VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ট্ৰাম্পৰ বিৰুদ্ধে ৭৮টা অভিযোগ, যদিহে দোষী সাব্যস্ত হয়, তেন্তে হ’ব ১০০ বছৰৰো অধিক কাৰাদণ্ড

voicedesk by voicedesk
August 2, 2023
in মুখ্য সংবাদ
ট্ৰাম্পৰ বিৰুদ্ধে ৭৮টা অভিযোগ, যদিহে দোষী সাব্যস্ত হয়, তেন্তে হ’ব  ১০০ বছৰৰো অধিক  কাৰাদণ্ড
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰা এটা গোচৰত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে ট্ৰাম্পৰ বিৰুদ্ধে । তদন্তত যদি এই অভিযোগ সত্য বুলি প্ৰমাণিত হয় তেন্তে ২০ বছৰৰ কাৰাদণ্ড হ’ব পাৰে প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ । তদুপৰি ট্ৰাম্পে এজন ব্যক্তিক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ভাবুকি দিয়াৰ অভিযোগো উত্থাপন কৰিছে । যদিহে এই অভিযোগ তদন্তত প্ৰমাণিত হয় তেন্তে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক ১০ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে। দেশৰ স্পৰ্শকাতৰ তথ্য চুৰিৰ অভিযোগত আৰম্ভ হোৱা তদন্তত বাধা দিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে ট্ৰাম্পৰ বিৰুদ্ধে। দোষী সাব্যস্ত হ’লে তেওঁক সৰ্বাধিক ২০ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে। এইদৰে  ট্ৰাম্পৰ বিৰুদ্ধে  ৰুজু হোৱা ৭৮টা অভিযোগৰ প্ৰতিটো অভিযোগত দোষী সাব্যস্ত হ’লে তেওঁ ১০০ বছৰ পৰ্যন্ত কাৰাদণ্ড লাভ কৰিব ৷

 

কিন্তু ট্ৰাম্পে বাৰে বাৰে নিজকে নিৰ্দোষী বুলি দাবী কৰি আহিছে। অভিযোগ অনুসৰি ২০২৪ চনৰ ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা জো বাইডেন প্ৰশাসনে তেওঁক আঁতৰাই নিয়াৰ ষড়যন্ত্ৰ কৰিছে। আমেৰিকা প্ৰশাসনৰ এক সূত্ৰৰ মতে, সকলো অভিযোগতে দোষী সাব্যস্ত হ’লে ট্ৰাম্পে এশ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নাই। কিন্তু প্ৰশাসনৰ সৈতে জড়িত সকলোৱে অনুভৱ কৰে যে দেশৰ প্ৰাক্তন শীৰ্ষ বিষয়াগৰাকীৰ বিৰুদ্ধে ইমানবোৰ অভিযোগ দাখিল কৰাটো অভূতপূৰ্ব।

 

শেহতীয়াকৈ ট্ৰাম্পে হোৱাইট হাউছৰ পৰা ওলাই যোৱাৰ সময়ত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু পাৰমাণৱিক গৱেষণাৰ সৈতে জড়িত প্ৰায় ১০০খন নথি ফ্ল’ৰিডাৰ ঘৰলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছিল। দেশৰ প্ৰাক্তন ৰিপাব্লিকান ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে দাখিল কৰা ৪৯ পৃষ্ঠাৰ অভিযোগনামাৰ ভিত্তিত তদন্ত আৰম্ভ হৈছে । ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত ৩৭টা অভিযোগৰ ভিতৰত ৩১টা অভিযোগৰ ভিত্তি হৈছে যে তেওঁ “ইচ্ছাকৃতভাৱে দেশখনৰ গুৰুত্বপূৰ্ণ আৰু গোপন নথি-পত্ৰ নিজৰ লগত ৰাখিছিল”। ট্ৰাম্পে  জ’ বাইডেন প্ৰশাসনে ন্যায়পালিকাক আহিলা হিচাপে ব্যৱহাৰ কৰি তেওঁক হাৰাশাস্তি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে।

Previous Post

আঠ বছৰৰ মূৰত ডাঙৰ পৰ্দাত ইমৰাণ! কি চৰ্ত পূৰণৰ কথা ক’লে অনুৰাগীক

Next Post

আইচিচিয়ে ঘোষণা কৰিলে সম্ভাৱ্য অধিনায়কৰ নাম! প্ৰকাশ নতুন পোষ্টাৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আইচিচিয়ে ঘোষণা কৰিলে সম্ভাৱ্য অধিনায়কৰ নাম! প্ৰকাশ নতুন পোষ্টাৰ

আইচিচিয়ে ঘোষণা কৰিলে সম্ভাৱ্য অধিনায়কৰ নাম! প্ৰকাশ নতুন পোষ্টাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7