VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তিনি ৰাজ্যক লৈ আত্মবিশ্বাসী কংগ্ৰেছ, ৰাজস্থানত ক্ষমতাত ওভতাক লৈ শংকা

voicedesk by voicedesk
November 6, 2023
in মুখ্য সংবাদ
তিনি ৰাজ্যক লৈ আত্মবিশ্বাসী কংগ্ৰেছ, ৰাজস্থানত ক্ষমতাত ওভতাক লৈ শংকা
0
SHARES
125
VIEWS
Share on FacebookShare on Twitter

 

ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ লগতে তেলেংগানাতো বিধানসভা নিৰ্বাচনত জয়ী হৈ কংগ্ৰেছ ক্ষমতালৈ আহিব বুলি কংগ্ৰেছৰ আভ্যন্তৰীণ সমীক্ষাত প্ৰকাশ পাইছে। দলটোৰ একমাত্ৰ সন্দেহ ৰাজস্থানক লৈ। মঙলবাৰৰ পৰা আৰম্ভ হ’ব পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ ছত্তীশগড় আৰু মিজোৰামত ভোটগ্ৰহণ। ইয়াৰ পিছত মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এই পাঁচখন ৰাজ্যৰ ভিতৰত মিজোৰামৰ বাহিৰে বাকী চাৰিখন ৰাজ্যত কংগ্ৰেছে সমস্ত শক্তিৰে প্ৰৱেশ কৰিছে। দলটোৰ আভ্যন্তৰীণ সমীক্ষাত কোৱা হৈছে যে কংগ্ৰেছে ছত্তীশগড়ত সহজেই ক্ষমতালৈ ঘূৰি আহিব। মধ্যপ্ৰদেশত বিপুল ব্যৱধানত কংগ্ৰেছে জয়লাভ কৰিব। কংগ্ৰেছৰ সমীক্ষা অনুসৰি কে চন্দ্ৰশেখৰ ৰাওৰ বি আৰ এছ চৰকাৰক উৎখাত কৰি কংগ্ৰেছে তেলেংগানাৰ সকলোকে আচৰিত কৰিব পাৰে।

 

পাঁচ বছৰ পূৰ্বে মধ্যপ্ৰদেশত নিৰ্বাচনত জয়ী হৈ কংগ্ৰেছ ক্ষমতালৈ আহিছিল। কিন্তু পিছলৈ জ্যোতিৰাদিত্য সিন্ধিয়াৰ দল সলনিৰৰ পিছত চৰকাৰ সলনি হয়। এআইচিচিৰ মধ্যপ্ৰদেশৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰনদীপ সিং সুৰজেৱালাই দাবী কৰিছে যে ৰাজ্যৰ ২৩০খন আসনৰ ভিতৰত কংগ্ৰেছে ১৫০খন আসন লাভ কৰিব। পাঁচ বছৰৰ আগতে ছত্তীশগড়তো ১৫ বছৰ বিজেপি শাসনৰ অন্তত কংগ্ৰেছ ক্ষমতালৈ আহিছিল। বাঘেল চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ বিভিন্ন অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছৰ দাবী,  ভূপেশ বাঘেলৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে বহুত ভাল কাম কৰিছে।

 

ইতিমধ্যে কংগ্ৰেছে তেলেংগানাত ক্ষমতালৈ আহিলে ২ লাখ চৰকাৰী পদ নিযুক্তিকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি দিছে। মধ্যপ্ৰদেশত ক্ষমতালৈ অহাৰ পিছত কৃষকৰ ঋণ ৰেহাই, ১০০ ইউনিট পৰ্যন্ত বিদ্যুতৰ বিল ৰেহাই, পুৰণি পেঞ্চন আঁচনি আদি বিভিন্ন প্ৰকল্প আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছে। আজি কংগ্ৰেছে ঘোষণা কৰিছে যে যদি কংগ্ৰেছে ছত্তীশগড়ত পুনৰ ক্ষমতালৈ আহে তেন্তে কৃষকসকলক ঋণ ৰেহাই, বিনামূলীয়া শিক্ষা, ১০ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা, ৫০০ টকাত চিলিণ্ডাৰ প্ৰদান কৰিব। ভূমিহীন কৃষকক দিয়া হ’ব ১০ হাজাৰ টকা।

 

কংগ্ৰেছৰ একমাত্ৰ ভয় ৰাজস্থান। কাৰণ বিগত তিনিটা দশকত ৰাজস্থানে পাঁচ বছৰৰ মূৰে মূৰে চৰকাৰ সলনি কৰি আহিছে। এইবাৰ অশোক গেহলতৰ নেতৃত্বত কংগ্ৰেছে ধাৰাবাহিকভাৱে ৰাজহুৱা ঘোষণা কৰে। আনহাতে, বিজেপিৰ ভিতৰত থকা গোষ্ঠীবাদৰ পৰা কংগ্ৰেছও লাভৱান হ’ব পাৰে। কিন্তু কংগ্ৰেছৰ ভিতৰত গেহলট বনাম শচীন পাইলটৰ দলীয় কাজিয়া আপাততঃ লুকুৱাই ৰখা হ’ব পাৰে, কিন্তু ইয়াৰ তৃণমূল পৰ্যায় বিভক্ত হ’ব পাৰে। গেহলটৰ বহু অনুগামীয়ে টিকট নোপোৱাত প্ৰতিবাদৰ সৃষ্টি হয়।

 

Previous Post

এবাৰ চুলি-দাঢ়ি কটোৱাৰ বাবদ বিৰাট কোহলিয়ে ব্যয় কৰা ধনেৰে আপুনি ক্ৰয় কৰিব পাৰিব বাইক, কিমান ধন লয় বিৰাটৰ হেয়াৰ ষ্টাইলিষ্টে ?

Next Post

দক্ষিণ কামৰূপৰ বৰিহাটত শোকাৱহ দুঘর্টনাত দুই কিশোৰৰ মৃত্যু, খেল মহাৰণত অংশ ল’বলৈ ওলাই আহিছিল ঘৰৰ পৰা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
শদিয়াৰ অমৰপুৰত ভয়ংকৰ নাঁও দুৰ্ঘটনা, পানীত বাগৰি পৰিল মেজিক-টাটাচুম’

দক্ষিণ কামৰূপৰ বৰিহাটত শোকাৱহ দুঘর্টনাত দুই কিশোৰৰ মৃত্যু, খেল মহাৰণত অংশ ল’বলৈ ওলাই আহিছিল ঘৰৰ পৰা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7