VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিদ্যালয়ৰ ভিতৰতে শিক্ষকক গুলীয়াই হত্যা কৰিলে ছবছৰীয়া ছাত্ৰই! আমেৰিকাত চাঞ্চল্য

voicedesk by voicedesk
January 7, 2023
in মুখ্য সংবাদ
বিদ্যালয়ৰ ভিতৰতে শিক্ষকক গুলীয়াই হত্যা কৰিলে  ছবছৰীয়া ছাত্ৰই! আমেৰিকাত চাঞ্চল্য
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

বিদ্যালয়ৰ ভিতৰতে শিক্ষকক এজন ছা্ত্ৰই গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আমেৰিকাত ৷ শিক্ষকজনক গুলীয়াই হত্যা কৰে এজন ছবছৰীয়া ছাত্ৰই! শুকুৰবাৰে আমেৰিকাৰ পূব প্ৰদেশৰ ভাৰ্জিনিয়াত সংঘটিত হোৱা এই গুলীচালনাৰ ঘটনাত আন এজন ৩০ বছৰীয়া স্কুল শিক্ষক গুৰুতৰভাৱে আহত হয়।

 

আৰক্ষী সূত্ৰৰ মতে, প্ৰাদেশিক ৰাজধানী ৰিচমণ্ডৰ ওচৰৰ ৰিচনেক প্ৰাথমিক বিদ্যালয়ত এই ঘতনা সংঘতিত হৈছে ৷  অভিযুক্ত ছাত্ৰজনক আটক কৰি ৰখা হৈছে। ভাৰ্জিনিয়াৰ ৰাজ্যৰ আৰক্ষী বিষয়া ষ্টিভ ড্ৰুৱে শনিবাৰে কয় যে এইটো কোনো দুৰ্ঘটনা নাছিল। অভিযুক্ত ছাত্ৰজনে শিক্ষকজনক লক্ষয় কৰি গুলীচালনা কৰে।

 

ৰিচনেক প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষই দাবী কৰা মতে, ছাত্ৰজনৰ আচৰণত পূৰ্বে কোনো অস্বাভাৱিকতা লক্ষ্য কৰা নাছিল। বিদ্যালয়খনৰ অধ্যক্ষ জৰ্জ পাৰ্কাৰে কয় যে তেওঁলোক সকলো স্তম্ভিত হৈ পৰিছে । স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে কোনো কাৰণতে আগ্নেয়াস্ত্ৰ যাতে লাভ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ৷

 

২০২১ চনত আমেৰিকাত আগ্নেয়াস্ত্ৰৰ ফলত মুঠ ৪৪ হাজাৰ লোকৰ মৃত্যু হৈছিল। ইয়াৰে বেছিভাগেই হত্যাকাণ্ড। ইয়াৰ বাহিৰেও দুৰ্ঘটনা আৰু আত্মহত্যাৰ ঘটনাও ঘটে। যোৱা মে’ মাহত টেক্সাছৰ এখন বিদ্যালয়ত এজন বন্দুকধাৰীৰ আক্ৰমণ চলাই ১৯ জন ছাত্ৰ আৰু ২ জন শিক্ষকৰ মৃত্যু হৈছিল। কেইবাখনো প্ৰদেশে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আগ্নেয়াস্ত্ৰ আইন কঠোৰ কৰিছে ৷

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

এক লিটাৰ ইন্ধনেৰে ১০০ কিলোমিটাৰ! অসম্ভৱকো সম্ভৱ কৰা বিজ্ঞানী ৰহস্যজনকভাৱে হৈ পৰিল অদৃশ্য, কিয় শত্ৰু হৈ পৰিছিল তৈল প্ৰতিষ্ঠানৰ !

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
এক লিটাৰ ইন্ধনেৰে  ১০০ কিলোমিটাৰ! অসম্ভৱকো সম্ভৱ কৰা বিজ্ঞানী  ৰহস্যজনকভাৱে  হৈ পৰিল অদৃশ্য, কিয় শত্ৰু হৈ পৰিছিল তৈল প্ৰতিষ্ঠানৰ !

এক লিটাৰ ইন্ধনেৰে ১০০ কিলোমিটাৰ! অসম্ভৱকো সম্ভৱ কৰা বিজ্ঞানী ৰহস্যজনকভাৱে হৈ পৰিল অদৃশ্য, কিয় শত্ৰু হৈ পৰিছিল তৈল প্ৰতিষ্ঠানৰ !

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7