VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

স্বাধীনতাৰ পিছত বাৰপূজীয়া ৰাজ্যৰ চতুৰ্থ তথা কনিষ্ঠতম ৰজাৰ ৰাজ অভিষেক সম্পন্ন

voicedesk by voicedesk
May 15, 2023
in মুখ্য সংবাদ
স্বাধীনতাৰ পিছত বাৰপূজীয়া ৰাজ্যৰ চতুৰ্থ তথা কনিষ্ঠতম ৰজাৰ ৰাজ অভিষেক সম্পন্ন
0
SHARES
48
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১৪মে’:–১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত গৌৰৱময় আহোম ৰাজ্যৰ ৬০০ বছৰীয়া ৰাজত্বৰ অৱসান ঘটিছিল যদিও ৰজাসকলৰ সামাজিক মৰ্যদা অলপো সলনি হোৱা নাছিল । মধ্য অসমৰ কৰতলীয়া পাঁচো ৰাজ্যৰ টোপাকুছী,বাৰপূজীয়া, মিকিৰ ৰাজ্য,খড়া আৰু খাইগড় ৰাজ্যৰ একাধিক ৰাজ্যত আজিও অতীতৰ সেই ৰাজকীয় সামাজিক পৰম্পৰা প্ৰচলিত হৈ আছে । প্ৰচলিত হৈ আছে ৰাজ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা বিভিন্ন কৃষ্টি-সংস্কৃতি,ধৰ্মীয় অনুষ্ঠান,খেলা-ধূলা আদি । ৰজাৰ পৰিয়ালৰ পুৰুষ উত্তৰাধিকাৰীয়ে ৰজা হোৱাৰ যোগ্যতা পোৱাতো । উল্লেখযোগ্য যে স্বাধীনতাৰ পাছত বাৰপূজীয়া ৰাজ্যৰ ৰজাসকলৰ ভিতৰত এই বছৰলৈকে ৰজাৰ আসনত অধিষ্ঠিত আছিল ৰামসিং ডেকাৰজা । বৰ্তমান বাৰ্ধক্যজনিত কাৰণত ৰজাৰ পৰলোক ঘটিছিল।

সেয়ে বাৰপূজীয়া ৰাজ্যৰ বাৰ খেলিয়া তিৱা ৰাজদৰবাৰ অনুষ্ঠিত কৰি ৰাজ পৰিয়ালৰ মুকুন্দ ডেকা ৰজাক আনুষ্ঠানিক ভাৱে আসনত অধিষ্ঠিত কৰে । সেই উপলক্ষে ৰবিবাৰে পৰম্পৰাগত ভাৱে চলি অহা প্ৰথা অনুসৰি ৰবিবাৰে পুৱাৰ পৰা বিভিন্ন মাংগলিক অনুষ্ঠান কৰি জয়ধ্বনি দি,ৰজাক আয়তিসকলে মাহ- হালধিৰে নুৱাই-ধুৱাই,তুলসী-চন্দন ঘঁহি,নৱ বস্ত্ৰ পৰিধান কৰাই, বৰঢোল,পাতিঢোল বজাই আদৰি আনি ৰজাৰ আসনত বহুৱাই । উল্লেখ্য যে সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে বিশিষ্ট সমাজকৰ্মী বলীন্দ্ৰ ডেকা ৰজা আৰু হেমন্ত কুমাৰ দেউৰীয়ে । অনুষ্ঠানত ৰাজ দৰবাৰৰ সভাপতি জুৰসিং বৰদলৈ,গোভা ৰজা দ্বীপ সিং দেওৰজা প্ৰমুখ্যে বাৰজন তিৱা ৰজা,তিৱা সাহিত্য সভাৰ সম্পাদক ড° বিদ্যুৎ সেনাপতি,তিৱা সাংস্কৃতিকদলৰ বহু কেইজন শিল্পী আৰু গণ্য-মান্য লোক উপস্থিত থাকে । উল্লেখযোগ্য যে,বৃহত্তৰ বাৰপূজীয়া অঞ্চলৰ জাতি-ধৰ্ম- ভাষা নিৰ্বিশেষে অতীতৰ বাৰপূজীয়া ৰাজ্যৰ যি একতাৰ এনাজৰী আছিল,সেয়া আজিও মিলনৰ সেতু হিচাপে কটকটীয়া হৈ আছে আৰু থাকিব ।

Previous Post

পৰিনীতি বলীউডৰ তাৰকা, ৰাঘৱ ৰাজনীতিবিদ, কেনেকৈ হ’ল দুয়োৰে মাজত প্ৰেম ?

Next Post

আঘাতৰ বাবে খেলিব নোৱাৰিব কে এল ৰাহুলে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ উপ অধিনায়ক কোন?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আঘাতৰ বাবে খেলিব নোৱাৰিব কে এল ৰাহুলে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ উপ অধিনায়ক কোন?

আঘাতৰ বাবে খেলিব নোৱাৰিব কে এল ৰাহুলে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ উপ অধিনায়ক কোন?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7