VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল অনিল চৌহান হ’ব পৰৱৰ্তী চীফ অৱ ডিফেন্স ষ্টাফ , উত্তৰ পূবৰ উগ্ৰবাদী বিৰোধী অভিযানত লৈছিল বিশেষ ভুমিকা

voicedesk by voicedesk
September 29, 2022
in মুখ্য সংবাদ
অৱসৰপ্ৰাপ্ত  লেফটেনেণ্ট জেনেৰেল অনিল চৌহান হ’ব পৰৱৰ্তী চীফ অৱ ডিফেন্স ষ্টাফ , উত্তৰ পূবৰ উগ্ৰবাদী বিৰোধী অভিযানত লৈছিল বিশেষ ভুমিকা
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

অৱসৰপ্ৰাপ্ত  লেফটেনেণ্ট জেনেৰেল অনিল চৌহান হ’ব পৰৱৰ্তী চীফ অৱ ডিফেন্স ষ্টাফ(চিডিএছ) ৷ভাৰত চৰকাৰৰ সামৰিক পৰিক্ৰমা বিভাগৰ সচিব হিচাপেও  তেওঁ কাৰ্যনিৰ্বাহ কৰিব ৷ তেওঁ দায়িত্ব গ্ৰহণ কৰাৰ পাছত পৰৱৰ্তী আদেশ নোহোৱালৈকে এই পদত কর্মৰত হৈ থাকিব ৷ ৪০ বছৰৰ সামৰিক অভিজ্ঞতা থকা লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে বিগত সময়ছোৱাত বিভিন্ন পদত কার্যনিবাহ কৰিছে ৷  তেওঁ কেইবাটাও কমাণ্ড, ষ্টাফ আৰু ইনষ্ট্ৰুমেণ্টেল পদত অধিষ্ঠিত হৈছিল। জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূব ভাৰতত উগ্ৰবাদী বিৰোধী অভিযানৰ বিষয়েও তেওঁ  যথেষ্ট জ্ঞান অছে ৷

১৯৬১ চনৰ ১৮ মে’ত জন্মগ্ৰহণ কৰা লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে ১৯৮১ চনত ভাৰতীয় সেনাৰ ১১ গোৰ্খা ৰাইফলত যোগদান কৰে। তেওঁ নৰ্দাৰ্ণ কমাণ্ডৰ গুৰুত্বপূৰ্ণ বাৰামুলা অঞ্চলৰ এটা সংমণ্ডলৰ তদাৰক কৰিছিল। পৰৱৰ্তী সময়ত লেফটেনেণ্ট জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে তেওঁ উত্তৰ-পূবৰ এটা সেনাৰ তদাৰক কৰিছিল। ২০২১ চনৰ মে’ মাহত সামৰিক বাহিনীৰ পৰা অৱসৰ লোৱালৈকে তেওঁ ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

বিষয়াগৰাকীয়ে এই নেতৃত্বৰ পদবীৰ উপৰিও সামৰিক অভিযানৰ সঞ্চালক প্ৰধানৰ পদকে ধৰি উল্লেখযোগ্য  পদবীত অধিষ্ঠিত আছিল। ইয়াৰ পূৰ্বে বিষয়াগৰাকীয়ে এংগোলাত ৰাষ্ট্ৰসংঘৰ অভিযানত অংশ লৈছিল।অৱসৰৰ পিছতো তেওঁ কৌশলগত আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ত অৱদান আগবঢ়াই আহিছে ৷

সেনাবাহিনীত কৰা সন্মানীয় আৰু অসাধাৰণ সেৱাৰ বাবে লেফটেনেণ্ট জেনেৰেল অনিল চৌহান (অৱসৰপ্ৰাপ্ত)এ পৰম বিশিষ্ট সেৱা পদক, উত্তম যুদ্ধ সেৱা পদক, অতি বিশিষ্ট সেৱা পদক, সেনা পদক, আৰু বিশিষ্ট সেৱা পদক লাভ কৰে।

Previous Post

গেহলট নহয়, দিগ্বিজয় সিঙহে হ’ব কংগ্ৰেছৰ সভাপতি পদৰ প্ৰার্থীঃ ৰাজস্থানৰ ৰাজনৈতিক নাটকৰ পাছতে সলনি হ’ল প্ৰার্থী

Next Post

“নৱদুৰ্গাৰ চতুৰ্থ ৰূপ ‘কুষ্মাণ্ড’ আজি নৱৰাত্ৰিৰ কুষ্মাণ্ড পূজা”

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
“নৱদুৰ্গাৰ চতুৰ্থ ৰূপ ‘কুষ্মাণ্ড’ আজি নৱৰাত্ৰিৰ কুষ্মাণ্ড পূজা”

"নৱদুৰ্গাৰ চতুৰ্থ ৰূপ 'কুষ্মাণ্ড' আজি নৱৰাত্ৰিৰ কুষ্মাণ্ড পূজা"

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7