VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৭৩ সংখ্যক গণৰাজ্য দিৱস পালন

voicedesk by voicedesk
January 26, 2022
in মুখ্য সংবাদ
কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত ৭৩ সংখ্যক গণৰাজ্য দিৱস পালন
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে উপায়ুক্ত কৈলাশ কাৰ্তিক এন । আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মণ ক্ষেত্ৰত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসংগত উপাযুক্তগৰাকীয়ে প্ৰতিজন ভাৰতীয় নাগৰিককে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে, লগতে দেশৰ স্বাধীনতা সেনানী আৰু ডঃ বি আৰ আম্বেদকাৰকে ধৰি সংবিধান সভাৰ সমুহ সদস্যকে শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে সোঁৱৰণ কৰে ।

জিলাখনৰ প্ৰগতিৰ খতিয়ান দাঙি ধৰি প্ৰতিজন নাগৰিকৰ বাবে মৰ্যাদাপূৰ্ণ আত্মনিৰ্ভৰ জীৱনযাত্ৰা, দ্ৰুত অৰ্থনৈতিক উন্নতি আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ উপাযুক্তগৰাকীয়ে গণৰাজ্য দিৱসৰ মুখ্য অতিথিৰ আসনৰ পৰা জিলাবাসীক আহ্বান জনায় ৷ অনুষ্ঠানটোৰ আৰম্ভণিতে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি অৰ্পণ কৰে ৷

গণৰাজ্য দিৱস উদযাপনত জিলাখনৰ আৰক্ষী বাহিনীৰ পুৰুষ-মহিলাৰ দল আৰু গৃহৰক্ষী বাহিনীয়ে কুচ-কাৱাজ প্ৰদৰ্শন কৰে ৷ এই অনুষ্ঠানতে উত্তৰ গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ তৰফৰ পৰা দ্ৰোণ শ্ব’ৰ ব্যৱস্থা কৰে ৷

অনুষ্ঠানটোৰ কাৰ্যসূচীত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ছয়গাঁও আৰু বকো সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে ৰেকিবুদ্দিন আহমেদ আৰু নন্দিতা দাসকে ধৰি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, আৰক্ষী প্ৰশাসন, সাধাৰণ নাগৰিক তথা সংবাদকৰ্মীসকল উপস্থিত থাকে ।

Previous Post

কামৰূপ জিলাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, ২০২২ উদ্‌যাপন

Next Post

কুটজ ঔষধি গুণেৰে ভৰপূৰ। জানো আহকচোন কুটজৰ বিষয়ে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কুটজ ঔষধি গুণেৰে ভৰপূৰ। জানো আহকচোন কুটজৰ বিষয়ে

কুটজ ঔষধি গুণেৰে ভৰপূৰ। জানো আহকচোন কুটজৰ বিষয়ে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7