VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১২৭ বছৰৰ পাছত বিভক্ত হ’ল গডৰেজৰ সা-সম্পত্তি , কোনে লাভ কৰিব কিমান সম্পত্তি ?

voicedesk by voicedesk
May 1, 2024
in মুখ্য সংবাদ
১২৭ বছৰৰ পাছত বিভক্ত হ’ল গডৰেজৰ সা-সম্পত্তি , কোনে লাভ কৰিব কিমান সম্পত্তি ?
0
SHARES
377
VIEWS
Share on FacebookShare on Twitter

অৱশেষত দুটা ভাগত বিভক্ত হ’ল গডৰেজ কোম্পানী ৷ গডৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপ আৰু গডৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ বহু কোম্পানীয়ে ইমান দিনে এই ১২৭ বছৰীয়া একেলগে কাম কৰি আহিছে। গডৰেজ গ্ৰুপে এক বিবৃতিত কয় যে এই সকলোবোৰ কোম্পানীক দুটা ভাগত বিভক্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

 

তলাৰ পৰা আৰম্ভ কৰি চাবোন, ফ্ৰীজ, আলমাৰী, ঘৰুৱা আচবাব, পাকঘৰ আৰু বাথৰুমৰ সঁজুলিলৈকে গডৰেজৰ  ব্যৱসায় আছে। টাটা গ্ৰুপৰ দৰে গডৰেজৰ সামগ্ৰীৰো ভাৰতীয় বজাৰত আছে বিপুল চাহিদা ৷১৮৯৭ চনত  ব্যৱসায়ী আৰ্দেশী গডৰেজে এই প্ৰতিষ্ঠানটো আৰম্ভ কৰিছিল। পিছত আৰ্দেশীৰ ভাতৃ পিৰোজছা আৰু তেওঁৰ সন্তানে এই গোটৰ দায়িত্ব লয়। পিৰোজছাৰ পুত্ৰ বুৰ্জৰ গডৰেজৰ  সন্তান আদি আৰু নাদিৰ তথা কণিষ্ঠ পুত্ৰ নৱল গডৰেজৰ জামছিদ আৰু স্মিতা গডৰেজ কৃষ্ণৰ মাজত বিভক্ত হৈছে গডৰেজ গোটৰ কোম্পানী।গডৰেজৰ বংশত তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্ম আদিৰ পুত্ৰ পিৰোজছা গডৰেজ (৪২) আৰু স্মিতাৰ কন্যা নিৰিকা হোলকৰে (৪২)ও দায়িত্ব চম্ভালিবলৈ আৰম্ভ কৰিছে।

 

আদিৰ বয়স এতিয়া ৮২ বছৰ। নাদিৰৰ বয়স ৭৩ বছৰ। জামছিদ আৰু স্মিতাৰ  বয়স ক্ৰমে ৭৫ আৰু ৭৪ বছৰ। নতুন সিদ্ধান্ত অনুসৰি গডৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপৰ অন্তৰ্গত ৫টা তালিকাভুক্ত কোম্পানী (অৰ্থাৎ ষ্টক মাৰ্কেটত তালিকাভুক্ত কোম্পানী) আদি আৰু নাদিৰৰ হাতত থাকিব। এই কোম্পানীসমূহ হ’ল – গডৰেজ ইণ্ডাষ্ট্ৰীজ, গডৰেজ কনজিউমাৰ প্ৰডাক্টছ, গডৰেজ প্ৰপাৰ্টিজ, গডৰেজ এক্ৰ’বেট আৰু এজটেক লাইফছায়েন্সেছ। এই সংগঠনসমূহৰ অধ্যক্ষ হ’ব নাদিৰ। আদি-পুত্ৰ পিৰোজছা কাৰ্যবাহী উপাধ্যক্ষ হ’ব। ২০২৬ চনৰ আগষ্ট মাহত তেওঁ নাদিৰৰ উত্তৰাধিকাৰী হ’ব।

 

আনহাতে, গডৰেজ এণ্টাৰপ্ৰাইজ গ্ৰুপৰ অধীনত তালিকাভুক্ত নোহোৱা কোম্পানী (ষ্টক মাৰ্কেটত তালিকাভুক্ত নোহোৱা কোম্পানী) সমূহৰ গডৰেজ এণ্ড বয়ছৰ অধীনত বহুতো সৰু সৰু কোম্পানী আছে। বিমান, মহাকাশ, প্ৰতিৰক্ষা, আচবাব, আই টি উদ্যোগত তেওঁলোকৰ উপস্থিতি আছে। এই কোম্পানীসমূহ পৰিচালনা কৰিব জামছিদ গডৰেজে। তেওঁ এই কোম্পানীসমূহৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হ’ব। কাৰ্যবাহী সঞ্চালক হ’ব নিৰিকা। মুম্বাইৰ বুকুত জামছিদ আৰু স্মিতাৰ ৩৪০০ একৰ মাটিও থাকিব।

 

মালিকীস্বত্বৰ পৰিৱৰ্তন সন্দৰ্ভত এক বিবৃতিত গডৰেজ গোটে কয় যে এই সিদ্ধান্ত আলোচনা আৰু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে পাৰিবাৰিকভাৱে লোৱা হৈছে। কাৰণ দিয়া হ’ল গডৰেজ পৰিয়ালৰ সদস্যসকলৰ ব্যৱসায়িক দৰ্শন আৰু দৃষ্টিভংগীক গুৰুত্ব আৰু স্বীকৃতি দিয়াৰ সিদ্ধান্ত। গডৰেজ গ্ৰুপে বিবৃতিটোত কয় যে ইয়াৰ দ্বাৰা অৱশেষত শ্বেয়াৰহোল্ডাৰসকল উপকৃত হ’ব।

Previous Post

দিল্লীৰ প্ৰায় ১০০খন বিদ্যালয়ত বোমাতংক, ভাবুকিপূর্ণ মেইলৰ পাছতে আতংকময় পৰিস্থিতি

Next Post

তেজত শর্কৰাৰ মাত্ৰা হ্ৰাস কৰাৰ পৰা ওজন নিয়ন্ত্ৰণলৈকে ! পুৱাই তুলসী পাত খালে কি কি উপকাৰ লাভ কৰিব পাৰি জানেনে ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
তেজত শর্কৰাৰ মাত্ৰা হ্ৰাস কৰাৰ পৰা ওজন নিয়ন্ত্ৰণলৈকে ! পুৱাই তুলসী পাত খালে কি কি উপকাৰ লাভ কৰিব পাৰি জানেনে ?

তেজত শর্কৰাৰ মাত্ৰা হ্ৰাস কৰাৰ পৰা ওজন নিয়ন্ত্ৰণলৈকে ! পুৱাই তুলসী পাত খালে কি কি উপকাৰ লাভ কৰিব পাৰি জানেনে ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7