৈ ৰূপান্তৰ কৰিব পৰাটোৱেই আচল শিক্ষা। তেওঁ মূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কয় যে নৈতিকতা অবিহনে শিক্ষা সম্পূৰ্ণ হ’ব নোৱাৰে। নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত সভাখনিত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে শিক্ষা এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। শিক্ষাইহে এটা জাতিৰ আমোল পৰিৱৰ্তন আনিব পাৰে আৰু শিক্ষক সকল হ’ল এগছি বন্তিৰ দৰে । যি এখন সমাজ বা দেশক পোহৰাই তুলিব পাৰে। বিধায়কগৰাকীয়ে শিক্ষাগুৰু সকলক যথেষ্ট সন্মান কৰিব লাগে বুলিও বিশেষকৈ নৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। নগাঁও আৰু শিক্ষক দিৱস উদযাপন সমিতিৰ সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱাই আঁত ধৰা আৰু নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত জিলাখনৰ ২৮ গৰাকী শিক্ষকক “কৃতী শিক্ষক বঁটা-২০২৩” প্ৰদান কৰা হয়।

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিক্ষক দিৱস উপলক্ষে ২০১০ বৰ্ষৰ পৰা চলিত বৰ্ষ পৰ্যন্ত জিলাখনৰ পৰা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত কৃতী শিক্ষকৰ বঁটা লাভ কৰা মুঠ ২৭ গৰাকী শিক্ষকৰ বাবে প্ৰেৰণ কৰা বিশেষ প্ৰশংসা পত্ৰ আৰু গামোচা তথা চেলেঙেৰে সম্বৰ্ধনা জনোৱা হয়। সভাখনত জিলাখনৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত মনোৰমা মৰাং,বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক দেৱেন লহকৰ, জিলা অধিবিদ্যা পৰিষদৰ সচিব ৰঞ্জিত শ‌ইকীয়া,সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থাৰ বিষয়ববীয়া মৃগাংক বৰা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Previous Post

স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

Next Post

ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩” প্ৰাপ্ত কুমুদ কলিতাক নতুন দিল্লীত উষ্ম অভিনন্দন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩” প্ৰাপ্ত কুমুদ কলিতাক নতুন দিল্লীত উষ্ম অভিনন্দন  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ৰাষ্ট্ৰীয় শিক্ষক বঁটা ২০২৩" প্ৰাপ্ত কুমুদ কলিতাক নতুন দিল্লীত উষ্ম অভিনন্দন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7