VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘চৰাইদেউ জিলা কবি চক্ৰ’ৰ উদ্যোগত ‘কথা আৰু কবিতাৰ আবেলি’

voicedesk by voicedesk
November 10, 2022
in মুখ্য সংবাদ
‘চৰাইদেউ জিলা কবি চক্ৰ’ৰ উদ্যোগত ‘কথা আৰু কবিতাৰ আবেলি’
0
SHARES
96
VIEWS
Share on FacebookShare on Twitter

ইংৰাজী ০৮-১১-২০২২ তাৰিখ মঙ্গলবাৰে দিনৰ এঘাৰ বজাত “চৰাইদেউ জিলা কবি চক্ৰ”ৰ উদ্যোগত বিমলাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় “কথা আৰু কবিতাৰ আবেলি” শীৰ্ষক এটি মনোজ্ঞ কথা-কবিতাৰ অনুষ্ঠান । সম্পাদিকা মানসী শইকীয়া ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানটি এটি বৰগীতেৰে শুভাৰম্ভ কৰা হয় ।

‘সদৌ অসম কবি- চক্ৰ’ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ‘চৰাইদেউ জিলা কবি -চক্ৰ’ৰ মূল উদ্দেশ্য হ’ল সাহিত্যৰ নীৰৱ সাধনা কৰা ব্যক্তিসকলক এখন সুকীয়া মঞ্চ প্ৰদান কৰাৰ লগতে শিশু প্ৰতিভাক অগ্ৰাধিকাৰ দিয়া । আনহাতে প্ৰতিখন বৈঠকতে নতুনত্ব আনিব বিচৰা কবিচক্ৰৰ “কথা আৰু কবিতাৰ আবেলি” শীৰ্ষক অনুষ্ঠানটিত এইবাৰ অংশগ্ৰহণকাৰী অতিথিসকল একোখনিকৈ অভিনন্দন পত্ৰ প্ৰদান কৰাৰ প্ৰয়াস কৰা হয়। লগতে জিলা কবি-চক্ৰৰ বেনাৰত গ্ৰন্থৰ বিপনীও ৰখা হয়। সভাৰ প্ৰাৰম্ভতে বিদ্যালয়ৰ চৌহদত ক্ৰমে পাইন, লিচু আৰু নিমৰ বৃক্ষৰোপন কৰে ক্ৰমে শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ আচাৰ্য থানেশ্বৰ গগৈ, পদ্ম কুমাৰী বৰুৱা বালিকা উ. মা.বিদ্যালয়ৰ বিষয় শিক্ষয়ত্ৰী গীতাঞ্জলি সন্দিকৈ আৰু বিশিষ্ট সমাজকৰ্মী অনিল শৰ্মাই । গোলকীয় তাপমাত্ৰাৰ বৃদ্ধিয়ে যাতে প্ৰকৃতিক ক্ষতি কৰিব নোৱাৰে আৰু প্ৰাকৃতিক ভাৰসাম্য যাতে অটুট ৰাখিব পাৰে সেই উদ্দেশ্যেৰে চৰাইদেউ জিলা কবি -সাহিত্য চক্ৰই প্ৰতিমাহে এনেদৰে বৃক্ষৰোপনৰ সংকল্প লৈ আহিছে। চৰাইদেউ জিলা কবি -চক্ৰৰ সভাপতি , সোণাৰি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড. ৰীতা দত্তই পৰিচালনা কৰা এই বৈঠকখনত ‘কথা আৰু কবিতাৰ আবেলি’ নামৰ অনুষ্ঠানটি সঞ্চালনা কৰে চৰাইদেউ জিলাৰ বিশিষ্ট সমাজকৰ্মী তথা সাহিত্যৰ নিৰৱ সাধক থুলন বৰপাত্ৰগোহাঁয়ে। সদৌ অসম কবি -সাহিত্য চক্ৰৰ শীৰ্ষ গীতেৰে শিল্পীসকলে অনুষ্ঠানটিৰ শুভ আৰম্ভণি কৰে ।

উল্লেখযোগ্য যে শীৰ্ষ গীতৰ সুৰ আৰু কথা-স.অ.ক.সাহিত্য চক্ৰৰ সম্পাদক বিতুমনি গোস্বামীৰ। উক্ত অনুষ্ঠানটিত প্ৰায় চল্লিশজন কবিতাপ্ৰেমী,শিশু শিল্পী, স্থানীয় ৰাইজ তথা চাহ বাগিচাৰ সাহিত্যপ্ৰেমী উপস্থিত থাকি গীতে-কথাই-কবিতাৰে বিদ্যালয়ৰ প্ৰাংগন জীপাল কৰি তোলে । অনুষ্ঠানটিত জিলাখনৰ মুখ্য উপদেষ্টা অনিল ফুকনদেৱে সিংহভাগ দায়িত্ব মূৰ পাতি লয় । নিজৰ বিদ্যালয়ত অনুষ্ঠানটি পাতিবৰ বাবে অনুমতি প্ৰদান কৰাৰ লগতে সকলোকে এসাজ ভাতেৰে আপ্যায়ন কৰাৰ বাবে চৰাইদেউ জিলা কবি-সাহিত্য চক্ৰই বিশেষভাৱে বিদ্যালয় খনৰ প্ৰধান শিক্ষক গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে অনুষ্ঠানটিত অতিথিবৰ্গক পৰিচয় কৰাই দিয়ে বেঙেনাবাৰী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মঞ্জুলা চেতিয়াই আৰু চমু বক্তব্য প্ৰদান কৰে জিলাৰ কোষাধ্যক্ষা বীনা চুতীয়াই ।
সদৌশেষত চৰাইদেউ জিলা কবি-সাহিত্য চক্ৰই সকলোৰে শলাগ লৈ পুনৰ অহা মাহৰ দহ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বৈঠকলৈ সকলোকে নিমন্ত্ৰণ জনায় ।

Previous Post

কন্যাৰ কিডনী সংৰোপন কৰা হ’ব লালু প্ৰসাদ যাদৱৰ শৰীৰত, শীঘ্ৰে অস্ত্ৰোপচাৰ

Next Post

‘সকলো চুপাৰহিৰোৱেই যে কেপ পিন্ধে এনে নহয়’

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
‘সকলো চুপাৰহিৰোৱেই যে কেপ পিন্ধে এনে নহয়’

'সকলো চুপাৰহিৰোৱেই যে কেপ পিন্ধে এনে নহয়'

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7