VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

টিহু মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন

এঘাৰটা পদত আছু সমৰ্থিত প্ৰাৰ্থী বিজয়ী

voicedesk by voicedesk
October 12, 2023
in মুখ্য সংবাদ
টিহু মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন
0
SHARES
850
VIEWS
Share on FacebookShare on Twitter

টিহু,১২, অক্টোবৰঃ টিহু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ১১ অক্টোৱৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত সভাপতি সম্পাদককে ধৰি ১১টা পদত আছু সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে ১টা পদত জয়লাভ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীয়ে । নিৰ্বাচনৰ ফলাফল ঘোষনা কৰাৰ পাছতেই মহাবিদ্যালয়খনত আছু শিৱিৰত আনন্দৰ ঢৌ দেখিবলৈ পোৱা যায়। বিজয়ী প্ৰাৰ্থী সকলক লৈ সন্ধিয়া টিহু নগৰত আছুৰ কৰ্মী সমৰ্থক সকলে এক শোভাযাত্ৰা উলিয়াই আনন্দ উল্লাস প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে আছু সমৰ্থিত সভাপতি পদত জ্যোতিৰ্ময় ভূঞা আৰু সম্পাদক পদত সুপ্ৰীতম কলিতাই জয়লাভ কৰে । আনপিনে আছু সমৰ্থিত বিজয়ী প্ৰাৰ্থীসকল ক্ৰমে ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদকৰ পদত দিম্পী নাথ ,গুৰু খেল বিভাগৰ পদত নিপুজ্যোতি পাঠক,ল’ৰাৰ জিৰণী কোঠাত মানবেন্দ্ৰ বৰ্মন, ছোৱালীৰ জিৰণী কোঠাৰ পদত দীপশিখা ডেকা, আলোচনী সম্পাদকৰ পদত শান্তনু হালৈ, সমাজসেৱা বিভাগৰ পদত অংকুৰ দাস, সাংস্কৃতিক বিভাগৰ সম্পাদকৰ পদত অনুপমা মদাহী,লঘু খেল বিভাগৰ সম্পাদকৰ পদত হীৰকজ্যোতি কলিতা আৰু সুকুমাৰ কলা বিভাগৰ পদত কৰীণা দাস। আনহাতে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থনত নিৰ্বাচিত প্ৰাৰ্থী গৰাকী হ’ল তৰ্ক বিভাগত ৰক্তিম ৰাজবংশী। ইপিনে বিজয়ী প্ৰাৰ্থী সকলক টিহু আঞ্চলিক ছাত্ৰ সন্থাই অভিনন্দন জনাইছে। ফলাফল ঘোষণাৰ অন্তত টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সন্মুখত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গুণজ্যোতি পাঠক ,অক্ষয় ডেকা,সভাপতি নিৰুজউদ্দিন আহমেদ ,সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তই বিজয়ী প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে।

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

কামাখ্যা অভিমুখী ৰে’ল দুর্ঘটনাত অসমৰ মাতৃ-কন্যাৰ মৃত্যু নর্থ-ইষ্ট এক্সপ্ৰেছত আছিল অসমৰ ৫২২ জন যাত্ৰী

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কামাখ্যা অভিমুখী ৰে’ল দুর্ঘটনাত অসমৰ মাতৃ-কন্যাৰ মৃত্যু   নর্থ-ইষ্ট এক্সপ্ৰেছত আছিল অসমৰ ৫২২ জন যাত্ৰী

কামাখ্যা অভিমুখী ৰে’ল দুর্ঘটনাত অসমৰ মাতৃ-কন্যাৰ মৃত্যু নর্থ-ইষ্ট এক্সপ্ৰেছত আছিল অসমৰ ৫২২ জন যাত্ৰী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7