VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২২ বছৰৰ পাছত পুনৰ সংসদত আতংক, সাংসদে ভাষণ দি থকাৰ সময়তে ৰঙীন বোমাৰে আক্ৰমণঃ সুৰক্ষাক লৈ উঠিছে প্ৰশ্নৰ

voicedesk by voicedesk
December 13, 2023
in মুখ্য সংবাদ
২২ বছৰৰ পাছত পুনৰ সংসদত আতংক, সাংসদে ভাষণ দি থকাৰ সময়তে ৰঙীন বোমাৰে আক্ৰমণঃ সুৰক্ষাক লৈ উঠিছে প্ৰশ্নৰ
0
SHARES
130
VIEWS
Share on FacebookShare on Twitter

 

লোকসভাৰ গেলেৰীৰ পৰা চেম্বাৰত দুই যুৱকে জপিয়াই পৰা ঘটনাক লৈ আতংকময় পৰিৱেশৰ সূচনা হয় ।ইয়াৰ লগে লগে  সংসদৰ নিৰাপত্তাক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। অভিযোগ অনুসৰি যুৱক দুজনে লোকসভাত প্ৰৱেশ কৰি ‘ৰঙীন বোমা’ নিক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।

 

বুধবাৰৰ এই ঘটনাই ২২ বছৰ পূৰ্বে সংসদত সংঘটিত আক্ৰমণৰ স্মৃতি  পুনৰ কঢ়িয়াই আনিলে। ইয়াৰ পূৰ্বে ২০০১ চনত সংসদত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল।

 

ঘটনা অনুসৰি বুধবাৰে লোকসভাৰ শীতকালীন অধিৱেশন চলি আছিল  । মালদহ উত্তৰৰ বিজেপিৰ সাংসদ খগেন মুৰ্মুৱে ভাষণ দিছিল সংসদত । হঠাৎ সভাৰ মাজতে দুজন যুৱকে জপিয়াই পৰিল। তেওঁলোক সাংসদৰ টেবুলত থিয় হয় ৷ সাংসদসকলেও আসন এৰি থিয় হয় ৷ এক নাটকীয় পৰিস্থিতিৰ সৃষ্টি হয়।

 

প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰে যে আক্ৰমণকাৰীয়ে সভাত হালধীয়া গেছৰ দৰে পদাৰ্থ বিয়পাইছিল। এখন বেঞ্চৰ পৰা আন এখন বেঞ্চলৈ জপিয়াই ধোঁৱা বিয়পাই আছিল।এয়া  ‘ৰঙীন বোমা’ বুলি দাবী কৰা হৈছে। গেছ দেখি সভাত আতংক বিয়পি পৰে। ধোঁৱা বিষাক্ত হ’ব পাৰে বুলি আতংকিত হৈ পৰিছিল সাংসদসকল। আক্রমণকাৰীয়ে শ্ল’গান দি থকাৰ অভিযোগ উত্থাপন হৈছে৷ সংসদৰ নিৰাপত্তাৰক্ষীয়ে ক্ষন্তেকতে তেওঁলোকক আটক কৰে। ধৰা পৰাৰ পিছত আক্ৰমণকাৰীয়ে সভা ত্যাগ কৰি শ্লোগান দি থকা দেখা যায়।

 

কি কি শ্লোগান আছিল আক্ৰমণকাৰীৰ? দুজন যুৱকে চিঞৰি আছিল “এনানায়কত্ববাদে কাম নকৰিব”। লোকসভা পৰিবহণ ভৱনৰ সন্মুখৰ পৰা আৰক্ষীয়ে আৰু দুজন লোকক আটক কৰে। তাৰ ভিতৰত এগৰাকী মহিলাও আছিল। লগতে একেধৰণৰ শ্লোগানেৰে উত্তাল কৰি তোলে।

 

লোকসভাত কংগ্ৰেছ দলৰ নেতা অধীৰ চৌধুৰীয়ে এই সন্দৰ্ভত কয় যে, হঠাতে দুজন লোকে গেলেৰীৰ পৰা জপিয়াই পৰিল। তেওঁলোকৰ হাতত কিবা এটা আছিল। তাৰ পৰা হালধীয়া ৰঙৰ গেছ ওলাই আহিছিল। সাংসদে তেওঁলোকক ধৰিলে। পিছত নিৰাপত্তাৰক্ষীয়ে আক্ৰমণকাৰীক ধৰি উভতাই আনিছিল। বিয়লি ২ বজালৈ স্থগিত ৰখা হৈছে লোকসভাৰ অধিৱেশন। ২০০১ চনৰ সংসদ আক্ৰমণত প্ৰাণ হেৰুওৱা সকলৰ আজিও মৃত্যু দিৱস। সেইদিনা পুনৰ সংসদৰ নিৰাপত্তা ভংগ হয়।

​

 

Previous Post

খেল’ ইণ্ডিয়া পেৰা গেমছত লং জাম্পত সোণ-বেডমিণ্টনত ৰূপৰ পদক লাভ অসমৰ

Next Post

মহিলা মর্চাৰ সভানেত্ৰী পদৰ পৰা আঁতৰিল আঙুৰলতা , কাক দিয়া হ’ল নতুন দায়িত্ব !

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মহিলা মর্চাৰ সভানেত্ৰী পদৰ পৰা আঁতৰিল আঙুৰলতা , কাক দিয়া হ’ল নতুন দায়িত্ব !

মহিলা মর্চাৰ সভানেত্ৰী পদৰ পৰা আঁতৰিল আঙুৰলতা , কাক দিয়া হ’ল নতুন দায়িত্ব !

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7