VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আৰয়ান খানৰ ড্ৰাগছ কেছত এইবাৰ অভিনেত্ৰী অনন্যা পাণ্ডে, চেলিব্ৰেটিসকলৰ আঁৰত হাৰি যাব নেকি বিয়াগোম ড্ৰাগছ ব্যৱসায়ী

voicedesk by voicedesk
October 22, 2021
in মুখ্য সংবাদ
আৰয়ান খানৰ ড্ৰাগছ কেছত এইবাৰ অভিনেত্ৰী অনন্যা পাণ্ডে, চেলিব্ৰেটিসকলৰ আঁৰত হাৰি যাব নেকি বিয়াগোম ড্ৰাগছ ব্যৱসায়ী
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানৰ ড্ৰাগছ কেছৰ নিত্য নতুন মূৰ পোহৰলৈ আহিছে। এইবাৰ অভিনেত্ৰী অনন্যা পাণ্ডেক চেন্ট্ৰেল নাৰক’টিক ব্যুৰোৱে আটক কৰি জেৰা অব্যাহত ৰাখিছে। 

আৰয়ান খানৰ হোৱাটছ এপত অভিনেত্ৰী অনন্যা পাণ্ডেৰ সৈতে হোৱা বাৰ্তালাপ এক অংশ লাভ কৰাৰ পিছতেই অভিনেত্ৰী গৰাকীৰ ওপৰত জেৰা আৰম্ভ কৰে।অভিনেত্ৰী গৰাকীয়ে আৰয়ান খানক গাঞ্জাৰ যোগান ধৰিছিল বুলি জানিব পৰা গৈছে।

কালি শ্বাহৰুখ খানৰ বাসভৱন মন্নতটো তালাচী অভিযান চলোৱা হৈছিল। 

মুম্বাইৰ ক্ৰুজ পাৰ্টিৰ পৰা আটক কৰা আৰয়ান খানৰ খবৰে সংবাদ জগতত তোলপাৰ লগোৱাৰ লগতে এই খবৰৰ আঁৰ লৈ বিয়াগোম ড্ৰাগছ ব্যৱসায়ী চক্ৰসমূহ হাৰি যাব নেকি বুলি প্ৰশ্ন উত্থাপিত হৈছে।

যুৱচামক ড্ৰাগছৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিভিন্ন পন্থা হাতত লোৱা ড্ৰাগছ ব্যৱসায়ী চক্ৰসমূহ এতিয়াও মুকলি ঘূৰি আছে। কেৱল আৰয়ান খানৰ ওপৰত গুৰুত্ব আৰোপ কৰা সংবাদ মাধ্যমৰ ওপৰত বহুতো বলিউদৰ চেলিব্ৰিটিয়ে প্ৰশ্ন উত্থাপন কৰিছে।

পিছে নাৰক’টিক ব্যুৰোৱে আৰয়ান খানৰ মোবাইলত লাভ কৰা তথ্যৰ দ্বাৰা ইন্টাৰনেশ্যনেল ড্ৰাগছ ব্যৱসায়ী চক্ৰসমূহৰ উৎখাত কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে।

অহা ২৬ তাৰিখে বোম্বে উচ্চ ন্যায়ালয়ত আৰয়ান খানৰ জামিন আবেদনৰ শুনানি আছে।

Previous Post

সেউজ হাইড্ৰ’জেন এক নতুন লক্ষ্য

Next Post

“মাস্কক জীৱনসংগী কৰি লওঁক,প্ৰধানমন্ত্ৰী”

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
“মাস্কক জীৱনসংগী কৰি লওঁক,প্ৰধানমন্ত্ৰী”

“মাস্কক জীৱনসংগী কৰি লওঁক,প্ৰধানমন্ত্ৰী”

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7