VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত “নাক”ৰ তিনিজনীয়া পৰিদৰ্শনকাৰী দল

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
April 3, 2023
in মুখ্য সংবাদ
নগাঁৱৰ বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত “নাক”ৰ তিনিজনীয়া পৰিদৰ্শনকাৰী দল
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যাৰ্পণ পৰিষদ চমুকৈ NAACৰ তিনিজনীয়া এটা দলে সোমবাৰে প্ৰথমবাৰৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাত গুৰুজনাৰ নামেৰে প্ৰতিষ্ঠিত বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয় পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় । পৰিদৰ্শনকাৰী দলটোক মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত গায়ন বায়নেৰে উষ্ম আদৰণি জনোৱা হয়। প্ৰফেচাৰ জগদীশ কুমাৰ পাটনায়ক(Prof. Jagdish Kr Patnaik),প্ৰফেচাৰ চি মধুমতী (Prof.C Madhumathi) আৰু ড° মহাদেৱ স্বামী এন (Dr. Mahadevaswmy N) নামৰ তিনিজনীয়া পৰিদৰ্শনকাৰী দলটো মহাবিদ্যালয়খনত উপস্থিত হয়। দলটো উপস্থিত হোৱাৰ পিছত অধ্যক্ষ দেৱজিৎ মহন্তই মহাবিদ্যালয়ৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে বৰ্ণনা কৰে। পৰৱৰ্তী সময়ত মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ মূৰব্বীসকলৰ লগত মত বিনিময় কৰি কাৰ্যালয়,আই কিউ এ চিৰ লগতে মহাবিদ্যালয়ৰ পুথিভঁৰাল পৰিদৰ্শন কৰে । পৰিদৰ্শনৰ অন্তত ছাত্ৰ-ছাত্ৰী,প্ৰাক্তন শিক্ষাৰ্থী আৰু অভিভাৱকৰ লগত মত বিনিময় কৰে “নাক”ৰ দলটোৱে । “নাক”ৰ পীৰ(NAAC PEER)দলৰ পৰিদৰ্শনৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ত বিয়লি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৰগীত,সত্রীয়া নৃত্য,জিকিৰ,তিৱা নৃত্য,বিহু,ৰাস নৃত্য আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় । উল্লেখযোগ্য যে নগাঁও জিলাৰ বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়খন ২০১৩ চনত চৰকাৰীকৰণ হয় যদিও “নাক”ৰ পৰিদৰ্শন হোৱা নাছিল। ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা মহাবিদ্যালয়খনত সোমবাৰে প্ৰথম বাৰৰ বাবে নাকৰ দল উপস্থিত হৈ পৰিদৰ্শন কৰি যোৱাৰ পিছতেই গ্ৰামাঞ্চলত স্থাপন হোৱা অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠানখনে বিশেষ গুৰুত্ব লাভ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ।

Previous Post

নগাঁৱৰ বটদ্ৰৱাত পোষন পখোৱাৰ কাৰ্যসূচী ৰূপায়ণ

Next Post

চকৰিগাঁৱত লেখিকা সংস্থাৰ কলংপাৰ শাখাৰ দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন,গ্ৰন্থ উন্মোচন-নতুন সমিতি গঠন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
চকৰিগাঁৱত লেখিকা সংস্থাৰ কলংপাৰ শাখাৰ দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন,গ্ৰন্থ উন্মোচন-নতুন সমিতি গঠন

চকৰিগাঁৱত লেখিকা সংস্থাৰ কলংপাৰ শাখাৰ দ্বি বাৰ্ষিক অধিবেশন সম্পন্ন,গ্ৰন্থ উন্মোচন-নতুন সমিতি গঠন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7