VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোকৰাঝাৰ চহৰত তীব্ৰ চাঞ্চল্য, অকলশৰীয়া দম্পত্তীক আক্ৰমণ দুর্বৃত্তৰ, মৃত্যু অৱসৰপ্ৰাপ্ত অভিযন্তাৰ মৃত্যু

voicedesk by voicedesk
November 29, 2023
in মুখ্য সংবাদ
কোকৰাঝাৰ চহৰত তীব্ৰ চাঞ্চল্য, অকলশৰীয়া দম্পত্তীক আক্ৰমণ দুর্বৃত্তৰ, মৃত্যু অৱসৰপ্ৰাপ্ত অভিযন্তাৰ মৃত্যু
0
SHARES
352
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ চহৰত বুধবাৰে পুৱাই সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দুৰ্বৃত্তৰ আক্ৰমণ এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তাৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁৰ পত্নী ৷

 

 

ঘটনা বিবৰণী অনুসৰি কোকৰাঝাৰ চহৰৰ বিধানপল্লীত বুধবাৰে পুৱা প্ৰায় ৫-৩০ বজাৰ পৰা ৬ বজাৰ ভিতৰত সংঘটিত হয় ঘটনা। দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা  অৱসৰপ্ৰাপ্ত অভিযন্তা জন হৈছে  তপন চক্ৰৱৰ্তী (৭২) ৷ আনহাতে  তেওঁৰ পত্নী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মধুমতি বেনাৰ্জী (৬৫) এই আক্ৰমণত গুৰতৰভাৱে আহত হয় ।

 

 

প্ৰাপ্ত তথ্য অনুসৰি  আক্ৰমনৰ বলি হোৱা দম্পত্তীৰ পুত্ৰ বেংগালুৰত আৰু কন্যা আমেৰিকাত বাস কৰে । জানিব পৰা মতে আজি পুৱাৰ ভাগত ঘৰৰ গেটৰ সন্মুখত বহি আছিল তপন চক্ৰৱৰ্তী। ইয়াৰ কিছু সময়ৰ পাছতে স্থানীয় লোকে তেওঁলোকৰ ঘৰত হুলস্থুল ওলাই আহে ৷ সেই সময়ত ঘৰখনৰ  গেটখন বন্ধ হৈ আছিল ৷ ইফালে বাহিৰত স্থানীয় লোকৰ উপস্থিতিৰ কথা জানিব পাৰি তপন চক্ৰৱৰ্তীয়ে ভিতৰৰ পৰা গেট পাৰ হৈ ঘৰত প্ৰৱেশ কৰিবলৈকয় । সেই অনুসৰি গেট পাৰ হৈ ঘৰত প্ৰৱেশ কৰাত ৰক্তাক্ত অৱস্থাত তেওঁলোকক উদ্ধাৰ কৰা হয় । তপন চক্ৰৱৰ্তীয়ে স্থানীয় লোকজনৰ হাততে গেটৰ ছাবি গতাই দি সম্পূৰ্ণ ঘটনাৰ বিৱৰণ দিয়ে। তেওঁ ‘সিং’ নামৰ এজন লোকে তেওঁলোকক আক্ৰমণ কৰা বুলি জনায়। ইয়াৰ কিছু সময়ৰ পাছতে তেওঁ অজ্ঞান হৈ পৰে।

 

ইফালে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ সাংবাদিকৰ আগত কয় যে পুৱা ৪-৩০ ৰ পৰা ৫ বজাত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আৰু কৃষি বিভাগৰ প্ৰাক্তন বিষয়াক তেওঁৰ ঘৰতে ৰং মিস্ত্ৰী বা মিস্ত্ৰী হিচাপে কাম কৰি থকা এজন লোকে আক্ৰমণ কৰিছে। ফলত তপন চক্ৰৱৰ্তী  নিহত হোৱাৰ লগতে তেওঁৰ পত্নীৰ অৱস্থা সংকটজনক।

 

ঘটনাৰ খবৰ পোৱা মাত্ৰকে তপন চক্ৰৱৰ্তীৰ বাসগৃহত উপস্থিত হয় স্থানীয় আৰক্ষীৰ লগতে জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীও। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আক্ৰমণত ব্যৱহাৰ কৰা এখন দাঁ উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা প্ৰয়োজনীয় সকলো নমুনা সংগ্ৰহ কৰিছে। এয়া ডকাইতিৰ ঘটনা নে এই আক্ৰমণৰ ওপৰত আন কিবা উদ্দেশ্যে আছে সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷

 

Previous Post

মূল সুঁতিলৈ উভতি আহিল আলফাৰ চাৰি কেডাৰ, গামোচা পিন্ধাই আদৰিলে ডিজিপি জি পি সিঙে

Next Post

হত্যা নে আত্মহত্যাঃ এতিয়াও আঁতৰি যোৱা নাই অনুষ্কা শইকীয়াৰ মৃত্যু ৰহস্য, দিছপুৰ থানাত হাজিৰ প্ৰেমিক ৰাহুল শইকীয়া

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
হত্যা নে আত্মহত্যাঃ এতিয়াও আঁতৰি যোৱা নাই অনুষ্কা শইকীয়াৰ মৃত্যু ৰহস্য, দিছপুৰ থানাত হাজিৰ প্ৰেমিক ৰাহুল শইকীয়া

হত্যা নে আত্মহত্যাঃ এতিয়াও আঁতৰি যোৱা নাই অনুষ্কা শইকীয়াৰ মৃত্যু ৰহস্য, দিছপুৰ থানাত হাজিৰ প্ৰেমিক ৰাহুল শইকীয়া

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7