VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰতি ১১ মিনিটৰ মূৰে মূৰে এগৰাকী মহিলাক ঘনিষ্ঠ সংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰে : কোনে প্ৰকাশ কৰিলে এই তথ্য

voicedesk by voicedesk
November 22, 2022
in মুখ্য সংবাদ
প্ৰতি ১১ মিনিটৰ মূৰে মূৰে এগৰাকী মহিলাক ঘনিষ্ঠ সংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰে : কোনে প্ৰকাশ কৰিলে এই তথ্য
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

প্ৰতি ১১ মিনিটৰ মূৰে মূৰে এগৰাকী মহিলা বা ছোৱালীক কোনো অন্তৰংগ সংগী বা পৰিয়ালৰ কোনো সদস্যই হত্যা কৰে  ৷ এই দাবী কৰিছে  ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ’ গুটেৰেছে ৷ গুটেৰেছে কয় যে এই মহিলাসকলৰ বিৰুদ্ধে হিংসা বিশ্বৰ আটাইতকৈ ডাঙৰ  “মানৱ অধিকাৰ উলংঘা”ৰ ঘটনা ৷ তেওঁ  চৰকাৰসমূহক এনে ঘটনাৰ সৈতে  সৈতে মোকাবিলা কৰিবলৈ কার্যব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷ ২৫ নৱেম্বৰত পালন কৰিবলগীয়া ‘মহিলাৰ বিৰুদ্ধে হিংসা নিৰ্মূল’ৰ আন্তঃৰাষ্ট্ৰীয় দিৱসৰ পূৰ্বে মহাসচিব গুটেৰেছে এই মন্তব্য কৰে।

তেওঁ কয় “নাৰী আৰু ছোৱালীৰ ওপৰত হোৱা হিংসা হৈছে বিশ্বৰ ভিতৰতে সৰ্বাধিক  মানৱ অধিকাৰ উলংঘা। প্ৰতি ১১ মিনিটৰ মূৰে মূৰে এগৰাকী মহিলা বা এগৰাকী ছোৱালীক কোনো অন্তৰংগ সংগী বা পৰিয়ালৰ সদস্যই হত্যা কৰে আৰু আমি জানো যে অন্যান্য মানসিক চাপ, ক’ভিড-১৯ মহামাৰীৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিক অস্থিৰতাই অনিবাৰ্যভাৱে আৰু অধিক শাৰীৰিক আৰু মৌখিক হেচাৰ সৃষ্টি কৰে।’

ইপিনে তেওঁ কয় যে মহিলা অনলাইন হিংসাৰ সন্মুখীন হ’বলগীয়া হয় ৷  নাৰীবিদ্বেষী ঘৃণামূলক ভাষণৰ পৰা আৰম্ভ কৰি যৌন নিৰ্যাতনলৈকে বিভিন্ন হিংসাৰ তেওঁলোক সন্মুখীন হয় ৷

ৰাষ্ট্ৰসংঘৰ মুৰব্বীগৰাকীয়ে কয় যে এয়া হৈছে মহিলা আৰু কন্যাৰ ওপৰত হোৱা হিংসাৰ অন্ত পেলোৱা পৰিৱৰ্তনশীল পদক্ষেপৰ সময়।তেওঁ কয় যে চৰকাৰসমূহে এই মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ  কাৰ্য্য পৰিকল্পনা  পুঁজি ধার্য কৰাৰ লগতে, সিদ্ধান্ত গ্ৰহণৰ প্ৰতিটো পৰ্যায়তে তৃণমূল পৰ্যায়ৰ আৰু নাগৰিক সমাজৰ গোটসমূহক জড়িত কৰিব লাগে ৷

২০২৬ চনৰ ভিতৰত মহিলা অধিকাৰ সংগঠন আৰু আন্দোলনসমূহক ৫০ শতাংশ পুঁজি বৃদ্ধি কৰিবলৈ চৰকাৰসমূহক আহ্বান জনাই  গুটেৰেছে সকলোকে “মহিলাৰ অধিকাৰৰ সমৰ্থনত থিয় দিবলৈ আহ্বান জনায় ৷

 

Previous Post

১০ দিনত ১২ জন লোকক মৃত্যুদণ্ড, কি অপৰাধত তৰোৱালেৰে শিৰশ্চেদ কৰা হ’ল ছৌদি আৰৱত !!

Next Post

পোহনীয়া জন্তুৰ মালিকৰ জীৱন সহজ কৰি তুলিবলৈ ভাৰতত ‘ডাইছন’ৰ ‘পেট গ্ৰুম কিট’

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
পোহনীয়া জন্তুৰ মালিকৰ জীৱন সহজ কৰি তুলিবলৈ ভাৰতত ‘ডাইছন’ৰ ‘পেট গ্ৰুম কিট’

পোহনীয়া জন্তুৰ মালিকৰ জীৱন সহজ কৰি তুলিবলৈ ভাৰতত ‘ডাইছন’ৰ ‘পেট গ্ৰুম কিট'

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7