VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ কামপুৰত সদৌ অসম কবি সন্মিলনৰ ৩৬সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

voicedesk by voicedesk
September 7, 2023
in মুখ্য সংবাদ
নগাঁৱৰ কামপুৰত সদৌ অসম কবি সন্মিলনৰ ৩৬সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৬ছেপ্টেম্বৰ:–সদৌ অসম কবি সন্মিলনৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বুধবাৰে নগাঁও জিলাৰ কামপুৰ আঞ্চলিক কবি সন্মিলনৰ উদ্যোগত আৰু জিলা কবি সন্মিলনৰ সহযোগত অনুষ্ঠিত হৈ যায় । কামপুৰ পৰিদৰ্শন ভৱনত অনুষ্ঠিত দিৱসৰ পুৱা অনুষ্ঠানৰ পতাকা উত্তোলনৰে কাৰ্যসূচী মুকলি কৰে নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই। ইয়াৰ পাছতে সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ৰাম গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতীয়ে। নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই সভাপতিত্বত অনুষ্ঠিত কবিতা পাঠৰ পৰ্যালোচনা কৰে যুৱ কবি ৰূপম কুমাৰ নাথে ।

কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সম্পাদক প্ৰদ্যুম্ন বৰাই আঁত ধৰা অনুষ্ঠানত নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টা দুৰ্গেশ্বৰ বৰকটকী,মোলান লস্কৰ,অনিল বৰুৱা,সম্পাদক ৰাজু সমীৰণ,উপ সভাপতি ক্ৰমে অশোকৰাম ভট্টাচাৰ্য,শশী কেওট,সোণাইপৰীয়া শাখা কবি সন্মিলনৰ সভাপতি সঞ্জীৱ সাগৰ চৌধুৰী,কবি নৱ কাশ্যপ,জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰ,শিক্ষাবিদ সুধাময় দাস, কামপুৰ উন্নতি সাধিনী সভাৰ সম্পাদক জনাৰ্দন বৰা,সমাজকৰ্মী যতীন বৰা,জ্যেষ্ঠ সাংবাদিক নীলকমল শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত কবি ক্ৰমে খৰ্গেশ্বৰ বৰা,গোলাপ ৰাজখোৱা,প্ৰমোদ বৰা,ভূপেন চন্দ্ৰ শৰ্মা,গীতাঞ্জলী শৰ্মা,ৰশ্মিতা শইকীয়া,অজিতা কাকতি, জয়াৰাণী শইকীয়া,ইৰা মণি শইকীয়া,মৃদুলা বৰা শইকীয়া, ৰঞ্জিত নাথ,সংহিতা দেৱী, শিখাৰাণী পাঠক শইকীয়া,অৰূপ জোন বৰা,নুৰুল ইছলাম,চন্দ্ৰ বৰা,বকুল নাথ আৰু পূৰৱী লস্কৰকে ধৰি ত্ৰিশ গৰাকী কবিয়ে কবিতা পাঠ কৰাৰ লগতে অনুষ্ঠানত গীত পৰিৱেশন কৰে কবি মিনাৰাম বৰাই । কবিতা পাঠৰ অন্তত সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰৰে অনুষ্ঠানৰ সামৰণি পৰে।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

নগাঁৱৰ বটদ্ৰৱাৰ সোণাই নৈৰ পাৰৰ গৌৰীনাথ শিৱ মন্দিৰত যুগ্ম জীৱন আৰম্ভ কৰিলে শৰ্মিষ্ঠা-প্ৰাঞ্জলে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নগাঁৱৰ বটদ্ৰৱাৰ সোণাই নৈৰ পাৰৰ গৌৰীনাথ শিৱ মন্দিৰত যুগ্ম জীৱন আৰম্ভ কৰিলে শৰ্মিষ্ঠা-প্ৰাঞ্জলে

নগাঁৱৰ বটদ্ৰৱাৰ সোণাই নৈৰ পাৰৰ গৌৰীনাথ শিৱ মন্দিৰত যুগ্ম জীৱন আৰম্ভ কৰিলে শৰ্মিষ্ঠা-প্ৰাঞ্জলে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7