VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তেজপুৰত অগপৰ বিশাল বুথ কৰ্মী সন্মিলন

ৰাজ্যৰ উন্নয়ণ আৰু বিকাশত সন্ত্ৰস্তমান কংগ্ৰেছঃ অতুল বৰা

voicedesk by voicedesk
February 1, 2024
in মুখ্য সংবাদ
তেজপুৰত অগপৰ বিশাল বুথ কৰ্মী সন্মিলন
0
SHARES
59
VIEWS
Share on FacebookShare on Twitter

আজি শোণিতপুৰ সংসদীয় সমষ্টিৰ এখনি বিশাল বুথ কৰ্মী সন্মিলনখন তেজপুৰ চহৰৰ জয়মতী পথাৰত অনুষ্ঠিত হয়। প্ৰায় ২০ সহস্ৰাধিক বিভিন্ন প্ৰয্যায়ৰ দলীয় বিষয়ববীয়া আৰু সদস্যৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সন্মিলনত উপস্থিত থাকি অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই অগপক জাতীয়তাবাদী শক্তি হিচাপে গঢ় দিয়াত তেজপুৰবাসীৰ অনৱদ্য অৱদান আছে বুলি সম্বোধন কৰি কয় যে, অসম গণ পৰিষদ দলে আহি থকা সময়বোৰত ৰাজ্যৰ ৰাজনীতিত পুনৰ অধিক প্ৰভাৱ বিস্তাৰ কৰিব বুলি উল্লেখ কৰে। জাতি, ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠী নিৰ্বিশেষে নিজ নিজ বুথসমূহ সুসংগঠিত কৰি শোণিতপুৰ সংসদীয় সমষ্টিত অগপক ন-ৰূপত শক্তিশালী কৰি তুলিবলৈ বুথৰ লগতে সকলো স্তৰৰ নেতা কৰ্মীকে আহ্বান জনাই সভাপতি বৰাই কয় যে, ৰাইজ এতিয়া কংগ্ৰেছৰ পক্ষত নাই আৰু ২০২৪ৰ লোকসভা নিৰ্বাচনত ৰাইজে কংগ্ৰেছক সমূলি বৰ্জন কৰিব। বৰাই কয় যে, ৰাহুল গান্ধী অসমলৈ আহিল আৰু গ’ল, কংগ্ৰেছৰ ন্যায় যাত্ৰাই অসমৰ সচেতন ৰাইজক প্ৰভাৱান্বিত নকৰে আৰু সেয়েহে জাতীয়তাবাদী চিন্তাৰে জাতিটোৰ হকে, অগপৰ হকে প্ৰতিগৰাকী দলীয় সদস্যক আগন্তুক নিৰ্বাচনবোৰত দলটোৰ শক্তি প্ৰদৰ্শনৰ বাবে তৃণমূল পৰ্যায়ত

অধিক উৎসাহেৰে কাম কৰি যাবলৈ আহ্বান জনায়। অসমৰ জাতীয় স্বাৰ্থত অসম গণ পৰিষদ দল সদায় এক জাতীয় শক্তি হিচাপে অসমবাসীৰ মাজত থাকি কাম কৰি যাব বুলিও বৰাই দৃঢ়তাৰে মতপোষণ কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে উন্নয়ণ আৰু বিকাশৰ নতুন মাত্ৰা লাভ কৰিছে। সৰ্বস্তৰৰ ৰাইজে উন্নয়ণৰ পোহৰৰে উজলিছে। জনসাধাৰণে উন্নয়ণ আৰু বিকাশ বিচাৰে। কংগ্ৰেছৰ পূৰ্বৰ দুৰ্ণীতি ভ্ৰষ্টাচাৰে ৰাজ্যখনক কোঙা কৰা দিনবোৰৰ কথা আজিও অসমবাসীক আমনি কৰে। কংগ্ৰেছ এতিয়া অপ্ৰাসংগীক আৰু অপ্ৰয়োজনীয় দললৈ পৰ্য্যবেশিত হ’ল। আহিবলগীয়া দিনসমূহত আঞ্চলিকতাবাদৰ শক্তি বৃদ্ধিৰ দিন। অসম গণ পৰিষদ দলে অসমবাসীৰ সহযোগত দলটোক নতুন ৰূপত আৰু অধিক শক্তিশালী ভাৱে আগবঢ়াই নিবলৈ অঙ্গীকাৰবদ্ধ বুলি বৰাই উল্লেখ কৰে। বুথ কৰ্মী সন্মিলনখনত উপস্থিত থাকি দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই ঐতিহাসিক অসম আন্দোলনৰ স্মৃতি বিজড়িত শোণিতপুৰৰ প্ৰতিজন লোকৰ শিৰাই শিৰাই জাতীয়তাবাদৰ দুৰ্বাৰ চেতনা প্ৰৱাহিত হৈ আছে বুলি উল্লেখ কৰি ইতিহাসৰ পাত লুটিয়াই চালেওঁ জাতীয়তাবাদৰ গাথাৰে সমৃদ্ধ শোণিপুৰৰ ইতিহাস সুস্পষ্টভাৱে পৰিলক্ষিত হয় বুলি মন্তব্য কৰে।

মহন্তই কয় যে, অসম গণ পৰিষদ সকলো ধৰ্মৰে প্ৰতি সহনশীল ৰাজনৈতিক দল। জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ব্যক্তিকেই আঞ্চলিকতাবাদ সুৰক্ষিত কৰাৰ স্বাৰ্থত বিনাদ্বিধাই অসম গণ পৰিষদৰ সৈতে সংযুক্ত হব পাৰে বুলি মন্তব্য কৰি কাৰ্য্যকৰী সভাপতি মহন্তই কংগ্ৰেছ এতিয়া অস্তমিত সূৰ্য বুলি কটাক্ষ কৰে । বিগত নিৰ্বাচনসমূহত কংগ্ৰেছক জনসাধাৰণে সমুলঞ্চে প্ৰত্যাখ্যান কৰিছে আৰু কংগ্ৰেছক পৰাভূত কৰি আঞ্চলিকতাবাদক সঞ্জীৱিত কৰিবলৈ অগপৰ নেতা-কৰ্মী দৃঢ় প্ৰতিজ্ঞ হবলৈ আহ্বান জনাই মহন্তই দলীয় সকলো সদস্যকে নিজ নিজ বুথ সমূহত জনগণৰ সৈতে সংযোগ তীব্ৰতৰ কৰিবলৈ আহ্বান জনায় । সন্মিলনখনিত দলৰ উপ-সভাপতি তথা তেজপুৰ বিধান সভা সমষ্টিৰ স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই আদৰণি ভাষণ প্ৰদান কৰে আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকাই। সন্মিলনত অগপ সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকা, বিমলেন্দু সিংহ, সত্যব্ৰত কলিতা, উপ-সভাপতি সুনীল ডেকা, বিষ্ণু দাস, প্ৰেম শৰ্মা, সিদ্ধেশ্বৰ হাজৰিকা, সম্পাদক নুৰুল চুলতান, দীপক হাজৰিকা, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, সম্পাদক তথ্য প্ৰযুক্তি মণি মাধৱ মহন্ত, ৰাতুল নাথ, পাৰ্থপ্ৰতীম বৰা, দীপক বৰদলৈ, কেশৱ কলিতা, অপূৰ্ব ভট্টাচাৰ্য্য, অসম আন্দোলনৰ অগ্ৰণী নেতা মহেন্দ্ৰ কেওটকে প্ৰমুখ্য কৰি ভাতৃ-ভগ্নী সংগঠনসমূহৰ সভাপতি, বিষয়ববীয়াসকল, শোণিতপুৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত জিলা সমিতিসমূহৰ বিষয়ববীয়া ও সদস্য, বিধান সভা সমষ্টি সমিতিসমূহ বিষয়ববীয়া ও সদস্যসকলৰ লগতে বুথ সমিতিসমূহৰ বিষয়ববীয়া ও সদস্যসকল উপস্থিত থাকে।

Previous Post

স্ব-গৃহলৈ অনা হ’ল ছত্তিশগড়ত মাওবাদী আক্ৰমণত নিহত চিৰাঙৰ জোৱান লম্বোধৰ সিংহৰ নশ্বৰদেহ , বৰঝাৰত শ্ৰদ্ধাঞ্জলি

Next Post

মৰিগাঁও জিলা কাৰাগাৰত যোগ কৰ্মশালা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মৰিগাঁও জিলা কাৰাগাৰত যোগ কৰ্মশালা

মৰিগাঁও জিলা কাৰাগাৰত যোগ কৰ্মশালা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7