VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱত বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট এ জে এছ ইউ পিৰ,ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ

voicedesk by voicedesk
May 11, 2023
in মুখ্য সংবাদ
নগাঁৱত বিভিন্ন সমস্যা সমাধানৰ দাবীত অৱস্থান ধৰ্মঘট এ জে এছ ইউ পিৰ,ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ
0
SHARES
41
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১০মে’:–অনুসূচিত জাতিৰ লোকসকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ,অসমৰ নগাঁও জিলা সমিতিয়ে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থাত আজি ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পুৱা এঘাৰ বজাৰ পৰা চাৰি ঘন্টাৰ বাবে সংগঠনটোয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা কাৰ্যসূচীত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাস,নগাঁও জিলা সমিতিৰ উপদেষ্টা কনকজিত দাস, সভাপতি মন্টু দাস,কাৰ্যকৰী সভাপতি আদিত্য দাস,সাধাৰণ সম্পাদক জগমোহন দাসকে প্ৰমুখ্য কৰি সংগঠনটোৰ কেইবাজনো নেতা উপস্থিত থাকি অনুসূচিত জাতিৰ বাবে বিশেষ সংবিধান প্ৰদত্ত অধিকাৰ থকাৰ পিছতো অসম চৰকাৰে দীৰ্ঘদিন ধৰি অনুসূচিত জাতিৰ লোকসকলক প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি অহা বুলি ক্ষোভ ব্যক্ত কৰাৰ লগতে মিছন ভূমিপুত্ৰৰ জৰিয়তে অনা-অনুসূচিত জাতিক অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ লোৱাৰ সুবিধা আৰু সুৰক্ষা দি জাতি ধ্বংসৰ যজ্ঞ পাতি পূৰ্ণাহুতি দিলে বুলি আক্ষেপ প্ৰকাশ কৰে ৷ ইফালে,প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত প্ৰতিবাদীসকলে অনুসূচিত জাতিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰকপত্ৰখনত সংগঠনটোৰ ফালৰ পৰা প্ৰধানকৈ সংৰক্ষণ ব্যৱস্থাটোক ৰাজহুৱাভাৱে বিৰোধ কৰি ব্ৰাহ্মণ সমাজে সংবিধান অৱমাননা কৰাৰ লগতে সংৰক্ষণ পোৱা সকলক অযোগ্য বুলি কৈ অনুসূচিত জাতি,জনজাতি,অ’ বি চি শ্ৰেণী,মহিলা আদিক অপমান কৰা ব্ৰাহ্মণ সমাজৰ ব্ৰাহ্মণ কেইজনক অনুসূচিত জাতি, জনজাতি অপৰাধ নিবাৰণ আইন(Atrocity Act. 1998)ৰ অধীনত মোকৰ্দমা তৰি জেল হাজোতলৈ প্ৰেৰণ কৰা,উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশানুসৰি বাৰ বছৰতকৈ অধিক সময় ধৰি একেডৰা মাটিৰ ভোগ দখল কৰি থকা সকলো লোককে মাটিৰ ম্যাদি পট্টা প্ৰদান কৰা,মূল নিৱাসী ভূমিপুত্ৰসকলক “ডি” ভোটাৰ বনাই বাংলাদেশী,বিদেশী বনোৱা কাৰ্য শীঘ্ৰে বন্ধ কৰি ভোট দানৰ অধিকাৰ দিয়া,অনুসূচিত জাতিৰ নিবনুৱা যুৱক-যুৱতীসকলক স্ব-নিৰ্ভৰশীল কৰি তোলাৰ বাবে কমেও পাঁচ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা, হৰিজনসকলৰ বাবে “চাফাই কৰ্মচাৰী” পদটো সংৰক্ষিত কৰা, অনুসূচিত জাতিৰ নিধনযজ্ঞ চলোৱা, “মিছন ভূমিপুত্ৰ” এপ বাতিল কৰা,ভুৱা তথ্যৰ আধাৰত লোৱা অনা-অনুসূচিত জাতিৰ জাতিগত প্ৰমাণপত্ৰ শীঘ্ৰে বাতিল কৰা,ৰাজ্য চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলক দীৰ্ঘদিন ধৰি বঞ্চিত কৰি ঘাটি পদ সৃষ্টি কৰা কাৰ্য শীঘ্ৰে বন্ধ কৰি “খালী পদ”ত নিযুক্তি দিয়া,চলিত নিযুক্তি ব্যৱস্থাত অনুসূচিত জাতি সংৰক্ষণ নীতি যথাযথ ভাবে পালন কৰা,এ আৰ চিৰ সময়ত আধাৰ কাৰ্ড দিয়াৰ প্ৰলোভন দি “বায়োমেট্ৰিক” লোৱা সকলক শীঘ্ৰে আধাৰ কাৰ্ড প্ৰদান কৰা,মুচীসকলৰ কাৰণে চহৰৰ পৌৰ এলেকাত একোখনকৈ স্থায়ী দোকান দিয়াৰ বাবে কমেও এক লাখ টকা অনুদান দিয়াকে ধৰি কেইবাটাও দাবী সন্নিবিষ্ট কৰি সংগঠনটোয়ে এইসমূহ অনতিপলমে সমাধানৰ দাবী জনাইছে ৷

Previous Post

নীতিশ-শাৰদৰ বৈঠকৰ পূৰ্বে ‘এক্টিভ’ ইডি! মহাৰাষ্ট্ৰ এনচিপিৰ সভাপতিক চমন

Next Post

মেছিৰ প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে খেলিব সুনীল! এছিয়ান কাপত ভাৰতৰ গ্ৰুপত আৰু কোন আছে?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মেছিৰ প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে খেলিব সুনীল! এছিয়ান কাপত ভাৰতৰ গ্ৰুপত আৰু কোন আছে?

মেছিৰ প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে খেলিব সুনীল! এছিয়ান কাপত ভাৰতৰ গ্ৰুপত আৰু কোন আছে?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7