VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইউক্ৰেইনৰ পিছত এইবাৰ ইজৰাইল, যুদ্ধত আবদ্ধ ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ ‘অপাৰেচন অজয়’

voicedesk by voicedesk
October 12, 2023
in মুখ্য সংবাদ
ইউক্ৰেইনৰ পিছত এইবাৰ ইজৰাইল, যুদ্ধত আবদ্ধ ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ ‘অপাৰেচন অজয়’
0
SHARES
90
VIEWS
Share on FacebookShare on Twitter

যুদ্ধৰ বাবে ইজৰাইলত আবদ্ধ হৈ থকা ভাৰতীয়ক উদ্ধাৰৰ বাবে বিমান প্ৰেৰণৰ পৰিকল্পনা কৰিছে নৰেন্দ্ৰ মোডী চৰকাৰে। এই অভিযানৰ নাম দিয়া হৈছে ‘অপাৰেচন অজয়’। এই কথা সদৰী কৰে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।

 

এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত জয়শংকৰে লিখিছে, ‘ইজৰাইলৰ পৰা উভতি আহিব বিচৰা ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে অপাৰেচন অজয় ​​আৰম্ভ কৰা হৈছে। বিশেষ চাৰ্টাৰ্ড বিমানকে ধৰি সকলো ব্যৱস্থা কৰা হৈছে। বিদেশত থকা আমাৰ নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ বাবে আমি সম্পূৰ্ণৰূপে দায়বদ্ধ।”

 

জেৰুজালেম, টেল আভিভকে ধৰি ইজৰাইলৰ বিভিন্ন চহৰত বসবাস কৰা ভাৰতীয়ৰ সংখ্যা ১৮ হাজাৰৰো অধিক। শনিবাৰে পুৱা পেলেষ্টাইনী বিদ্ৰোহী সংগঠন হামাছৰ ৰকেট আক্ৰমণৰ লগে লগে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা তেওঁলোক গৃহবন্দী হৈ পৰিছে ৷ হামাছ নিয়ন্ত্ৰিত গাজাতো আছে কেইবাজনো ভাৰতীয়।

 

চৰকাৰী সূত্ৰৰ মতে, যোৱা বছৰ কূটনৈতিক স্তৰ আৰু আন্তঃগাঁথনি ব্যৱহাৰ কৰি আৰম্ভ হোৱা ৰুছ-ইউক্ৰেইন যুদ্ধৰ পিছত সেই দেশৰ পৰা প্ৰায় ২০ হাজাৰ ভাৰতীয় শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰা হৈছিল। এইবাৰো সেই অভিজ্ঞতা ব্যৱহাৰ কৰি ‘উদ্ধাৰ অভিযান’ আৰম্ভ কৰাৰ কথা চিন্তা কৰা হৈছে। এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ বৈদেশিক কাৰ্যালয় ইজৰাইল আৰু পেলেষ্টাইন কৰ্তৃপক্ষৰ সৈতে কূটনৈতিক যোগাযোগত আছে। উদ্ধাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ প্ৰয়োজন হ’লে ভাৰতীয় বায়ুসেনাৰ সহায় লোৱাৰো চিন্তা কৰিছে মোডী চৰকাৰে।

 

 

Previous Post

গোগামুখত প্ৰকৃতিপ্ৰেমীৰ ব্যতিক্ৰমী অনুষ্ঠানঃ দুদিনীয়াকৈ অনুষ্ঠিত কৰিলে চৰাই চোৱা কার্যসূচী- বার্ডিং মিট

Next Post

কাবেৰীৰ পিছত কৃষ্ণা নদীৰ পানী বিতৰণক লৈ আৰম্ভ বিবাদ, উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কাবেৰীৰ পিছত কৃষ্ণা নদীৰ পানী বিতৰণক লৈ আৰম্ভ বিবাদ, উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ

কাবেৰীৰ পিছত কৃষ্ণা নদীৰ পানী বিতৰণক লৈ আৰম্ভ বিবাদ, উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7